ETV Bharat / bharat

Daily Horoscope for 22nd April: আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো ? চাওক দিনটোৰ ৰাশিফল …

daily-horoscope-for-22nd-april
আজিৰ দিনটোৰ ৰাশিফল
author img

By

Published : Apr 22, 2022, 5:06 AM IST

মেষ ৰাশি : খং-ৰাগৰ বাবে আপোনাৰ সম্পর্কত প্ৰভাৱ পৰিব পাৰে ৷ কৰ্মত এলেহুৱা অনুভৱ ৷ হতাশ অনুভৱ কৰিব পাৰে ৷ দিনটো প্ৰায় শুভ ৷ মন্দিৰ ভ্ৰমণ কৰিব পাৰে ৷

বৃষ ৰাশি : স্বাস্থ্য ভালে ৰখাত মনোযোগ দিয়ক ৷ মানসিকভাৱে হতাশাত ভুগিব পাৰে ৷ বাহিৰা খাদ্য আৰু যাত্ৰাৰ পৰা বিৰত থাকক ৷ দুর্ঘটনা হোৱাৰ সম্ভাৱনা ৷

মিথুন ৰাশি : ব্যৱসায়ত লাভ ৷ কৰ্মক্ষেত্ৰত ব্যস্ততা ৷ প্ৰেমত শুভ ৷

কৰ্কট ৰাশি : আপোনাৰ কৰ্ম জীৱনত অশান্তি হʼব পাৰে ৷ পৰিষ্কাৰ-পৰিচ্ছন্নতা অৱলন্বন কৰক ৷

সিংহ ৰাশি : সক্ৰিয়তা অনুভৱ | দিনটো শুভ ৷ কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷ ধৈৰ্য্যৰ ফল লাভ ৷

কন্যা ৰাশি : দিনটো বিশেষ শুভ নহয় ৷ এলাহ আৰু অমনযোগিতাৰ ফলত কৰ্মত বাধা ৷ প্ৰিয়জন আৰু পৰিয়ালৰ পৰা পোৱা অপমানে আপোনাক অশান্তি দিব ৷ মাতৃৰ স্বাস্থ্যৰ বাবে চিন্তাত পৰিব পাৰে ৷ সাৱধান থাকক ৷ আইনী কামত সাৱধানতা অৱলম্বন কৰক ৷

তুলা ৰাশি : ধৰ্মীয় স্থান পৰিভ্ৰমণ কৰক ৷ পৰিয়ালৰ সৈতে ভাল সময় পাৰ কৰিব ৷ কৰ্মত সফলতা ৷ আনৰ পৰা প্ৰশংসা লাভ ৷

বৃশ্চিক ৰাশি : কথা কোৱাৰ সময়ত সাৱধানতা অৱলন কৰক ৷ গ্ৰহৰ প্ৰভাৱত ঘৰুৱা পৰিস্থিতিত জটিলতা ৷ পৰিয়ালৰ সদস্যৰ সৈতে মনোমালিন্য হ’ব পাৰে ৷ আপোনাৰ কথাই কাৰোবাক আঘাত দিব পাৰে ৷ শান্ত থাকক ৷ ছাত্ৰ-ছাত্ৰী সকলৰ পঢ়া-শুনাৰ ক্ষেত্ৰত বাধা ৷

ধনু ৰাশি : ব্যক্তিগত জীৱনত সুখী অনুভৱ কৰিব পাৰে । বন্ধু আৰু প্ৰিয়জনৰ সৈতে ভাল সময় পাৰ কৰিব | দিনটো প্ৰায় শুভ ৷ ব্যৱসায় আৰু প্ৰেম সম্পর্কৰ ক্ষেত্ৰত মনোযোগ দিব ৷ প্ৰিয়জনৰ সৈতে সময় কটাব ৷ মানসিক চিন্তা দূৰ হ'ব ৷

মকৰ ৰাশি : দিনটো মধ্যমীয়া ৷ অপ্ৰয়োজনীয় ব্যয়ৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ ৰাখক । কথা কোৱাৰ সময়ত সাৱধানতা অৱলন কৰক । শান্ত আৰু নম্ৰ থাকিলে সংসাৰত সুখ-শান্তি লাভ ৷ ধৰ্মীয় কাৰণত খৰছ বৃদ্ধি । ছাত্ৰ-ছাত্ৰীসকলৰ বাবে দিনটো বৰ এটা শুভ নহয় ৷

কুম্ভৰাশি : আনন্দময় দিন ৷ কৰ্ম জীৱনত পদোন্নতিৰ সম্ভাৱনা ৷ ধন লাভ ৷ ব্যৱসায়ত আমদানি ৷ অধিক ধন উপাৰ্জন ৷

মীনৰাশি : আনন্দময় দিন ৷ কৰ্মত মনোযোগ দিলে সফল হ'ব ৷ আনৰ পৰা প্ৰশংসা লাভ ৷ ব্যৱসায়ত সফলতা ৷ জ্যেষ্ঠজনৰ পৰামৰ্শৰ ফলত সুফল লাভ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.