ETV Bharat / bharat

Daily Horoscope For 23rd December : আজিৰ দিনটোৰ ৰাশিফল - আপোনাৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো ? চাওক দিনটোৰ ৰাশিফল...

Daily Horoscope
আজিৰ দিনটোৰ ৰাশিফল
author img

By

Published : Dec 23, 2021, 5:11 AM IST

মেষ ৰাশি : দিনটো শুভ ৷ কৰ্মত মনোযোগ দিয়ক ৷ ভাগ্য ভাল ৷ কৰ্ম জীৱন উন্নত ৷ ভ্ৰমণৰ যোগ ৷ ড্ৰাইভ সাৱধানে আৰু সুস্থিৰে কৰিব ৷

বৃষ ৰাশি : দিনটো মধ্যমীয়া ৷ বিপৰীত লিংগৰ ব্যক্তিৰ সৈতে ভাল বন্ধুত্ব স্থাপন হʼব ৷ প্ৰেমত শুভ ৷ বিবাহৰ যোগ ৷ বিবাহৰ সংযোগত সফলতা লাভ ৷ ভাগ্য প্ৰায় ভাল ৷

মিথুন ৰাশি : দিনটো কিছু কঠিন হ’ব ৷ আৱেগৰ বশৱৰ্তী নহ’ব ৷ পৰিয়ালৰ মাজত তৰ্ক-বিতৰ্ক হʼব পাৰে ৷ খং-ৰাগ নিয়ন্ত্ৰণ কৰক ৷ ইয়াৰ প্ৰভাৱ কৰ্ম জীৱনত পৰিব ৷ জ্যেষ্ঠজনৰ পৰামৰ্শ গ্ৰহণ কৰক ৷ সন্তানৰ যতন লওক ৷

কৰ্কট ৰাশি : দিনটো শুভ ৷ ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব ৷ পৰিয়ালৰ সৈতে সম্পর্ক ভাল হʼব ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ নিজৰ কৰ্ম-ব্যৱসায় আৰু প্ৰেমৰ সম্পর্কত মনোযোগ দিয়ক ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ বন্ধু-বৰ্গৰ সৈতে পাৰ্টি হ’ব পাৰে ৷

সিংহ ৰাশি : দিনটো শুভ ৷ কৰ্ম জীৱন উন্নত ৷ প্ৰশংসা লাভ ৷

কন্যা ৰাশি : ব্যক্তিগত জীৱনত সুখী হোৱাটো নিজৰ ওপৰত নিৰ্ভৰ কৰে ৷ বন্ধু-বৰ্গ আৰু প্ৰেমাস্পদৰ সৈতে পাৰ্টি হ’ব পাৰে ৷ দিনটো প্ৰায় শুভ ৷ নিজৰ কৰ্ম-ব্যৱসায় আৰু প্ৰেমৰ সম্পর্কত মনোযোগ দিয়ক ৷ সন্ধিয়া প্ৰেমাস্পদৰ সৈতে সময় কটাব ৷ মানসিক আৰু শাৰীৰিক স্বাস্থ্য উন্নত ৷

তুলা ৰাশি : দিনটো কিছু খেলি-মেলি হ’ব পাৰে ৷ মানসিক অশান্তি হʼব পাৰে ৷ অৱশ্যে সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ বন্ধু-বৰ্গৰ সৈতে দিনটো আনন্দময় হʼব ৷

বৃশ্চিক ৰাশি : আপোনাৰ শান্ত বা মধুৰ বাক্যই শ্ৰোতাক উৎসাহিত কৰিব পাৰে ৷ পৰিয়াল উপাসনাত কেতিয়াও বাধা আহিবলৈ নিদিব ৷ বিয়লি কৰ্ম জীৱনত ভাল বন্ধু লাভ হ’ব ৷ তথাপিও সতৰ্কতা অৱলম্বন কৰা উচিত ৷ ভাগ্য প্ৰায় ভাল ৷ ব্যৱসায়ত সফল ৷

ধনু ৰাশি : দিনটো শুভ ৷ লক্ষ্যত সফল ৷ পৰিশ্ৰমৰ ফল লাভ ৷ গ্ৰহৰ স্থান ভাল ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷

মকৰ ৰাশি : দিনটো শুভ ৷ কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷ যিজন ধৈৰ্যশীল হয়, তেওঁ লাভৱান হ’ব ৷ খং-ৰাগৰ প্ৰভাৱ কৰ্ম জীৱনত পৰিব পাৰে ৷ শান্ত হৈ কৰ্ম কৰক ৷ প্ৰেমত শুভ ৷

কুম্ভ ৰাশি : দিনটো মধ্যমীয়া ৷ নিজ কৰ্মত মনোযোগ দিয়ক ৷ পৰিয়ালৰ সৈতে সময় অতিবাহিত কৰক ৷ প্ৰেমাস্পদৰ সৈতে সময় অতিবাহিত কৰক ৷

মীন ৰাশি : দিনটো শুভ ৷ নিজৰ কৰ্ম-ব্যৱসায়ত মনোযোগ দিয়ক ৷ সকলো কথা যুক্তিৰে বিবেচনা কৰিবলৈ যত্ন কৰক ৷ প্ৰেমত মধ্যমীয়া ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.