ETV Bharat / bharat

Daily Horoscope For 29th December: কেনে যাব আপোনাৰ আজিৰ দিনটো

author img

By ETV Bharat Assamese Team

Published : Dec 29, 2023, 6:00 AM IST

Daily Horoscope For 29th December: কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 29th December 2023
কেনে যাব আপোনাৰ আজিৰ দিনটো

মেষ ৰাশি: মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ কাৰণে সময়টো সংবেদনশীল । আজি আপোনাৰ মনত সকলো প্ৰকাৰ আৱেগৰ বান আহিব, আপুনি সকলো প্ৰকাৰ কাম কৰিবলৈ সাজু হৈ থাকিব । ইয়াত কোনো আশ্চৰ্য নাই যে, আপুনি ‘মোক নুচুব’ ধৰণৰ আচৰণ কৰি থাকিব । কোনো বন্ধুৰ অপ্ৰত্যাশিত আচৰণে আপোনাৰ মনত আঘাত দিব পাৰে । সম্পত্তি বা মাটি সম্বন্ধীয় সমস্যাত নোসোমাব । এইবোৰ সম্বন্ধীয় কোনো চুক্তিত চহী নকৰিব । আপুনি যদি পিতৃ-মাতৃক লৈ কোনো সমস্যাত থাকে, তেতিয়া হ’লে তেওঁলোকৰ সৈতে এই বিষয়ত কথা পাতক, মনে মনে খং কৰি বহি নাথাকিব । নেতিবাচক প্ৰভাৱ থকা মহিলাৰ পৰা দূৰত থাকক । উদ্বেগ আৰু দুশ্চিন্তাক দূৰ কৰিবলৈ সাঁতুৰিবলৈ যোৱাৰ সলনি যোগাভ্যাস, ধ্যান, আধ্যাত্মিকতাৰ চৰ্চা কৰক । পঢ়ুৱৈসকলৰ কাৰণে বৰ্তমান সময় বৰ কষ্টদায়ক ।

বৃষ ৰাশি: কালিৰ দৰে আজিও আপুনি আৱেগিক হৈ ৰ’ব ৷ গ্ৰহৰ অৱস্থানে আপোনাৰ দিনটোত ভাল প্ৰভাৱ পেলাব ৷ সেয়ে আপুনি স্বপ্নময়, প্ৰেমময় জগতত বিচৰণ কৰিব ৷ পুৰণি বন্ধুক সাক্ষাৎ কৰিলে আৱেগিক হৈ পৰিব ৷ আপুনি আজি নষ্টালজিক হৈ ৰ’ব, আৰু নিজৰ পৃথিৱীতেই নিমগ্ন হৈ ৰ’ব ৷ আপোনাৰ মনটো ভাল লাগিব, আপুনি কল্পনাপ্ৰৱণ আৰু সৃজনশীল হৈ থাকিব ৷ সৃজনাত্মক সৃষ্টিশীল ক্ৰিয়াকলাপত যুক্ত হ’ব ৷ প্ৰিয়জনৰ বাবে ৰন্ধাবঢ়া কৰক, কিয়নো এয়াও যে এক প্ৰকাৰৰ শিল্প ৷ অকস্মাৎ ভ্ৰমণ বা আৰ্থিক সমস্যাৰ যোগ আছে ৷

মিথুন ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে বৰ আকৰ্ষণীয় ৷ আত্মীয়, প্ৰিয়জন বা বন্ধুসকলৰ সৈতে আনন্দ, হাঁহি, ফুৰ্তিত পাৰ হ’ব দিনটো, তেওঁলোকৰ সৈতে সাক্ষাতে আপোনাক প্ৰচুৰ আনন্দ দিব ৷ আপোনাৰ যদি বাগদান বা বিবাহ অনুষ্ঠানৰ নিমন্ত্ৰণ থাকে, তেতিয়া হ’লে নোযোৱাকৈ নাথাকিব ৷ সন্ধিয়া আপোনাৰ ক’ৰবাত যাবলগীয়া থাকিলে, আপুনি হয়তো সেয়া বাতিল কৰিব, কিয়নো কিছু আৰ্থিক পৰিকল্পনা তৈয়াৰ কৰিবলগীয়া হ’ব পাৰে ৷ আৰম্ভণিত আপোনাৰ অলপ কষ্ট হ’ব ৷ কিন্তু চিন্তা কৰিব নালাগে, এয়া সাময়িক, অতি সোণকালেই সকলো সমস্যাৰ সমাধান হৈ যাব ৷ আপুনি বহুত সকাহ পাব, আনন্দও পাব ৷

কৰ্কট ৰাশি: বেয়া চিন্তা বাদ দি নতুন চিন্তাৰে দিনটোৰ আৰম্ভণি কৰক ৷ আজি আপুনি মানসিক আৰু শাৰিৰীকভাৱে দুৰ্বল অনুভৱ কৰিব আৰু মনোযোগেৰে কাম কৰাত ব্যৰ্থ হ'ব ৷ চকু ৰাখক যাতে পৰিয়াল আৰু আন সম্বন্ধিয়ৰ লগত মতবিৰোধ নহয় ৷ ছাত্ৰ-ছাত্ৰীসকলে ভাল ফল দেখুৱাব নোৱাৰিব ৷ বেয়া চিন্তাবোৰ মনৰ পৰা আঁতৰাই পেলাওক ৷

সিংহ ৰাশি: আজি আপোনাৰ আত্মবিশ্বাস সম্পূৰ্ণভাৱে বৃদ্ধি হ'ব ৷ যিকোনো কামৰ বাবে অতি সহজে সিদ্ধান্ত গ্ৰহণ কৰক ৷ আপুনি পিতৃ বা ডাঙৰৰ পৰা সহায় লাভ কৰিব ৷ সামাজিক মৰ্যদা বৃদ্ধি হ'ব ৷ খং ত্যাগ কৰি সাহসেৰে নিজৰ কথা ব্যক্ত কৰক ৷ শৰীৰে অলপ বাধাৰ সৃষ্টি কৰিব ৷

কন্যা ৰাশি: চাব যাতে আজি কাৰো সৈতে অযথা কথাত কাজিয়াৰ সূত্ৰপাত নহয় ৷ মানসিক অশান্তিয়ে শাৰীৰিক অসুস্থতা বৃদ্ধি কৰিব ৷ সৰু কথাতে বন্ধুৰ লগত মতবিৰোধ হ'ব পাৰে ৷ ধৰ্মীয় কামত ধন খৰচ হ'ব পাৰে ৷ শৰীৰৰ যত্ন লওক ৷ হুলস্তুল আৰু কাজিয়াৰ পৰা নিজকে আঁতৰাই ৰাখক ৷

তুলা ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে সুখ আৰু লাভদায়ক । সকলো ক্ষেত্ৰৰপৰা সুযোগ-সুবিধা পাব আৰু লাভৱান হ’ব । যাৰ ফলত আপোনাৰ মন ভালে থাকিব । লক্ষ্যণীয়ভাৱে আয়বৃদ্ধিৰ যোগ আছে । বন্ধুসকলৰ মনোৰঞ্জনৰ কাৰণে ব্যয় কৰিলে তাৰ প্ৰচুৰ লাভ পাব । ক’ৰবাত ফুৰিবলৈ গ’লে বা বনভোজনত গ’লে আজিৰ দিনটো অধিক স্মৰণীয় আৰু আনন্দদায়ক হৈ থাকিব । আপুনি যদি এতিয়া অবিবাহিত তেতিয়া হ’লে বিবাহৰ যোগ আছে । সুখাদ্য ভোজনৰ সম্ভাৱনা আছে ।

বৃশ্চিক ৰাশি: গণেশৰ কৃপাত আজি আপোনাৰ ভাগ্যই হাঁহি মাৰিব ৷ কৰ্মক্ষেত্ৰৰ পৰিবেশ সুন্দৰ হ'ব ৷ আপোনাৰ কামত বচ আনন্দিত আৰু সন্তুষ্ট হ'ব ৷ আজি হাতত লোৱা সকলো কাম নিৰ্বিঘ্নে সমাপ্ত হ'ব ৷ আমদানি বৃদ্ধি হ'ব আৰু পদোন্নতি হ'ব পাৰে ৷ সন্তানৰ কৃতিত্বই আপোনাক আনন্দিত কৰিব ৷

ধনু ৰাশি: শৰীৰ আজি বৰ ভালে নাযাব ৷ মানসিক উদ্দীগ্নতা শৰীৰিক অসুস্থতাৰ কাৰণ হ'ব পাৰে ৷ ব্যবসায়ত খেলিমেলিৰ সৃষ্টি হ'ব ৷ আপোনাৰ ব্যৱহাৰ সলনি কৰক ৷ সাবধানে সকলো কামত মনোনিবেশ কৰক আৰু প্ৰতিযোগিতা আৰু দন্দৰ পৰা আঁতৰি থাকক ৷

মকৰ ৰাশি: যোগাভ্যাস কৰক আৰু অলাগতিয়াল চিন্তাৰ পৰা আঁতৰি থাকক ৷ শৰীৰ বৰ ভালে নাযাব ৷ আপুনি কি খোৱা বোৱা কৰিছে তাৰ প্ৰতি চকু ৰাখক ৷ খঙক আৰু বেয়া চিন্তাৰ পৰা নিজক মুক্ত ৰাখক ৷ কৰ্মক্ষেত্ৰৰ পৰিবেশ আপোনাৰ অনুকুল নহ'ব ৷ এটা কথাত মন দিব যাতে আপোনাৰ অভিভাৱকৰ লগত যাতে কোনো বিৰূধিতা নহয় ৷

কুম্ভ ৰাশি: আপোনাৰ পাৰিবাৰিক জীৱন আজি অতি ৰোমাঞ্চিত হৈ উঠিব ৷ আজি সকলো কাম আপুনি সম্পূৰ্ণ আত্মবিশ্বাসেৰে কৰিব পাৰিব ৷ ভ্ৰমণৰ যোগ আছে ৷ ইজনে সিজনক কপোৰ বা আন উপহাৰ প্ৰদান কৰিব পাৰে ৷ পাৰিবাৰিক জীৱন সুখকৰ ৷ নতুন গাড়ী ক্ৰয় কৰাৰ যোগ আছে ৷

মীন ৰাশি: আজি আপোনাৰ কাৰণে এটা পবিত্ৰ দিন ৷ শৰীৰ আৰু মনৰ আত্মবিশ্বাস বৃদ্ধি হ'ব ৷ ঘৰত শান্তি আৰু সুখৰ পৰিবেশ বিৰাজ কৰিব ৷ আপোনাৰ সহকৰ্মীসকলৰ সহযোগিতা সকলোক্ষেত্ৰত লাভ কৰিব ৷ পিতৃৰ ফালৰ পৰা শুভ ৷ কৰ্মক্ষেত্ৰত আপোনাৰ দিনটো অত্যন্ত ভাল, আপোনাৰ জীৱিকাৰ বাবে নতুন সুযোগো পাব পাৰে ৷ প্ৰিয়জনৰ সৈতে আপুনি আজি যি সন্ধিয়া কটাব সেয়া আপোনাৰ বাবে স্মৰণীয় হৈ ৰ’ব ৷ ব্যয় বৃদ্ধি ৷ সৃজনশীল কাম-কাজৰ বাবে সময়টো ভাল ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.