ETV Bharat / bharat

Daily Horoscope for 28th May: আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল …

daily-horoscope-for-28th-may
Daily Horoscope for 28th May: আজি দিনটোৰ ৰাশিফল
author img

By

Published : May 28, 2022, 5:10 AM IST

মেষ ৰাশি : চিন্তাধাৰাবোৰ সলনিৰ চেষ্টা কৰিব ৷ আপোনাৰ বিচাৰধাৰা আৰু আলোচনাৰ ফল লাভ ৷ কৰ্মত সফলতা ৷ কৰ্ম জীৱনত বেয়া প্ৰভাৱ পৰিব পাৰে ৷ ধৈয্যৰ ফল লাভ ৷

বৃষ ৰাশি : দিনটো বিশেষ শুভ নহয় । দুচিন্তাৰ ফলত অশান্তি বৃদ্ধি পাব পাৰে ৷ শাৰীৰিক সমস্যাত ভূগিব পাৰে ৷ প্ৰিয়জনৰ সৈতে মতানৈক্য হোৱাৰ সম্ভাৱনা ৷ অধিক ব্যয়ৰ সম্ভাৱনা । কঠোৰ পৰিশ্ৰম পিছতো সুফল লাভ নকৰিব । ধৈয্যৰ ফল লাভ ৷ কোনো সিদ্ধান্তত উপনীত হোৱাৰ পূৰ্বে ভালদৰে চিন্তা কৰিব ৷

মিথুন ৰাশি : খং-ৰাগৰ বাবে আপোনাৰ কৰ্ম জীৱনত প্ৰভাৱ পৰিব পাৰে ৷ পৰচৰ্চাৰ পৰা বিৰত থাকক ৷ আনক বিচাৰ কৰিব গৈ বিপদত পৰিব পাৰে ৷

কৰ্কট ৰাশি : নতুন দায়িত্ব বহন কৰিব ৷ নতুন অধ্যয়নত ব্যস্ত হৈ পৰিব ৷ কাৰ্যত ভাগৰুৱা অনুভৱ ৷ নিৰুৎসাহিত হৈ পৰিব পাৰে ৷

সিংহ ৰাশি : মানসিক আৰু আৱেগিক চিন্তাধাৰাবোৰৰ সৈতে যুঁজিব ৷ আত্মসন্মান বঢ়াবলৈ আপোনাৰ বন্ধুৰ আগত মনৰ দুশ্চিন্তা প্ৰকাশ নকৰিব ৷ প্ৰেমত শুভ ৷

কন্যা ৰাশি : ভয়, নিৰাপত্তাহীন আৰু অনিশ্চয়তাত ভূগিব পাৰে ৷ বন্ধুত্ব লাভ ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷

তুলা ৰাশি : ধন সঞ্চয়ৰ ফলত ভৱিষ্যতে লাভৱান হ'ৱ ৷ সন্তানৰ সাফল্যই আনন্দ দিব ৷ কৰ্ম ক্ষেত্ৰত পদোন্নতি ৷ ধন লাভ ৷

বৃশ্চিক ৰাশি : সৰু-সুৰা দুৰ্ব্বলতাবোৰ আওঁকাণ কৰাৰ পৰিৱৰ্তে তাক লৈ বাদ-বিবাদ হোৱাৰ সম্ভাৱনা ৷ ক্ৰোধৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক ৷ পৰচৰ্চাৰ পৰা বিৰত থাকক ৷ শুভ দিন ৷ কৰ্ম পৰিহাৰ কৰি বিশ্ৰাম কৰিব ৷

ধনু ৰাশি : সাৱধানতাৰে কৰ্ম সম্পাদন কৰিব ৷ পুৰণি অসম্পূৰ্ণ কাৰ্যক সম্পন্ন কৰিব ৷ পুৰণি বাদ-বিবাদক সমাধানৰ চেষ্টা কৰিব ৷ কঠোৰ পৰিশ্ৰমৰ ফলত সুফল লাভ কৰিব ৷

মকৰ ৰাশি : কর্মত ব্যস্ত থকাৰ ফলত বন্ধু-বৰ্গৰ লগত আৰু ব্যক্তিগত জীৱন প্ৰভাৱান্বিত হʼব ৷ কার্য কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে ৷ কৰ্ম জীৱন ভাল বন্ধুত্বপূৰ্ণ হʼব ৷

কুম্ভ ৰাশি : কঠিন কৰ্মক সহজে সমাধা কৰিব ৷ আপোনাৰ আলোচনা পৰচৰ্চালৈ পৰিণত হ’ব পাৰে ৷ কৰ্ম জীৱনত বিৰূপ প্ৰভাৱ পৰিব পাৰে ৷ শুভ দিন ৷

মীন ৰাশি : খেলিমেলিত পৰিব পাৰে ৷ বিশৃংখলতাৰ সৃষ্টি হ'ব পাৰে ৷ নিৰ্দেশনাৰ ওপৰত ভৰসা ৰাখি নিৰ্ণয় লোৱা উচিত৷ খেলিমেলি পৰিব পাৰে ৷ কর্মত মনোযোগ দিব ৷ নতুন পৰিকল্পনা নকৰিব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.