ETV Bharat / bharat

Daily Horoscope for 24th February: আজিৰ দিনটোৰ ৰাশিফল

author img

By

Published : Feb 24, 2022, 5:33 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো ? চাওক দিনটোৰ ৰাশিফল...

daily-horoscope-for-24th-february
Daily Horoscope for 24th February: আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি : কঠোৰ কাৰ্য সহজতে কৰি সফল কৰিব ৷ কোনো ব্যক্তি লগত সংযোগ হʼব ৷ আপোনাৰ পছন্দ কাৰ্যই সহায় কৰিব ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷ লʼৰা-ছোৱালীৰ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷

বৃষ ৰাশি : পৰিয়ালৰ লগত আনন্দৰে পাৰ কৰিব ৷ দিনটো আনন্দময় ৷ আনৰ পৰা পৰামৰ্শ নল’ব ৷ কর্ম কৰোতে শান্ত হৈ থাকিব ৷

মিথুন ৰাশি : স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷ শান্ত হৈ কাম কৰিব ৷ নাৰীৰ বাবে দিনটো ভাল ৷ প্ৰশংসা লাভ ৷ বন্ধু-বৰ্গৰ লগত ভাল ৷ কৰ্মত ভাল ৷ ব্যৱসায়ত সফল হʼব ৷ লাভ হʼব ৷

ককৰ্ট ৰাশি : নতুন অধ্যয়নৰ সক্ৰিয় অনুভৱ হʼব ৷ হতাশ নহ'ব ৷ কঠোৰ পৰিশ্ৰমৰ মাজত আনন্দ লাভ কৰিব ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ বন্ধু-বৰ্গৰ লগত আনন্দময় হʼব ৷

সিংহ ৰাশি : ভাগ্য ভাল ৷ ধন উপাৰ্জন কৰিব ৷ জ্যেষ্ঠৰ পৰা পৰামৰ্শ লোৱা ভাল হʼব ৷ প্ৰশংসা লাভ ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ কৰিব ৷ দিনটো প্ৰায় ভাল ৷ কৰ্ম জীৱনত পদোন্নতি লাভ কৰিব পাৰে ৷ কর্মত ব্যস্ত থকাৰ ফলত আপোনাৰ ব্যক্তিগত জীৱন প্ৰভাৱান্বিত হʼব ৷

কন্যা ৰাশি : নতুন ব্যৱসায় হাতত ল’ব পাৰে ৷ প্ৰেমত ভাল ৷ এলেহুৱা ভাৱ আহিব পাৰে ৷

তুলা ৰাশি: কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ নতুন কৰ্ম লক্ষ্য লাভ ৷ ধন-সম্পত্তিৰ পৰা আমদানি ভাল হʼব পাৰে ৷ অধিক ধন উপাৰ্জন কৰিব পাৰিব ৷ ভাল ফল লাভ ৷ প্ৰশংসা লাভ ৷

বৃশ্চিক ৰাশি : যুক্তিসংগত আৰু চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ কৰ্ম জীৱনত ভাল বন্ধুত্ব লাভ ৷ সতৰ্কতা অৱলম্বন কৰা উচিত৷ খৰচ বৃদ্ধি ৷

ধনু ৰাশি: প্ৰেমত ভাল ৷ দিনটো আনন্দময় হʼব ৷ পৰিয়ালৰ লগত সময় কটোৱাৰ কথা ভাবিব পাৰে ৷

মকৰ ৰাশি : দিনটো প্ৰায় ভাল ৷ কর্মত কঠোৰ পৰিশ্ৰমৰ মাজত আনন্দিত হ’ব ৷ প্ৰশংসা লাভ ৷ তথাপিও সতৰ্কতা অৱলম্বন কৰা উচিত ৷ শিক্ষাৰ্থীসকলৰ অধ্যয়নৰ প্ৰতি আগ্ৰহ জন্মিব ৷ প্ৰেমত ভাল ৷ বিয়া আৰু সংযোগত সফলতা লাভ হʼব ৷ বিবাহিত জীৱন আনন্দময় হʼব ৷

কুম্ভ ৰাশি: নিজৰ প্ৰতিভা শিল্পী গুণাগুণ ব্যৱহাৰ কৰিব ৷ ভাগ্য প্ৰায় ভাল ৷

মীন ৰাশি : দিনটো আনন্দময় হʼব ৷ আপোনাৰ ধাৰ্মিক উৎসৱসমূহৰ উৎযাপন হʼব পাৰে ৷ নতুন বস্তু বা ব্যৱসায় উদঘাটন কৰিব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.