ETV Bharat / bharat

Daily Horoscope for 31st May: আজিৰ দিনটোৰ ৰাশিফল - ETV Bharat Daily Horoscope

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল …

daily-horoscope-for-31st-may
Daily Horoscope for 31st May: আজিৰ দিনটোৰ ৰাশিফল
author img

By

Published : May 31, 2022, 5:06 AM IST

মেষ ৰাশি: সিদ্ধান্ত লওঁতে খেলিমেলি হʼব পাৰে ৷ খং-ৰাগে কৰ্ম জীৱনত প্ৰভাৱ পেলাব পাৰে ৷ পৰচৰ্চা কৰাৰ পৰা আঁতৰত থাকিব ৷ সফল হʼব ৷

বৃষ ৰাশি: খং-ৰাগে কৰ্ম জীৱনত প্ৰভাৱ পেলাব পাৰে ৷ পৰচৰ্চা কৰাৰ পৰা আঁতৰত থাকিব ৷ পৰৰ বিচাৰ নকৰিব ৷ প্ৰেমত শুভ ৷

মিথুন ৰাশি: যুক্তিসূত্ৰৰে চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ প্ৰেমৰ সম্পর্কক মনোযোগ দিব ৷ খং-ৰাগে সম্পর্কত প্ৰভাৱ পেলাব পাৰে ৷ কর্মক্ষেত্ৰত শান্ত হৈ থাকিব ৷

কৰ্কট ৰাশি: চিন্তাধাৰা উন্নত হʼব ৷ ঈশ্বৰৰ কৃপা দৃষ্টি লাভ কৰিব ৷ কৰ্মজীৱনত ভাল পদোন্নতি লাভ কৰিব ৷ দিনটো প্ৰায় ভাল হʼব ৷ সফল হʼব ৷

সিংহ ৰাশি: টকা-পইচা ৰাহি হ’ব ৷ লক্ষ্যত সফল হʼব ৷ লাভ বৃদ্ধি ৷ সৰু যাত্ৰা হʼব পাৰে ৷ দিনটো আনন্দৰে পাৰ হʼব ৷ বন্ধু আৰু পৰিয়ালৰ লগত সম্পর্ক ভাল হ’ব ৷

কন্যা ৰাশি: নিজৰ ওপৰত বিশ্বাস ৰাখিলে লক্ষ্যত সফল হ’ব ৷ গৌৰৱ অৰ্জন কৰিব ৷ চিন্তাধাৰাবোৰ প্ৰায় ভাল হʼব ৷

তুলা ৰাশি: খং-ৰাগক নিয়ন্ত্ৰণ কৰিব ৷ সতৰ্কতা অৱলম্বন কৰিব ৷ তৰ্ক-বিতৰ্কৰ পৰা সাৱধান ৷

বৃশ্চিক ৰাশি: হতাশা নহব, পুনৰ চেষ্টা কৰিব ৷ কঠোৰ পৰিশ্ৰম কৰিলে সফল হʼব ৷ ধৈৰ্যশীল হ’লে লাভৱান হ’ব ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব ৷ লাভ বৃদ্ধি ৷

ধনু ৰাশি: সিদ্ধান্ত লওঁতে খেলিমেলি হʼব পাৰে ৷ হতাশা নহ’ব, ধৈৰ্য্যশীল হ’লে লাভৱান হ’ব ৷ বিচাৰ কৰাত আৰু নিৰ্ণয় লোৱাত কঠিন হʼব পাৰে ৷ কর্মত শান্ত হৈ থাকিব ৷ সফল হʼব ৷

মকৰ ৰাশি: কর্মত মনোযোগ দিলে সফল হʼব ৷ দিনটো প্ৰায় ভাল হʼব ৷ কঠোৰ পৰিশ্ৰম কৰিলে সফল হʼব ৷ ধৈৰ্যশীল হ’লে লাভৱান হ’ব ৷

কুম্ভ ৰাশি: কৰ্ম জীৱনত ভাল বন্ধু লাভ কৰিব ৷ কৰ্ম জীৱনত ভাল পদোন্নতি লাভ কৰিব ৷ লক্ষ্যত সফল হ’ব ৷ প্ৰেমত শুভ ৷ মানসিক আৰু শাৰীৰিক চিন্তা ভাল হʼব ৷

মীন ৰাশি: সতৰ্কতা অৱলম্বন কৰিব ৷ নতুন লোকৰ লগত সংযোগ হʼব ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ সফল হ’ব ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.