মেষ ৰাশি: আজি আপোনাৰ মানসিক অৱস্থা আৰু শাৰীৰিক অসুস্থতাই আপোনাক আমনি কৰিব । অনাৱশ্যক ব্যয়বৃদ্ধি হোৱাৰ সম্ভাৱনা ৷ আপুনি দানধৰ্ম কৰিলে অসুবিধাত পৰিব পাৰে, গতিকে সাৱধানে থাকক ।
বৃষ ৰাশি: আনন্দময় দিন । লক্ষ্মী দেৱীৰ কৃপালাভ কৰিব ৷ ব্যৱসায়ত উন্নতি । বন্ধু আৰু প্ৰিয়জনৰ সহযোগিতা লাভ কৰিব । ভ্ৰমণৰ যোগ ৷
মিথুন ৰাশি: কৰ্মক্ষেত্ৰতো আপোনাৰ উদ্যম বৃদ্ধি পাব ৷ প্ৰশংসা লাভ কৰিব । আপোনাৰ সহকৰ্মীসকলেও আপোনাক সহায় কৰিব । ব্যক্তিগতভাৱে আপুনি আজিৰ দিনটো আনন্দৰে সৈতে পৰিয়ালৰ সৈতে কটাব । পদোন্নতিৰ যোগ ৷
কৰ্কট ৰাশি: আজি স্ত্ৰীভাগ্য আপোনাৰ অনুকূলত থাকিব । ভ্ৰমণৰ যোগ ৷ আজি আপুনি মানসিকভাৱে প্ৰফুল্ল আৰু শাৰীৰিকভাৱে সুস্থ হৈ থাকিব । কৰ্মক্ষেত্ৰত আৰ্থিক লাভ হ’ব পাৰে ৷ বিদেশত বা তীৰ্থযাত্ৰাত যোৱাৰ পৰিকল্পনা বাস্তৱায়িত হ’ব পাৰে ।
সিংহ ৰাশি: স্বাস্থ্যৰ প্ৰতি সতৰ্ক থাকিব লাগিব । ঔষধ ক্ৰয় কৰাৰ নামত খৰচ বৃদ্ধি হ’ব পাৰে । আজি গোটেই দিনটো আপোনাক কিছু নেতিবাচক চিন্তাই আমনি দি থাকিব । ধ্যান কৰিলে মানসিক শান্তি লাভ কৰিব ।
কন্যা ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে শুভ । ব্যৱসায়ৰ দিশত শুভ । নতুন পোছাক ক্ৰয় কৰিব পাৰে । ভ্ৰমণৰ যোগ ।
তুলা ৰাশি: আজি দিনটো শাৰীৰিকভাৱে সুস্থ হৈ থাকিব । কৰ্মক্ষেত্ৰত লাভবান হ’ব । ব্যক্তিগত দিশত আজি আপুনি দিনটো হয়তো আনন্দেৰে পৰিয়ালৰ সৈতে কটাব । আজি আপুনি সকলো কামতে সফল হ’ব ।
বৃশ্চিক ৰাশি: আজি কাৰো সৈতে কাজিয়াত লিপ্ত নহ’ব । সন্তানক লৈ দুশ্চিন্তাই আপোনাক আমনি দিব । সম্ভৱ হ’লে ভ্ৰমণ এৰাই চলক। কঠোৰ পৰিশ্ৰম কৰক ।
ধনু ৰাশি: আজি আপোনাৰ মানসিক অৱস্থা আৰু শাৰীৰিক অসুস্থতাই আপোনাক আমনি কৰিব । অনাৱশ্যক ব্যয়বৃদ্ধি হোৱাৰ সম্ভাৱনা ৷ আপুনি দানধৰ্ম কৰিলে অসুবিধাত পৰিব পাৰে, গতিকে সাৱধানে থাকক । আৰ্থিক ক্ষতিৰ যোগ । মাতৃৰ স্বাস্থ্যই আপোনাক দুশ্চিন্তাত পেলাব । স্বাস্থ্যৰ যত্ন লওক ৷
মকৰ ৰাশি: আজি আপুনি দিনটো বন্ধু আৰু পৰিয়ালৰ সৈতে আনন্দ-উৎসাহৰ সৈতে কটাব পাৰে । ভ্ৰমণৰ যোগ ৷ বৃত্তিধাৰী আৰু পঢ়ুৱৈসকলৰ বাবে আজিৰ দিনটো সুবিধাজনক । আজি আপুনি নিজৰ প্ৰতিযোগীসকলক চেৰ পেলাই যাব । আপুনি নিজৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যক লৈ হতাশ হৈ থাকিব। আৰ্থিক লাভৰ সম্ভাৱনা আছে । নতুন কাম হাতত লোৱাৰ বাবে আজিৰ দিনটো ভাল ।
কুম্ভ ৰাশি: বিভিন্ন বিষয়ত আপুনি ভালকৈ কোনো সিদ্ধান্ত নোৱাৰিব । অনাৱশ্যক ব্যয় এৰাই চলক । আপুনি নিজৰ মুখত লেকাম টানি ৰাখিব নোৱাৰিলে পৰিয়ালৰ লোকৰ সৈতে আপোনাৰ কাজিয়া লাগি যাব পাৰে । পঢ়ুৱৈসকলে পঢ়াশুনাত মনোযোগী হ’ব লাগিব । সফল হ’বলৈ হ’লে সময় লাগে । ধৈৰ্য ধৰক ।
মীন ৰাশি: নিজৰ প্ৰেয়সীৰ সাক্ষাৎ পাবলৈ আপুনি ৰ’ব নোৱাৰা হ’ব, অফিচৰ কাম শেষ কৰিয়ে ঘৰলৈ উভতাৰ বাবে খৰধৰ কৰিব, পাৰিলে ফোন কৰিয়ে তেওঁক মিঠা মিঠা প্ৰেমৰ কথা কৈ দিয়ক । এইবোৰ চাই আনে বিৰক্ত হ’ব পাৰে, সেইবোৰ লৈ আপুনি চিন্তা কৰিব নালাগে । কৰ্মক্ষেত্ৰত আপোনাৰ দিনটো অত্যন্ত ভাল, আপোনাৰ জীৱিকাৰ বাবে নতুন সুযোগো পাব পাৰে, তথাপি আজি আপুনি সকলতকৈ অধিক প্ৰাধান্য দিব লা্গিব আপোনাৰ ব্যক্তিগত জীৱনক । আপুনি আৱেগিক, আপোনাৰ মনোভাৱ অত্যধিক সংবেদনশীল । প্ৰিয়জনৰ সৈতে আপুনি আজি যি সন্ধিয়া কটাব সেয়া আপোনাৰ বাবে স্মৰণীয় হৈ ৰ’ব । আপুনি আজি উদাৰভাৱে খৰছ কৰিব, কাৰণ কোনো বস্তু বিনামূল্যত পোৱা নাযায় । সৃজনশীল কামকাজৰ বাবে সময়টো ভাল ।