মেষ ৰাশি: স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷ ভ্ৰমণলৈ যাব পাৰে ৷ পৰিয়ালৰ লগত সম্পৰ্ক ভাল হ’ব ৷
বৃষ ৰাশি: সৌন্দৰ্যত মনোযোগ দিব ৷ খৰচ বৃদ্ধি ৷ প্ৰেমত শুভ ৷ পৰিয়ালৰ লগত সৰু ভ্ৰমণলৈ যাব ৷ দিনটো আনন্দৰে যাব ৷ দিনটো প্ৰায় ভাল ৷
মিথুন ৰাশি: দিনটো প্ৰায় ভাল ৷ ভাগ্য ভাল ৷ লক্ষ্যত সফল হʼব ৷ কৰ্ম জীৱনত পদোন্নতি হʼব পাৰে ৷ ব্যস্ততা বৃদ্ধি ৷ ইয়ে ব্যক্তিগত জীৱনক প্ৰভাৱান্বিত কৰিব ৷ সন্ধিয়া প্ৰায় ভাল হʼব ৷
কৰ্কট ৰাশি: পৰিয়ালৰ মাজত তৰ্ক-বিতৰ্ক হʼব পাৰে ৷ সন্তানৰ অসফলতাৰ বাবে নিৰুৎসাহী হৈ পৰিব পাৰে ৷ আনক নিন্দা আৰু নিৰুৎসাহী, পৰচৰ্চা কৰাৰ পৰা আঁতৰি থাকিব ৷ দিনটো প্ৰায় ভাল ৷
সিংহ ৰাশি: লক্ষ্যত সফল হয় ৷ সহজতে নিৰুৎসাহী হৈ নপৰিব ৷ গৌৰৱ অৰ্জন কৰিব ৷ পৰিয়ালৰ লগত সৰু ভ্ৰমণলৈ যাব ৷
কন্যা ৰাশি: কর্ম ব্যস্তাই ব্যক্তিগত জীৱনক প্ৰভাৱান্বিত কৰিব ৷ শান্ত হৈ থাকিব ৷ প্ৰেমত মনোযোগ দিব ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব ৷ সন্ধিয়া মানসিক চিন্তা হʼব পাৰে ৷
তুলা ৰাশি: প্ৰতিভা বিকাশৰ সুযোগ পাব ৷ কলাৰ প্ৰতি প্ৰেম হʼব ৷ ভাগ্য প্ৰায় ভাল ৷ ধন উপাৰ্জন কৰিব ৷ সৌভাগ্যবান হʼব ৷
বৃশ্চিক ৰাশি: কর্ম ব্যস্তাই ব্যক্তিগত জীৱনক প্ৰভাৱান্বিত কৰিব ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ বন্ধু-বৰ্গৰ লগত দিনটো আনন্দৰে কটাব ৷
ধনু ৰাশি: আনক নিন্দা আৰু নিৰুৎসাহী,পৰচৰ্চা কৰাৰ পৰা আঁতৰি থাকিব ৷ পৰৰ বিচাৰ নকৰিব ৷ কর্মক্ষেত্ৰত শান্ত হৈ থাকিব ৷
মকৰ ৰাশি: নতুন দায়িত্ব লাভ কৰিব ৷ অধ্যয়নৰ প্ৰতি আগ্ৰহ জন্মিব ৷ কর্ম ব্যস্ততা বৃদ্ধি ৷ ভাগৰি পৰিব ৷ নিৰুৎসাহী হৈ পৰিব ৷
কুম্ভ ৰাশি: শিক্ষার্থীয়ে ভাল ফলাফল লাভ কৰিব ৷ কঠোৰ পৰিশ্ৰমৰ ফল পাব ৷ কৰ্ম জীৱনত বন্ধু লাভ কৰিব ৷ প্ৰেমত শুভ ৷
মীন ৰাশি: কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব ,লক্ষ্য সফল হʼব ৷ কঠোৰ পৰিশ্ৰম কৰিলে সফল হʼব ৷ নতুন ব্যৱসায়ৰ পৰিকল্পনা কৰিব পাৰে ৷ প্ৰশংসা লাভ ৷ দিনটো প্ৰায় ভাল ৷ ঈশ্বৰৰ কৃপা দৃষ্টি লাভ কৰিব ৷