ETV Bharat / bharat

Daily horoscope for 29th July: আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল (Astrological predictions for the day)…

daily-horoscope-for-29th-july
আজিৰ দিনটোৰ ৰাশিফল
author img

By

Published : Jul 29, 2022, 5:05 AM IST

মেষ ৰাশি: মেষৰাশিৰ জাতক-জাতিকাসকলৰ কাৰণে সময়টো সংবেদনশীল ৷ আৱেগিক হৈ পৰিব ৷ কোনো বন্ধুৰ অপ্ৰত্যাশিত আচৰণে মনত আঘাত দিব পাৰে ৷ সম্পত্তি বা মাটি সম্বন্ধীয় চুক্তিত চহী নকৰিব ৷ উদ্বেগ আৰু দুশ্চিন্তাক দূৰ কৰিবলৈ যোগাভ্যাস, ধ্যান, আধ্যাত্মিকতাৰ চৰ্চা কৰক ৷

বৃষ ৰাশি: আৱেগিক হৈ পৰিব ৷ ভাগ্য ভাল ৷ দিনটো আৱেগৰে ভৰি থাকিব ৷ পুৰণি কোনো বন্ধুক লগ পাব ৷ নষ্টালজিক হৈ ৰ’ব ৷ মন ভালে থাকিব ৷ কল্পনাপ্ৰৱণ আৰু সৃজনশীল হৈ থাকিব ৷ আৰ্থিক সমস্যা হ’ব পাৰে ৷

মিথুন ৰাশি: আত্মীয়, প্ৰিয়জন বা বন্ধুসকলৰ সৈতে দিনটো আনন্দ, হাঁহি, ফুৰ্তিত পাৰ হ’ব৷ ক’ৰবাত যাবলগীয়া থাকিলে, সেয়া বাতিল কৰিব ৷ আৰ্থিক পৰিকল্পনা তৈয়াৰ কৰিবলগীয়া হ’ব পাৰে ৷ সকলো সমস্যাৰ সমাধান হ’ব ৷ কৰ্মক্ষেত্ৰত সফল হ’ব ৷

কৰ্কট ৰাশি: দিনটো আনন্দৰে কটাওক ৷ গ্ৰহ ভাল ৷ জুতিলগা খাদ্য উপভোগ কৰিব ৷ প্ৰেমত শুভ ৷

সিংহ ৰাশি: বিপাঙত পৰিব ৷ মনত দুখ পাব ৷ দৈনন্দিন কামবোৰ কৰাৰ ক্ষেত্ৰত নিয়মবোৰ ভালকৈ মানিব ৷ অন্যথা বিপদ আছে ৷ বিমোৰত পৰিব ৷ আৱেগিক হৈ পৰিব পাৰে ৷ সতৰ্ক থাকক, কথা বতৰা আৰু কামকাজত নিজক নিয়ন্ত্ৰণ কৰি চলক ৷ আইনী বিষয়ত বিশেষ সাৱধান হ’ব ৷ সম্ভৱ হ’লে আইনী বা আমোলাতান্ত্ৰিক সিদ্ধান্ত লোৱাৰ দিন পিছুৱাই দিয়ক ৷ কোনো মানুহৰ চক্ৰান্তৰ চিকাৰ হ’ব পাৰে ৷

কন্যা ৰাশি: সৌভাগ্যশালী হ’ব ৷ প্ৰাপ্তিৰ যোগ আছে ৷ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ বিবাহৰ বাবে উত্তম সময় ৷ ধনবৃদ্ধি হ’ব ৷ ব্যৱসায়ত প্ৰাপ্য ধন পোৱাৰ বাবে ক’ৰবাত ভ্ৰমণলৈ যাব পাৰে ৷

তুলা ৰাশি: সংবেদনশীল আৰু অনুভূতিশীল হৈ থাকিব ৷ আৱেগিক হৈ থাকিব ৷ লাভৱান হ’ব ৷ কৰ্মক্ষেত্ৰত ভাল ৷ কামৰ বাবে প্ৰশংসা পাব পাৰে ৷ সফল হ’ব, ব্যৱসায়ৰ উন্নতি হ’ব ৷

বৃশ্চিক ৰাশি: আৱেগিক হৈ থাকিব ৷ নিজক নিয়ন্ত্ৰণ কৰি চলক ৷ দিনটোৰ উত্থান-পতনে বিমোৰত পেলাব ৷ সৃষ্টিশীল কামত জড়িত হ’ব পাৰে ৷ কিছু অপ্ৰত্যাশিত সমস্যাত পৰিব পাৰে ৷ কৰ্মক্ষেত্ৰত ঈৰ্ষান্বিত প্ৰপতিপক্ষৰ সৈতে কথা নাপাতিব, সন্তানৰ সৈতেও আনকি কথা নাপাতিব ৷ ভ্ৰমণত শুভ ৷ ব্যয় বৃদ্ধি ৷

ধনু ৰাশি: আৱেগিক হৈ পৰিব ৷ স্বাস্থ্যৰ যতন লওঁক ৷ ব্যয় বৃদ্ধি ৷ কৰ্মব্যস্ততা বৃদ্ধি ৷ শৰীৰ আৰু মন ভাগৰুৱা হৈ পৰিব ৷ কোনো নতুন কাম আৰম্ভ নকৰিব ৷ স্বাস্থ্যকৰ খাদ্য ৰান্ধি খাব ৷

মকৰ ৰাশি: সৌভাগ্য লাভ কৰিব ৷ আৰ্থিক আৰু ব্যৱসায়িক উদ্যোগত সফলতা লাভ কৰিব ৷ লাভ বৃদ্ধি ৷ আনন্দ উপভোগ কৰিব পাৰে ৷ ভিন্ন সংস্কৃতিৰ আকৰ্ষণীয় মানুহৰ সৈতে সাক্ষাৎ হ’ব পাৰে ৷

কুম্ভ ৰাশি: খ্যাতি, সন্মান আৰু সামাজিক মৰ্যাদা বৃদ্ধি পাব ৷ লক্ষ্য বাস্তৱায়িত হ’ব ৷ সহকৰ্মীসকলে অপ্ৰত্যাশিতভাৱে সহযোগিতা কৰিব ৷ প্ৰশংসা লাভ ৷ ঘৰুৱা পৰিৱেশ আনন্দময় আৰু উজ্জ্বল হৈ থাকিব ৷ আনন্দ অনুভৱ কৰিব ৷ মানসিক আৰু শাৰীৰিক সুস্বাস্থ্য হ’ব ৷ ফুৰিবলৈ যাব ৷

মীন ৰাশি: প্ৰেমত শুভ ৷ চিন্তা কৰিব নালাগে ৷ কৰ্মক্ষেত্ৰত সফল হ’ব ৷ জীৱিকাৰ বাবে নতুন সুযোগ পাব ৷ আৱেগিক, মনোভাৱ অত্যধিক সংবেদনশীল হৈ থাকিব ৷ প্ৰিয়জনৰ সৈতে ভ্ৰমণলৈ যাব পাৰে ৷ সৃজনশীল কামকাজত জড়িত হ’ব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.