ETV Bharat / bharat

Daily Horoscope For 22nd February: আপোনাৰ দিনটোৰ ৰাশিফল, জানক কেনে যাব আপোনাৰ দিনটো - আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল (Astrological predictions for the day) ৷

Daily Horoscope For 22nd February 2023
আপোনাৰ দিনটোৰ ৰাশিফল, জানক কেনে যাব আপোনাৰ দিনটো
author img

By

Published : Feb 22, 2023, 5:00 AM IST

মেষ ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে আনন্দদায়ক হৈ ৰ’ব । আৰ্থিক লাভ হ'ব পাৰে । সৰুসুৰা ভ্ৰমণৰ সম্ভাৱনা হয় । কঠোৰ পৰিশ্ৰমৰ বাবে আজিৰ দিনটো ভাল । আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য আজি উত্তম হৈ থাকিব ।

বৃষ ৰাশি: ভাল ব্যৱহাৰৰ দ্বাৰা সকলোৰে মন জয় কৰিবলৈ সক্ষম হ'ব । স্বাস্থ্যজনিত সমস্যাত ভুগিব পাৰে । বাহিৰৰ খাদ্য বৰ্জন কৰক । কৰ্মত মনোনিবেশ কৰিব পাৰিব ৷

মিথুন ৰাশি: আজি আপুনি মাতৃক লৈ আৱেগিক হৈ থাকিব । তৰ্ক বিবাদ এৰাই চলক । প্ৰিয়জনৰ সৈতে সামান্য বিবাদ হ’ব পাৰে । ভ্ৰমণৰ বাবে দিনটো শুভ ।

কৰ্কট ৰাশি: আপুনি ভ্ৰাতৃৰ দ্বাৰা উপকৃত হ’ব পাৰে । বন্ধুৰ সৈতে সময় কটাব পাৰে । সুন্দৰ ঠাইত ফুৰিব যাব পাৰে । আজি আপুনি সকলো কামত সফল হ’ব । শত্ৰুৱে কোনো ক্ষতি কৰিব নোৱাৰিব । সৌভাগ্যবৃদ্ধি হ'ব পাৰে ।

সিংহ ৰাশি: আজিৰ দিনটো মধ্যমীয়া । আজিৰ দিনটোত সাৱধানে চলিব । পৰিয়ালৰ সহায় সহযোগিতা লাভ কৰিব । অনাৱশ্যক ব্যয় এৰাই চলক । আপুনি কঠোৰ পৰিশ্ৰম কৰাৰ পিছতো প্ৰত্যাশিত ফল নাপাব পাৰে ।

কন্যা ৰাশি: আজিৰ দিনটো আপোনাৰ কাৰণে ভাল । আজি আপুনি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ থাকিব । ধনদেৱী আপোনাৰ প্ৰতি প্ৰসন্ন থাকিব আৰু আজিৰ দিনটো আপোনাৰ আৰ্থিকভাৱে আনন্দৰ দিন । বন্ধু আৰু প্ৰিয়জনসকলৰ সৈতে আপোনাৰ আজি বহুত ভাল সময় যাব । যি কোনো ধৰণৰ ভ্ৰমণ আজি আপোনাৰ কাৰণে ভাল ।

তুলা ৰাশি: অলপ জিৰনি আৰু চিন্তা মুক্ত থাকি নিজকে অলপ সতেজ কৰক ৷ আপুনি কৰা মনপচন্দৰ কামত সুন্দৰ ফল লাভ কৰাৰ যোগ ৷ আপোনাৰ ধাৰনা কৰিব পৰা শক্তিয়ে আপোনাক উপযুক্ত পথৰ সন্ধান দিব ৷ বিদেশৰ পৰা পোৱা ভাল খবৰ আৰু মহিলা সহকৰ্মীসকলৰ সহযোগিতাই আপোনাক উৎসাহ যোগাব ৷ আপোনাৰ সবল মানসিক শক্তিৰে আৰু ভালদৰে কামত মনোনিবেশ কৰক ৷ প্ৰয়োজনতকৈ অধিক আশা নকৰাটো ভাল ৷

বৃশ্চিক ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে লাভদায়ক । আপুনি বিচৰা সকলো ধৰণৰ জাগতিক সুখ আজি ভোগ কৰিব পাৰিব । বিবাহপ্ৰাৰ্থীসকলৰ বাবে দিনটো শুভ । আপুনি আপোনাৰ বন্ধুক লগ পাব পাৰে ৷ ভ্ৰমণৰ যোগ ৷

ধনু ৰাশি: ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ কাৰণে আজিৰ দিনটো বৰ ভাগ্যশালী । ব্যৱসায়ৰ বাবে ভ্ৰমণৰ যোগ । পদোন্নতিৰ যোগ । আপুনি পিতৃ আৰু ঘৰৰ বয়োজ্যেষ্ঠসকলৰপৰা উপকৃত হ’ব পাৰে ।

মকৰ ৰাশি: এটা সাধাৰণ দিন । সাহিত্যৰ সৈতে জড়িত লোকৰ বাবে দিনটো শুভ । চৰকাৰী কাম-কাজত অসুবিধাৰ সৃষ্টি হ'ব পাৰে । দিনৰ শেষত আপুনি ভাগৰুৱা অনুভৱ কৰিব পাৰে ।

কুম্ভ ৰাশি: আজি কোনো অবৈধ ক্ৰিয়াকলাপত যুক্ত নহ’ব । মানসিকভাৱে ভাগি পৰিব পাৰে । ক্ৰোধৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক । ধ্যান কৰক ৷

মীন ৰাশি: আইনী কামত সাৱধান হওক ৷ ধন ঘটাৰ সহজ পথ বাচনি নকৰিব ৷ অদৰকাৰি আলোচনাৰ পৰা নিজক আঁতৰাই ৰাখক ৷ ঘৰৰ পৰা আৰু প্ৰিয়জনৰ পৰা আঁতৰত থকাই আপোনাক অশান্তি দিব আৰু আপোনাৰ মনোযোগ হানি হ'ব ৷ বিশেষকৈ নজনাকে কতো টকা জমা নাৰাখিব ৷ সকলো ক্ষেত্ৰতে সতৰ্ক থাকক ৷ ধৰ্মীয় আৰু সামাজিক কামত খৰছ বৃদ্ধি ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.