ETV Bharat / bharat

আজিৰ দিনটোৰ ৰাশিফল - দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো ? চাওক দিনটোৰ ৰাশিফল...

daily horoscope
দিনটোৰ ৰাশিফল
author img

By

Published : Oct 27, 2021, 12:10 AM IST

মেষ ৰাশি : দিনটো মধ্যমীয়া ৷ কৰ্ম-ব্যৱসায়ত সতৰ্ক থকাটো ভাল ৷ লক্ষ্য সফল ৷ বন্ধু বৰ্গৰ সৈতে তৰ্কত জড়িত হৈ পৰিব পাৰে ৷ কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব ৷

বৃষ ৰাশি : কঠোৰ পৰিশ্ৰমৰ ফল নাপাবও পাৰে ৷ এলাহ ভাৱ পৰিহাৰ কৰক ৷ কর্ম-ব্যৱসায় বন্ধ কৰি আৰাম কৰিব পাৰে ৷ যুক্তিৰে সকলো কথা বিবেচনা কৰিব ৷ দিনটো কিছু খেলিমেলি হʼব ৷

মিথুন ৰাশি : কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব ৷ কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব, সফল হʼব ৷ ভাগ্য ভাল ৷ ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব পাৰিব ৷

কৰ্কট ৰাশি : দিনটো মধ্যমীয়া ৷ পৰিয়ালৰ মাজত তৰ্ক-বিতৰ্ক হʼব পাৰে ৷ পৰচৰ্চা কৰাৰ পৰা বিৰত থাকক ৷

সিংহ ৰাশি : জ্যেষ্ঠ জনৰ পৰা পৰামৰ্শ লোৱা ভাল ৷ পৰিশ্ৰমৰ ফল নাপাব ৷ খং-ৰাগৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব ৷ শান্ত হৈ কর্ম সম্পদন কৰক ৷ নতুন ব্যৱসায় কৰাত সতৰ্কতা অৱলম্বন কৰা উচিত ৷

কন্যা ৰাশি : কর্ম ব্যস্ততাৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব ৷ কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে ৷ প্ৰেমত শুভ ৷ পৰিয়ালৰ সৈতে সম্পর্ক ভাল ৷

তুলা ৰাশি : কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে ৷ পৰিয়ালৰ সৈতে সম্পর্ক ভাল ৷ প্ৰেমত শুভ ৷ শান্ত হৈ কর্ম সম্পাদন কৰক ৷ ধৈৰ্য্যশীল হওক, লাভৱান হ’ব ৷

বৃশ্চিক ৰাশি : প্ৰতিভাৰ সদ ব্যৱহাৰ কৰক ৷ কলাৰ প্ৰতি প্ৰেম হʼব ৷ নতুন পৰিকল্পনাৰে গৃহটো নিৰ্মাণ কৰিব পাৰে ৷ বিবাহৰ যোগ ৷ বিবাহৰ সংযোগত সফলতা লাভ ৷ ভাল বন্ধু লাভ ৷

ধনু ৰাশি : হানিকাৰক আলোচনা কৰাৰ পৰাৰ বিৰত থাকক ৷ পৰচৰ্চা নকৰিব ৷ দিনটো মধ্যমীয়া ৷

মকৰ ৰাশি : কৰ্ম-ব্যৱসায়ত মনোযোগ দিয়ক ৷ কর্মত ব্যস্ত থকাৰ ফলত ইয়াৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হ’ব ৷ প্ৰেমৰ সম্পৰ্কত মনোযোগ দিব ৷

কুম্ভ ৰাশি : যাত্ৰা হʼব পাৰে ৷ দিনটো আনন্দময় হʼব ৷ নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত ৷ আনৰ পৰা পৰামৰ্শ নল’ব ৷ শান্ত হৈ কর্ম কৰক ৷

মীন ৰাশি : বিপদৰ আশংকা কম যদিও কৰ্ম-ব্যৱসায়ত সতৰ্কতা হৈ থকাটো ভাল ৷ নতুন ব্যৱসায় কৰিলে সতৰ্কতা অৱলম্বন কৰা উচিত ৷ পৰিয়াল আৰু প্ৰেমৰ সৈতে সম্পর্ক ভাল ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.