মেষ ৰাশি : আজিৰ দিনটো আপোনাৰ বাবে লাভদায়ক হ'ব । নতুন যোগাযোগৰ ফলত সুফল লাভ । খৰচ বৃদ্ধিৰ সম্ভাৱনা । ব্যৱসায়ত সফল হ’ব পাৰে । বয়োজ্যেষ্ঠৰ পৰা সু-পৰামৰ্শ লাভ । সন্তানৰ উন্নতি । অকস্মাৎ সৌভাগ্যৰ উদয় হ’ব পাৰে । ভ্ৰমণৰ যোগ ৷
বৃষ ৰাশি : চাকৰিয়াল সকলৰ বাবে শুভ দিন ৷ সহকৰ্মীৰ পৰা সহযোগিতা লাভ কৰিব ৷ পদোন্নতি হ'ব পাৰে ৷ বৈবাহিক জীৱন আনন্দময় হ'ব ৷
মিথুন ৰাশি : শান্ত আৰু নম্ৰ বাক্যই কাৰোবাক উৎসাহিত কৰিব পাৰে । পৰিয়ালৰ পৰিচৰ্যাত বাধা আহিবলৈ নিদিব ৷ পৰিয়ালৰ যতন ল'ব কৰ্মক্ষেত্ৰত সুফল লাভ ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷ খৰচ বৃদ্ধি ৷
কৰ্কট ৰাশি : দিনটো শুভ ৷ কৰ্মত মনোযোগ দিলে সফল হʼব ৷ কঠোৰ পৰিশ্ৰমৰ সুফল লাভ ৷ প্ৰশংসা লাভ ৷ ব্যৱসায়ীৰ বাবে শুভ দিন ৷ ধন লাভ ৷
সিংহ ৰাশি : বিপদত পৰিব পাৰে ৷ কঠোৰ পৰিশ্ৰমৰ ফল লাভ নকৰিব পাৰে ৷ এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ কৰ্মত মনোযোগ দিব ৷ চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ কৰ্মত কঠোৰ পৰিশ্ৰম কৰিলে সুফল লাভ কৰিব ৷
কন্যা ৰাশি : প্ৰতিভা বিকাশ ৷ নিজৰ ওপৰত আশ্বাস ভৰসা ৰাখিলে সফল হ'ব ৷ আপুনি নিজৰ অর্জনৰ ওপৰত গৌৰৱ কৰিব ৷
তুলা ৰাশি : সতৰ্কতা অৱলম্বন কৰা উচিত ৷ আজি আপুনি বহুতো ব্যক্তিক আঘাত কৰিব পাৰে ৷ প্ৰেমত শুভ ৷ উচিত পথত থাকিলে সফল হ'ব ৷
বৃশ্চিক ৰাশি : কৰ্মব্যস্ততা ৷ চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ কৰ্মজীৱন আনন্দময় হ'ব ৷ আনৰ পৰা প্ৰশংসা লাভ ৷ ব্যৱসায়ত উন্নতি ৷
ধনু ৰাশি : ব্যৱসায়ত ব্যস্ততা বৃদ্ধি ৷ কঠিন কৰ্ম সহজতে সমাধা কৰিব ৷ কঠোৰ পৰিশ্ৰম কৰিব ৷
মকৰ ৰাশি : চেয়াৰ বজাৰত লগোৱা টকাই আপোনাক প্ৰচুৰ লাভ দিব ৷ ধন লাভ ৷ প্ৰিয়জনক আঘাত দিব পাৰে ৷ গৃহলক্ষ্মীসকলে ঘৰৰ বাহিৰটো তেওঁলোকৰ কাম কৰাৰ ক্ষমতা দেখুৱাব পাৰিব ৷ ছাত্ৰ-ছাত্ৰী সকলৰ পঢ়া-শুনাৰ ক্ষেত্ৰত বাধা ৷ বিপৰীত চিন্তাৰ পৰা মনক আঁতৰাই ৰাখক ৷
কুম্ভ ৰাশি : শুভ দিন ৷ চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব অন্যথা বিপদত পৰিব পাৰে ৷ খেলিমেলিত পৰিব পাৰে ৷ কৰ্মক্ষেত্ৰত কঠোৰ পৰিশ্ৰমৰ ফলত সুফল লাভ ৷ জীৱনৰ অনাৱশ্যকীয় চিন্তাধাৰাবোৰৰ পৰা নিজক আঁতৰাই ৰাখক ৷
মীন ৰাশি : আত্মবিশ্বাস হেৰুৱাৰ ফলত কৰ্মজীৱনত প্ৰভাৱ পৰিব পাৰে ৷ সতৰ্কতা অৱলম্বন কৰা উচিত৷ সাৱধানে থাকিব ৷ সক্ৰিয়তা অনুভৱ ৷ আপুনি সফল হ'ব ৷ ধন লাভ ৷