ETV Bharat / bharat

আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো ? চাওক দিনটোৰ ৰাশিফল...

daily horoscope
দিনটোৰ ৰাশিফল
author img

By

Published : Oct 24, 2021, 12:01 AM IST

মেষ ৰাশি : দিনটো শুভ ৷ পৰিয়ালৰ সৈতে সম্পর্ক উন্নত ৷ বজাৰ কৰিবলৈ যাব পাৰে ৷ সন্তানৰ যতন লওক ৷

বৃষ ৰাশি : ব্যক্তিগত জীৱনত মনোযোগ দিয়ক ৷ দিনটো কিছু খেলিমেলি হʼব পাৰে ৷ খং-ৰাগ নিয়ন্ত্ৰণ কৰক, ই সম্পর্কত প্ৰভাৱ পেলাব পাৰে ৷ শান্ত হৈ কৰ্ম সম্পাদন কৰক ৷ প্ৰেমৰ সম্পর্কই ব্যক্তিগত জীৱন প্ৰভাৱান্বিত কৰিব ৷

মিথুন ৰাশি : যুক্তিৰে সকলো কথা বিবেচনা কৰিব ৷ পৰিয়ালৰ মাজত তৰ্ক-বিতৰ্ক হʼব পাৰে ৷ শান্ত হৈ যিকোনো সিদ্ধান্ত লওক ৷

কৰ্কট ৰাশি : দিনটো মধ্যমীয়া ৷ চিন্তাধাৰাবোৰ উন্নত ৷ পদোন্নতি হʼব পাৰে ৷ প্ৰশংসা লাভ ৷ ঈশ্বৰৰ কৃপা দৃষ্টি বৰষিব ৷

সিংহ ৰাশি : ব্যৱসায়ত মনোযোগ দিয়ক ৷ কর্মত ব্যস্ত হৈ থকাৰ ফলত ইয়াৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব ৷ পৰচৰ্চাৰ পৰা আঁতৰি থকা উচিত ৷ প্ৰশংসা লাভ ৷

কন্যা ৰাশি : নিজৰ ওপৰত ভৰষা ৰাখক ৷ ভাবি-চিন্তি যিকোনো সিদ্ধান্ত লওক ৷ কর্মত মনোযোগ দিয়ক ৷ ধন-সম্পত্তিৰ পৰা অধিক ধন উপাৰ্জন কৰিব ৷

তুলা ৰাশি : কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব, লক্ষ্য সফল ৷ কৰ্ম উন্নত কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব ৷ অৱশ্যে সফল হʼব ৷ প্ৰশংসা লাভ ৷ নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে ৷ ব্যৱসায়ত সফল, লাভাৰ্জন ৷

বৃশ্চিক ৰাশি : খনন কৰি যদি কোনো বহুমূলীয়া ৰত্ন-মণি পাই, তেনেহ’লে তাক সাধাৰণভাৱে নিজৰ জেপত ভৰাই সন্তুষ্ট মনৰে তাৰ পৰা গুচি যাব ৷ নীতি-নিয়ম মানি চলিব ৷ পৰিশ্ৰমৰ ফল লাভ ৷ কৰ্ম-ব্যৱসায়ৰ ক্ষেত্ৰত নথিপত্ৰ সুস্থিৰে পঢ়িহে চহী কৰিব ৷

ধনু ৰাশি : বিপদৰ আশংকা নাই ৷ কিন্তু কৰ্ম-ব্যৱসায়ত সতৰ্ক থকাটো ভাল ৷ টকা-পইচা অহাত পলম হʼব পাৰে ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷

মকৰ ৰাশি : যুক্তিৰে সকলো কথা বিবেচনা কৰিব ৷ দিনটো খেলিমেলি হʼব পাৰে ৷ কৰ্ম উন্নত কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব ৷

কুম্ভ ৰাশি : বহু ব্যক্তিৰ লগত সংযোগ স্থাপন হʼব ৷ মন পচন্দৰ কাৰ্যই আনন্দিত কৰি তুলিব ৷ অযথা বিবাদৰ পৰা বিৰত থাকক ৷

মীন ৰাশি : কৰ্ম-ব্যৱসায়ত মনোযোগ দিয়ক ৷ কৰ্মত বাধা আহিব পাৰে ৷ সতৰ্ক থাকক ৷ কঠোৰ পৰিশ্ৰমৰ ফল নাপাব পাৰে ৷ হতাশ নহ’ব, পুনৰ চেষ্টা কৰিব ৷ লক্ষ্যত সফল হʼব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.