ETV Bharat / bharat

Daily horoscope for 26th September: আজিৰ দিনটোৰ ৰাশিফল

author img

By

Published : Sep 26, 2022, 6:34 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল (Astrological predictions for the day)

daily-horoscope-for-26th-september-2022
আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: পৰোপকাৰী হৈ উঠিব ৷ কোনো জটিল পৰিস্থিতিৰ পৰা সকাহ পাব ৷ মানসিক শান্তি লাভ কৰিব ৷

বৃষ ৰাশি: পঢ়ুৱৈসকলৰ পঢ়াৰ প্ৰতি আগ্ৰহ জন্মিব ৷ স্বাস্থ্যৰ প্ৰতি নজৰ দিব ৷ কঠোৰ পৰিশ্ৰম কৰাৰ পিছতো আকাংক্ষিত ফল নাপাব পাৰে ৷

মিথুন ৰাশি: পুখুৰী, নদী আদিৰ পৰা দূৰত থাকক ৷ মদ্যপান নকৰিব ৷ গোটেই দিনটো কিবা কথাত অত্যধিক চিন্তাত থাকিব ৷ টোপনি ক্ষতি হ’ব পাৰে ৷ পৰিয়ালৰ লোকৰ সৈতে বিবাদত লিপ্ত নহ’ব ৷ ভ্ৰমণ নকৰিব ৷

কৰ্কট ৰাশি: দিনটো আনন্দ আৰু সুখেৰে পৰিপূৰ্ণ হৈ থাকিব ৷ নতুন প্ৰকল্প আৰম্ভ কৰিব পাৰিব আৰু বন্ধু তথা প্ৰিয়জনৰ সৈতে সাক্ষাৎ হ’ব ৷ সৰুসুৰা ভ্ৰমণে দিনটোক অধিক আনন্দময় কৰি তুলিব ৷

সিংহ ৰাশি: দিনটো মধ্যমীয়া ৷ পৰিয়ালৰ সৈতে দিনটো ভালকৈ পাৰ হ’ব ৷ সমস্যাত পৰিব পাৰে ৷ আৰ্থিক দিশত দিনটো ভাল নহয় ৷ কামকাজত সামান্য নিয়ম-শৃংখলা মানি চলক ৷

কন্যা ৰাশি: নম্ৰ ব্যৱহাৰ আৰু মিঠা মাতেৰে সকলোকে মুগ্ধ কৰি দিব ৷ বৌদ্ধিক উন্নতি হ’ব ৷ চিন্তাধাৰা সলনি হ’ব ৷ শাৰীৰিক আৰু মানসিক স্বাস্থ্য ভালে থাকিব ৷

তুলা ৰাশি: দিনটো বৰ ভাল নহয় ৷ অধিক সতৰ্ক হৈ থাকক ৷ স্বাস্থ্য বৰ বেয়া হৈ থাকিব, ইয়াক আওকাণ নকৰিব ৷ নভবাকৈ, নিচিন্তাকৈ কোনো কথা কৈ কাকো অপমান কৰি নিদিয়ে যেন, লক্ষ্য ৰাখিব ৷ খঙৰ উপৰত নিয়ন্ত্ৰণ ৰাখক ৷ দিনটো বিভিন্ন সমস্যাত থাকিব ৷

বৃশ্চিক ৰাশি: দিনটো অনুকূল ৷ খৰচ বৃদ্ধি ৷ আয় বৃদ্ধি হোৱাৰ যোগ আছে ৷ কামক লৈ ঊৰ্ধ্বতনসকল সুখী হ’ব ৷ জীৱনসংগী বা জীৱনসংগিনীও সুখী হ’ব ৷

ধনু ৰাশি: গ্ৰহ শুভ ৷ সুখী হ’ব ৷ লক্ষ্যত সফল হ’ ব ৷ পদোন্নতি হ’ব পাৰে ৷ ব্যবসায়ীসকলৰ ব্যবসায়িক ভ্ৰমণৰ যোগ আছে ৷

মকৰ ৰাশি: এটা মিশ্ৰিত ফলদায়ক দিন ৷ বৌদ্ধিক কাম আৰম্ভ কৰাৰ উত্তম সময় ৷ কলা আৰু সাহিত্যত প্ৰতিভা বিকাশ কৰিব পাৰিব ৷ চৰকাৰী কামত অসুবিধাৰ সন্মূখীন হ’ব ৷ শৰীৰৰ যত্ন ল’ব ৷

কুম্ভ ৰাশি: খং উঠিব পাৰে ৷ শান্ত হৈ থাকিব ৷ অত্যধিক চিন্তা নকৰিব ৷ চুৰ কৰা আৰু অন্যান্য অবৈধ কাৰ্যকলাপৰ পৰা দূৰত থাকক ৷ নেতিবাচক মনোভাৱ এৰাই চলক আৰু ভাবি চিন্তি কথা পাতক ৷ পৰিয়ালত কোনোবাৰ বিবাহৰ সম্ভাৱনা আছে ৷ ব্যয় বৃদ্ধি ৷

মীন ৰাশি: গ্ৰহ অনুকূল ৷ ব্যৱসায়ত নতুন অংশীদাৰিত্বৰ বাবে দিনটো অতি উত্তম ৷ ক’ৰবাত ফুৰিবলৈ যাব পাৰে ৷ পৰিয়ালৰ লোকক সৈতে সম্পৰ্ক আৰু অধিক মজবুত হ’ব ৷ সফলতাই স্বীকৃতি কঢ়িয়াই আনিব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.