ETV Bharat / bharat

Daily Horoscope For 27th October: আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল - আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 27th October 2023
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
author img

By ETV Bharat Assamese Team

Published : Oct 27, 2023, 4:52 AM IST

মেষ ৰাশি: অধিক কামৰ বোজা লোৱাৰ পৰা বিৰত থাকক ৷ এলাহভাবে কামবোৰ বিৰক্তিদায়ক কৰি তুলিব ৷ আজি পুনৰ খঙৰ বাবেই আজি আপোনাৰ ব্যক্তিগত আৰু কৰ্মজিৱনত কূ-প্ৰভাৱ পেলাব ৷ ধৰ্মক্ষেত্ৰ ভ্ৰমণ কৰক যি আপোনাৰ মনত শান্তি দিব ৷

বৃষ ৰাশি: যোগ আৰু ধ্যানে মনৰ শান্তি ঘুৰাই আনে ৷ আপুনি নিজকে যেতিয়া আপোনাক দিয়া কামৰ বাবে যোগ্য বুলি নাভাবে তেতিয়ালৈকে আপোনাৰ মনত শান্তি নাহে ৷ শৰীৰত বিষ ,অস্থিৰ মানসিক স্থিতি , নতুন আৰম্ভণিআদি চিন্তাই কাম শেষ কৰাত পলম কৰিব ৷ খোৱা আৰু শৰীৰৰ যত্ন লওক ৷ ভ্ৰমণবাতিল কৰক ৷

মিথুন ৰাশি: গণেশৰ কৃপাত আজিৰ দিনটো সকৰাত্মকভাৱে পাৰ হ’ব ৷ ঘৰুৱা পৰিবেশ সুন্দৰ হ’ব ৷ আপুনি ভাল পোৱা কামৰ মাজত আপোনাৰ দিন পাৰ হ’বআৰু সামাজিক প্ৰতিষ্ঠা লাভ কৰিব ৷ চিনেমা , ৰাতিৰ আহাৰ আদিয়ে আপোনাৰ আনন্দ আৰু বঢ়াই তুলিব ৷

কৰ্কট ৰাশি: চৰকাৰী চাকৰিয়াল আৰু নতুনকৈ কামত সোমোৱা সকল বিশেষভাৱে কাৰ্যালয়ৰ পৰিবেশৰ দ্বাৰা প্ৰভাবিত হ’ব ৷ সন্তান আৰু প্ৰিয়জনৰ লগত সুন্দৰ সময় পাৰ হ’ব, খৰচৰ মাত্ৰা বৃদ্ধি হ’ব, কিন্তু আপুনি সেইখিনি ভাল কামত খৰচ কৰিবলৈ পায় সন্তুষ্ট হ’ব ৷

সিংহ ৰাশি: গণেশৰ মতে এটা সম্পুৰ্ণ সুখেৰে ভৰা দিন ৷ আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যই আপোনাৰ কৰ্মকুশলতা বহাব, আৰু কামত আৰু আগবাঢ়িব পাৰিব ৷ আপোনাৰ কামে বচক সুখি কৰিব আৰু তেওঁলোকৰ পৰা ভাল বাৰ্তা লাভ কৰিব পাৰে ৷ এই সৌভাগ্য আপোনাৰ পৰিয়ালৰ লগতো ভাগ কৰক ৷

কন্যা ৰাশি: আইন সংক্ৰান্তীয় কাগজত চহী কৰাৰ আগতে চাই লওক ৷দিনটো বৰ সফল দেখা নাযায় ৷ আৰু তাৰ ফলত আপুনি মানসিক অশুষ্টতা অনুভব কৰিব ৷ পৰিয়ালৰ লগত বিশেষ কথাত ভুলবুজাবুজি হ’বপাৰে ৷কামৰ বোজাৰ পৰা সাবধান ৷

তুলা ৰাশি: নতুন আৰম্ভণি , নতুন সম্বন্ধ আৰু সুন্দৰ ভ্ৰমনে আপোনাৰ ভাতৃ ভগ্নীৰ লগত সম্পৰ্ক ভাল আৰু সন্তুষপূৰ্ণ কৰাত সহায়ক হ’ব৷ নতুন ব্যবসায় আৰম্ভনিৰ উত্তম সময় , বিদেশৰ পৰা ভাল খবৰ পাব পাৰে ৷ আপোনাৰ জমা টকা সুন্দৰ সুতত লাভ কৰিব ৷ শত্ৰুৰ লগত বিজয়ে আপোনাৰ মুখত হাহিঁ বিৰিঙাব ৷

বৃশ্চিক ৰাশি: আজি এটা মধ্যম দিন ৷ টকা পয়চাৰ ক্ষেত্ৰত আপোনাৰ কুশলতা বৃদ্ধি হ’ব আৰু ধৰ্মীয় ক্ষেত্ৰত টকা খৰচ হ’ব৷ সকলোৰে ব্যবহাৰৰ সলনিৰ ওপৰত চকু দিয়ক ,কাৰন তেওলোকে আপোনাৰ বিপক্ষে ষৰযন্ত্ৰ কৰিব পাৰে ৷ আপোনাৰ চাৰিওফালি অলপ বেয়া সময় চলি থকা যেন অনুভব হয় , হ’ব এইদৰেই দিনটো পাৰ হ’ব৷ ছাত্ৰ ছাত্ৰি সকলৰ বাবে ভাল সময় নহয় ৷

ধনু ৰাশি: গ্ৰহৰ দশা আজি অলপ ভাল ৷ লক্ষ্মী দেৱীৰ কৃপা আপোনাৰ ওপৰত বৰষিব, কামৰ ফল ভোগ কৰক ৷সামাজিক কামত কৃতকায্য হ’ব ৷ সুখত থাকক আৰু পৰিয়ালৰ সদস্য সকলৰ লগত সময় কটাৱক ৷ ভাল শৰীৰআৰু মনে পৰিয়ালৰ লগত পয্যটন ক্ষেত্ৰ ভ্ৰমণত উৎসাহিত কৰিব ৷

মকৰ ৰাশি: খঙৰ ওপৰত কাবু ৰাখক ৷ দিনটোৰ বেছিভাগ সময় টকাৰ লোকচানৰ বাবে যন্ত্ৰনাৰ মাজত কটাব লাগিব ৷ প্ৰিয়জনৰ লগত কাজিয়া হ’ব আৰু আইন কায্যই আপোনাক মানসিক ভাবে অপকাৰ কৰিব ৷ শান্ত থাকক আৰু এইবোৰ জিৱনৰ একোটা অংশ বুলি ভাবি লওক আৰু সোটৰ লগত উটি যাওক ৷

কুম্ভ ৰাশি: গ্ৰহৰ দশা ভাল, আপুনি কৰা কামৰ বাবে উপহাৰ আশা কৰিব পাৰে ৷ পৰিয়াল আৰু সন্তানৰ লগত সময় কটাব পাৰিব ,নতুন কাম আৰম্ভ কৰাৰ উত্তম সময় , সেইয়া ব্যবসৰয় বা সন্তানৰ ক্ষেত্ৰতো হ’বপাৰে ৷ আপোনাৰ দক্ষতা বৃদ্ধি হ’বআৰু সামাজিক ভাবে সন্মান লাভ কৰিব ৷ ভ্ৰমনৰ সুন্দৰ যোগ আছে ৷

মীন ৰাশি: কাৰ্যক্ষেত্ৰ আৰু পাৰিবাৰিক বিষয়ত এটা ভাগ্যশালী দিন বুলিব পাৰি ৷ ইশ্বৰৰ সৈতে সু-সম্পৰ্ক বজাই ৰাখিব পাৰিব আৰু লক্ষ্মী দেৱীৰ কৃপা বৰষি থাকিব ৷ ব্যবসায়ত উন্নতি হ’বআৰু ধাৰে দিয়া টকা ঘুৰাই পাব ৷ পিতৃৰ সুভকামনাৰ ফলত সমাজত আপোনাৰ স্থান উন্নত হ’ব৷শৰীৰৰ পৰা একো অশুবিধা নোপোৱাকৈ দিন পাৰ কৰিব পাৰিব ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.