ETV Bharat / bharat

Daily horoscope for 30th October: আজিৰ দিনটোৰ ৰাশিফল

author img

By

Published : Oct 30, 2022, 5:01 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল (Astrological predictions for the day) ৷

daily-horoscope-for-30th-october-2022
আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: খঙক নিয়ন্ত্ৰণ কৰিব, কিয়নো ইয়ে সম্পৰ্ক আৰু সময় নষ্ট কৰি দিব ৷ উদ্বেগ আৰু শত্ৰুতাই কামত ব্যাঘাত জন্মাব ৷

বৃষ ৰাশি: কামৰ বোজা বহুত থাকিব ৷ কঠোৰ পৰিশ্ৰম কৰা পিছতো সফলতা নাপাব ৷ বিৰক্তি অনুভৱ কৰিব ৷ নতুন কোনো প্ৰকল্পৰ কাম আৰম্ভ কৰাৰ বাবে সময়টো মুঠেও ভাল নহয় ৷ চাই চিন্তি খোৱা-লোৱা কৰিব ৷ ভ্ৰমণত বাধা-বিঘিনি আহিব ৷ ধ্যান কৰক আৰু আধ্যাত্মিক চিন্তা কৰক ৷

মিথুন ৰাশি: দিনটো আনন্দদায়ক ৷ শাৰীৰিক, মানসিকভাৱে সুস্থ হৈ থাকিব ৷ সৰুসুৰা ভ্ৰমণত যাব পাৰে ৷ জনপ্ৰিয়তা বৃদ্ধি পাব ৷

কৰ্কট ৰাশি: ব্যৱসায়ীসকলৰ বাবে দিনটো সৌভাগ্যশালী ৷ সহকৰ্মীসকলৰ পৰা সহযোগিতা লাভ কৰিব ৷ সুখী অনুভৱ কৰিব ৷ দিনটো মানসিকভাৱে শান্তি লাভ কৰিব ৷ কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব ৷ ব্যয় বৃদ্ধি ৷

সিংহ ৰাশি: শিল্পকলাৰ সৈতে যুক্ত লোকসকলে উন্নতি লাভ কৰিব ৷ দিনটো তেওঁলোকৰ বাবে অনুকূল ৷ পঢুৱৈসকলে পঢ়াশুনাত ভাল ফল লাভ কৰিব ৷ প্ৰিয়জনসকলক লগ পাব ৷ স্বাস্থ্য ভালে থাকিব ৷ খঙক নিয়ন্ত্ৰণ ৰাখিব ৷

কন্যা ৰাশি: দিনটো প্ৰতিকূলতাৰে ভৰা ৷ শৰীৰৰ যতন লওক ৷ দুশ্চিন্তাই মনটোক আগুৰি ধৰি ৰাখিব ৷ স্বামী-স্ত্ৰীৰ মাজত কাজিয়া বিবাদ হ’ব পাৰে ৷ মাতৃৰ স্বাস্থ্যক লৈ চিন্তাত থাকিব ৷ মাটি আৰু সম্পত্তি সম্বন্ধীয় কাম কৰাৰ সময়ত প্ৰচণ্ড সতৰ্ক থাকক ৷

তুলা ৰাশি: দিনটো আনন্দেৰে থাকিব ৷ সফলতা লাভ কৰিব ৷ প্ৰিয়জনক লগ পাব পাৰে ৷ দিনটো উদ্বেগমুক্ত হৈ থাকিব ৷ তীৰ্থযাত্ৰা কৰি পৰমানন্দ লাভ কৰিব ৷ আৱেগিক সম্পৰ্কসমূহে বিপাঙত পেলাব পাৰে ৷

বৃশ্চিক ৰাশি: ঘৰত সুখ-শান্তি অটুট থাকিব ৷ কথা কওতে সাৱধান হ’ব ৷ আপোনাৰ ৰুক্ষ আচৰণে কাৰোবাৰ মনত আঘাত দিব পাৰে ৷ আচৰণক লৈ সতৰ্ক থাকক ৷ নেতিবাচক চিন্তা দুৰত ৰাখক ৷ স্বাস্থ্য সম্বন্ধীয় সমস্যাই দেখা দিব পাৰে ৷ অশুভ শক্তিৰ চিকাৰ হ’ব ৷ পঢ়াশুনাত অসুবিধা পাব পঢ়ুৱৈসকলে ৷

ধনু ৰাশি: নিশ্চিত থাকক, দিনটো পৰিকল্পনা অনুসৰি গৈ থাকিব ৷ আৰ্থিক লাভ নিশ্চিত ৷ দিনটো তজবজীয়া আৰু প্ৰাণৱন্ত অনুভৱ কৰিব ৷ সৰুসুৰা সুখকৰ ভ্ৰমণৰ যোগ আছে ৷ সন্মান আৰু জনপ্ৰিয়তা বৃদ্ধি পাব ৷

মকৰ ৰাশি: হতাশাত ভূগিব ৷ সামাজিক আৰু ধৰ্মীয় কাৰণত খৰচ হ’ব ৷ ঘনিষ্ঠ আৰু প্ৰিয়জনৰ পৰা কোনো সাহাৰ্য নাপাব ৷ সম্পত্তি আৰু সুনাম নষ্ট হোৱাৰ সম্ভাৱনা আছে ৷ ধৰ্ম আৰু আধ্যাত্মিকতাৰ প্ৰতি আকৃষ্ট হ’ব ৷ সাৱধানে কথা পাতিব ৷

কুম্ভ ৰাশি: দিনটো শুভ ৷ আনন্দত থাকিব ৷ নতুন উদ্যোগৰ কাম আৰম্ভ কৰাৰ বাবে আজি সময়টো ভাল ৷ সন্মান আৰু জনপ্ৰিয়তা বৃদ্ধি পাব পাৰে ৷ সন্তানৰ সৈতে ভাল সম্পৰ্ক গঢ়ি উঠিব ৷

মীন ৰাশি: দিনটো ব্যৱসায়ৰ কাৰণে অনুকূল ৷ কষ্ট কৰি কাম কৰিলে সফলতা পাব ৷ ঊৰ্ধ্বতনসকলে কামত সন্তুষ্ট হ’ব ৷ পদোন্নতিৰ যোগ আছে ৷ ব্যৱসায়ীসকল লাভবান হ’ব ৷ পিতৃৰ দ্বাৰা উপকৃত হ’ব পাৰে ৷ ঘৰৰ পৰিৱেশ আনন্দমুখৰ হ’ব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.