ETV Bharat / bharat

Daily Horoscope for 25th May: আজি দিনটোৰ ৰাশিফল - আপোনাৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল …

daily-horoscope-for-25th-may
Daily Horoscope for 25th May: আজি দিনটোৰ ৰাশিফল
author img

By

Published : May 25, 2022, 5:03 AM IST

মেষ ৰাশি: যুক্তিৰে চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ লক্ষ্যত সফল হʼব ৷ প্ৰেমত শুভ ৷ সৌন্দৰ্যৰ প্ৰতি মনোযোগ দিব ৷

বৃষ ৰাশি: কঠোৰ পৰিশ্ৰম কৰিলে সফল হʼব ৷ দিনটো প্ৰায় ভাল হʼব ৷ খৰচ বৃদ্ধি ৷ প্ৰেমত শুভ ৷

মিথুন ৰাশি: নিজৰ ওপৰত ভাৰসা ৰাখিলে লক্ষ্যত সফল হ’ব ৷ সঠিক মনোবৃত্তি আহৰণ কৰাৰ যোগেদি সফল হʼব ৷ সহজতে নিৰুৎসাহিত হৈ নপৰিব ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব ৷ লাভ বৃদ্ধি ৷

কৰ্কট ৰাশি: দিন প্ৰায় ভাল ৷ সফল হʼব ৷ দিনটো পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব ৷ নাম আৰু সুনাম হʼব ৷ প্ৰেমত শুভ ৷

সিংহ ৰাশি: শাৰীৰিক সমস্যা হ’ব পাৰে ৷ মানসিক অশান্তিয়ে অসুবিধা দিব ৷ ধৰ্মত মন দিয়ক ৷ ইশ্বৰৰ কৃপা দৃষ্টি লাভ কৰিব ৷

কন্যা ৰাশি: দিনটো সক্ৰিয় অনুভৱ কৰিব ৷ দিনটো ভাল হʼব ৷ সফল হʼব ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ কৰ্মত লক্ষ্যত উপনীত হ’ব ৷ ব্যৱসায়-কৰ্মত মনোযোগ দিব ৷ কৰ্ম-ব্যৱসায়ত সিদ্ধান্ত লওঁতে খেলিমেলি হʼব ৷ নিৰুৎসাহিত নহ’ব ৷ কৰ্মক্ষেত্ৰত মনোযোগ দিব ৷

তুলা ৰাশি: নিন্দা আৰু নিৰুৎসাহিত,পৰৰ্চচা কৰাৰপৰা আঁতৰি থকা উচিত ৷ পৰৰ বিচাৰ নকৰিব ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ দিনটো আনন্দৰে কটাব ৷ কর্মক্ষেত্ৰত শান্ত হৈ থাকিব ৷ খং-ৰাগৰ পৰা আঁতৰি থকাসকল সফল হʼব ৷

বৃশ্চিক ৰাশি: দিনটো প্ৰায় ভাল হʼব ৷ কঠোৰ পৰিশ্ৰম কৰিলে সফল হ’ব ৷ প্ৰশংসা লাভ ৷ সতৰ্কতা অৱলম্বন কৰিব ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷

ধনু ৰাশি: দুঃচিন্তা হ’ব পাৰে ৷ মানসিক অশান্তি হতাশা হʼব পাৰে ৷ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷ ইশ্বৰৰ কৃপা দৃষ্টি লাভ কৰিব ৷

মকৰ ৰাশি: গ্ৰহ ভাল ৷ সহযোগিতা লাভ ৷ আয় বৃদ্ধি ৷ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ভাল দিন ৷ নাম আৰু সুনাম হʼব ৷ প্ৰেমত শুভ ৷

কুম্ভ ৰাশি: অদৰকাৰি আলোচনাত ভাগ লোৱাৰ পৰা আঁতৰত থাকক ৷ পৰিয়ালৰ লগত তৰ্ক-বিতৰ্ক হ’ব পাৰে ৷ খৰচ বৃদ্ধি ৷ খাদ্যভাসৰ ওপৰত চকু ৰাখিব ৷ স্বাস্থ্যৰ প্ৰতি মনোযোগ দিব ৷

মীন ৰাশি: খৰচ বৃদ্ধি হʼব পাৰে ৷ সাৱধান হওঁক ৷ ভাগ্য ভাল হʼব ৷ মানসিক অশান্তিয়ে অসুবিধা দিব ৷ ধৰ্মত মন দিয়ক ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.