ETV Bharat / bharat

Daily horoscope for 29th October: আজিৰ দিনটোৰ ৰাশিফল

author img

By

Published : Oct 29, 2022, 5:07 PM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল (Astrological predictions for the day) ৷

daily-horoscope-for-29th-october-2022
আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: নতুন কাম বা যোজনা আৰম্ভ কৰিবৰ বাবে এটা ভাল দিন ৷ মধ্যাহ্নৰ পিছত সফলতাৰ হাৰ বৃদ্ধি পাব ৷ দিনটোৰ প্ৰথম ভাগত যথেষ্ট সমস্যা থাকিব পাৰে, কিন্তু ধৈৰ্য্য ধৰক, পিছৰ ভাগটো শান্ত আৰু সুখৰ হ’ব ৷ ধ্যান বা যোগাসন কৰিব পাৰে ৷

বৃষ ৰাশি: বন্ধু তথা প্ৰিয়জনৰ লগত বাহিৰলৈ যোৱাৰ পৰিকল্পনা কৰক ৷ মধ্যাহ্নৰ পিছত অধিক সতৰ্ক হ’ব লাগিব ৷ বিৰোধীসকলৰ লগত অদৰকাৰী বিবাদ আৰু উষ্ণ তৰ্কত লিপ্ত নহ’ব ৷ স্বাস্থ্যৰ প্ৰতি যত্ন লওক; আবেলি স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে ৷

মিথুন ৰাশি: দিনটোত সুস্থ, ধনী আৰু জ্ঞানী হৈ থাকিব ৷ বন্ধুবৰ্গ আৰু প্ৰিয়জনক লগ কৰাৰ পৰিকল্পনা কৰিব পাৰে ৷ সহকৰ্মীসকলৰ পৰা সহায়ৰ হাত পাব ৷ ঘৰুৱা পৰিৱেশৰ সুন্দৰ হ’ব ৷

কৰ্কট ৰাশি: শুভ দিন ৷ পেটৰ অসুখত ভূগিব পাৰে ৷ মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ উন্নত হ’ব ৷

সিংহ ৰাশি: সফলতা লাভ কৰিব ৷ মানসিক অস্থিৰতা বৃদ্ধি পাব পাৰে ৷ ইতিবাচক চিন্তা কৰক, স্বাস্থ্য সংক্ৰান্তীয় সমস্যাত জটিলতা এৰাই চলক ৷ আক্ৰমাণাত্মক প্ৰবৃত্তিক নিয়ন্ত্ৰণ কৰক ৷ ব্যয়ৰ প্ৰতি লক্ষ্য ৰাখক ৷ বিনিয়োগত লোকচান হ’ব পাৰে ৷ ভৱিষ্যততে বিনিয়োগৰ পৰিকল্পনা কৰিবৰ বাবে এটা ভাল দিন ৷ বৌদ্ধিক যুক্তিতৰ্ক আৰু আলোচনাৰ পৰা আতঁৰত থাকক ৷

কন্যা ৰাশি: প্ৰিয়জনৰ সৈতে সম্পৰ্ক উন্নত হ’ব ৷ লাভাম্বিত হ’ব ৷ সতৰ্ক হোৱা উচিত ৷ শাৰীৰিক আৰু মানসিক অশান্তিত ভূগিব পাৰে ৷ সম্পৰ্কীয় লোকৰ লগত হোৱা বিবাদে সম্পৰ্কত আঘাত সানিব পাৰে ৷ পানীৰ পৰা আঁতৰত থাকক ৷

তুলা ৰাশি: দিনটোৰ আৰম্ভণিতে সকলো ঠিক হ’ব ৷ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ অৱনতি ঘটি ক্লান্তি, উদ্বেগ আৰু নেতিবাচক মনোভাৱ হ’ব পাৰে ৷ যোগাসন আৰু ধ্যান কৰি তাৰ পৰা পৰিত্ৰাণ পাব পাৰে ৷ আক্ৰমণাত্মক প্ৰবৃত্তিয়ে দমন কৰিব পাৰে ৷ নতুন প্ৰকল্প আৰু কামত আৰম্ভ কৰিব পাৰে ৷

বৃশ্চিক ৰাশি: অপ্ৰয়োজনীয় বিবাদ আতঁৰ কৰাত সফল হ’ব ৷ স্বাস্থ্যৰ প্ৰতি যত্ন ৰাখক ৷ ব্যয় সীমিত হ’ব ৷ অত্যাধিক ব্যয়ে আৰ্থিকভাৱে আঘাত সানিব পাৰে ৷ শিক্ষাৰ্থীসকলৰ বাবে দিনটো কঠিন হ’ব পাৰে ৷

ধনু ৰাশি: দিনটো সমস্যাৰে জৰ্জৰিত হ’ব ৷ দ্ৰুতগতিত গাড়ী নচলাব ৷ দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছে ৷ অস্ত্ৰোপাচাৰ এৰাই চলক ৷ ব্যয় বৃদ্ধি হ’ব ৷ ধৈৰ্য ধৰক আৰু তৰ্ক কৰা আৰু জটিলতা সৃষ্টি কৰাৰ পৰা আতঁৰত থাকক ৷ স্বাস্থ্যৰ উন্নতি হ’ব ৷

মকৰ ৰাশি: পেচাদাৰী আৰু ব্যৱসায়ীকৰ বাবে দিনটো ফলপ্ৰসূ হ’ব ৷ ঘৰৰ পৰিৱেশ আৰামদায়ক হৈ থাকিব ৷ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ অধোনতি হ’ব পাৰে ৷ অতিৰিক্ত ব্যয়ে জেপ খালী কৰিব পাৰে ৷ সন্মান হানি কৰিব পৰা পৰিস্থিতিৰ পৰা আঁতৰি থাকক ৷

কুম্ভ ৰাশি: সকলো দিশতেই ফলদায়ক পৰিণাম লাভ কৰিব ৷ পদোন্নতি, বেতন বৃদ্ধি আৰু প্ৰশংসাৰ সম্ভাৱনা আছে ৷ স্বাস্থ্য ভালে থাকিব ৷ বন্ধু আৰু পৰিয়ালবৰ্গৰ লগত পিকনিক বা প্ৰমোদ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ গাৰ্হস্থ্য জীৱন সুখদায়ক আৰু আৰামদায়ক হ’ব ৷

মীন ৰাশি: শুভ দিন ৷ যিকোনো কামতে সফলতা লাভ কৰিব ৷ আৰ্থিক লাভৰ সম্ভাৱনা আছে ৷ শাৰীৰিক অৱনতি ঘটিব পাৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.