ETV Bharat / bharat

Daily Horoscope For 27th February: আপোনাৰ দিনটোৰ ৰাশিফল, জানক কেনে যাব আপোনাৰ দিনটো - সপ্তাহটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল (Astrological predictions for the day)৷

Daily Horoscope For 27th February 2023
আপোনাৰ দিনটোৰ ৰাশিফল, জানক কেনে যাব আপোনাৰ দিনটো
author img

By

Published : Feb 27, 2023, 5:06 AM IST

মেষ ৰাশি: মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ কাৰণে দিনটো ইতিবাচক শক্তিৰে পৰিপূৰ্ণ । আজি আপুনি অত্যধিক তজবজীয়া হৈ থাকিব আৰু উৎসাহ-উদ্দীপনাৰে সৈতে কাম কৰিব । ধনদেৱীৰ আশীৰ্বাদ লাভ কৰিব ।

বৃষ ৰাশি: আজিৰ দিনটো সতৰ্ক হৈ থাকক । আজি আপুনি দুশ্চিন্তাত ভুগিব পাৰে ৷ খৰছ কৰাৰ সময়ত সাৱধানে থাকিব, কাৰণ অতিৰিক্ত ব্যয়ৰ আশংকা আছে ।

মিথুন ৰাশি: লাভদায়ক দিন । অবিবাহিতসকলে ভাল জীৱনসংগী বা জীৱনসংগিনী পাব পাৰে । আৰ্থিক লাভ ৷ চাকৰি বা ব্যৱসায়ত লাভ হ’ব আৰু আয়বৃদ্ধি হ’ব। আজিৰ এই ফলদায়ক দিনটোক সম্পূৰ্ণ সদ্ব্যৱহাৰ কৰক ।

কৰ্কট ৰাশি: আজিৰ দিনটো ধৰ্মীয় কৰ্মকাণ্ডৰ কাৰণে ভাল । মন্দিৰ দৰ্শনত গ’লে মনোবল বৃদ্ধি পাব আৰু মন ভাল লাগিব । পৰিয়ালৰ লোকৰ সৈতে সময় কটাব পাৰিলে প্ৰচুৰ আনন্দ আৰু পৰিতৃপ্তি পাব । আজি গোটেই দিনটো আপুনি সুস্থ আৰু সক্ৰিয় অনুভৱ কৰিব ।

সিংহ ৰাশি: আজি আপুনি সজাগ আৰু সতৰ্ক হৈ থাকক । স্বাস্থ্য সম্বন্ধীয় সমস্যা দেখা দিব পাৰে । প্ৰাৰ্থনা আৰু ধ্যান কৰিলে লাভৱান হ'ব ।

কন্যা ৰাশি: সন্তানৰ শৰীৰৰ চিন্তাই আপোনাৰ মন অশান্ত কৰি ৰাখিব, যাৰ ফলত আপোনাৰ উদ্দিগ্নতা বৃদ্ধি হব আৰু কায্যক্ষমতা হ্ৰাস পাব ৷ কায্যক্ষেত্ৰত আপোনাৰ সহকৰ্মী আৰু বচে কৰা সমালোচনাত মন নিদিব ৷ দিনটো যেনে তেনে পাৰ কৰি দিয়ক ৷

তুলা ৰাশি: প্ৰত্যেক খোজ সাৱধানে দিয়ক, আজিৰ পৃথিৱীখন আপোনাৰ বাবে সুখৰ নহয় ৷ কাজিয়া, তৰ্ক, খং আৰু বেয়া শৰীৰে আপোনাৰ শৰীৰত প্ৰভাৱ পেলাব পাৰে ৷ শান্ত থাকক আৰু প্ৰতি খোজতে সাৱধান হওক ৷ আজিৰ এটা ভাল দিশ ধনৰ দিশটো ৷ যিয়ে আপোনাক সুখী কৰি তুলিব ৷ কোনো ৰহস্যময় বিষয়ত আপুনি আপোনাৰ মন টানি নিয়া যেন অনুভৱ কৰিব ৷ কিন্তু ধৰ্মীয় কাম-কাজে মনক স্থিৰ কৰাত সহায়ক হ'ব ৷

বৃশ্চিক ৰাশি: আজিৰ দিনটো শুভ । অৱশ্যে নতুন কোনো কাম বা প্ৰকল্প হাতত নোলোৱাটো ভাল । আৰ্থিক দিশত সুফল লাভ । ভ্ৰমণৰ দিন পিছুৱাই দিয়ক ।

ধনু ৰাশি: আজি আপুনি দিনটো বিষণ্ণ হৈ থাকিব । পৰিয়ালৰ সদস্যৰ পৰা উষ্ম আন্তৰিকতা লাভ নকৰিব । সাংসাৰিক পৰিৱেশত হতাশাই দেখা দিব পাৰে ।

মকৰ ৰাশি: নতুন কাম আৰম্ভ কৰাৰ বাবে আজিৰ দিনটো শুভ । ব্যৱসায়ত উন্নতি ৷ আৰ্থিক লাভৰ যোগ । পঢুৱৈসকলে নিজৰ কাম অনায়াসত কৰি যাব পাৰিব ।

কুম্ভ ৰাশি: সকলো প্ৰকাৰৰ কাজিয়া-বিবাদৰপৰা আঁতৰত থাকক । ধৰ্মীয় কাম-কাজত খৰছ বৃদ্ধি । । ব্যৰ্থতা আৰু হতাশাই আগুৰি ধৰিব । বিভ্ৰান্তি আৰু সিদ্ধান্তহীনতাৰ সম্ভাৱনাক নুই কৰিব নোৱাৰি। এইবোৰৰ প্ৰভাৱ আপোনাৰ স্বাস্থ্যৰ উপৰত পৰিবলৈ নিদিব ।

মীন ৰাশি: আজিৰ দিনটো শুভ । এই সময় আপোনাৰ বাবে নিজৰ সিদ্ধাত নিজে গ্ৰহণ কৰাৰ সময় ৷ এই সিদ্ধান্তই আপোনাৰ ওপৰত ভাল প্ৰভাৱ পেলাব পাৰে ৷ আপোনাৰ কাৰ্যৰ দ্বাৰা দ্বাৰা আপুনি সামাজিকভাৱে নিজক প্ৰতিষ্ঠা কৰাত সফল হ'ব ৷ একে সময়তে আপুনি আপোনাৰ জীৱন সংগীৰ ফালৰ পৰাও সহযোগ লাভ কৰিব ৷ সংগীৰ লগত দীঘলীয়া যাত্ৰা কৰিব পাৰে ৷ আপোনাৰ প্ৰেমিকাই আপুনাৰ আগত কিবা গুপুত কথা ব্যক্ত কৰিব আৰু আপোনালোক ইজনে সিজনৰ বহুত ওচৰ চাপি আহিব ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.