ETV Bharat / bharat

Daily horoscope for 20th July: আজিৰ দিনটোৰ ৰাশিফল

author img

By

Published : Jul 20, 2022, 5:05 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল(Astrological predictions for the day)…

daily-horoscope-for-20th-july
আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: কম সময়ত অধিক লাভ পোৱাৰ আশাত কোনো কাম নকৰিব, বিপদত পৰিব পাৰে ৷ কোনো আইনী কাৰ্য পৰা আঁতৰত থাকক; আৰ্থিক লেনদেনত সৰ্তক হওঁক ৷ একাগ্ৰতাৰ অভাৱ হব পাৰে । দিনটোৰ প্ৰথম ভাগত দুৰ্ঘটনা হ’ব পাৰে ৷ সাৱধানতাৰে গাড়ী চলাওক ৷ সন্ধিয়া সময়ত শাৰীৰিকভাৱে অধিক সক্ৰিয় অনুভৱ কৰিব ৷ ধৰ্মীয় যাত্ৰা কৰিব পাৰে ৷ নতুন কাম আৰম্ভ কৰিব পাৰে ৷ অপ্ৰত্যাশিত অৰ্থ লাভ কৰিব পাৰে ৷

বৃষ ৰাশি: পৰিয়াল বা সন্তানৰ ভাল খবৰে প্ৰফুল্লিত কৰি ৰাখিব ৷ শৈশৱৰ বন্ধুক লগ পাব পাৰে আৰু স্মৃতি ৰোমন্থন কৰিব পাৰে ৷ ব্যৱসায়ীসকলৰ বাবে এটা সফল দিন ৷ সঠিক স্থানত বিনিয়োগ কৰিব ৷ আইনী বিষয়ক লেনদেনত সতৰ্ক হওক ৷ ব্যয় বৃদ্ধি ৷

মিথুন ৰাশি: কৰ্তৃপক্ষ কামৰ দ্বাৰা সন্তুষ্ট হ’ব ৷ ব্যৱসায়ীসকলৰ বাবে লাভ বৃদ্ধি হ’ব ৷ ধন লাভ কৰিব ৷ জ্যেষ্ঠজনৰ পৰা আশীৰ্বাদ লাভ কৰিব ৷ বন্ধু আৰু পৰিয়াল বৰ্গৰ লগত সামাজিক অনুষ্ঠানত উপস্থিত থাকিব পাৰে ৷ অপ্ৰত্যাশিত আৰ্থিক লাভ হোৱাৰ সম্ভাৱনা আছে ৷

কৰ্কট ৰাশি: দিনটোৰ প্ৰথমভাগ গভীৰ চাপৰ মাজেৰে পাৰ হ’ব ৷ কৰ্মস্থলীত বাধাৰ সন্মূখীন হ’ব ৷ ই বিৰক্ত কৰিব পাৰে ৷ আৰ্থিক স্থিতি উন্নত হোৱাৰ সম্ভাৱনা আছে ৷

সিংহ ৰাশি: পৰিয়ালকেন্দ্ৰিক বিবাদ হব পাৰে ৷ অবৈধ আৰু অনৈতিক কাম কাজৰ পৰা বিৰত থাকক, ই সমস্যাত পেলাব পাৰে ৷ নেতিবাচক চিন্তাধাৰাই কঠিন দিনটো আৰু কঠিন কৰি তুলিব পাৰে ৷

কন্যা ৰাশি: দিনটো আনন্দৰে কটাব ৷ বন্ধবৰ্গৰ লগত ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ ব্যৱসায়িক পাৰ্টনাৰ লগত ভাল সম্পৰ্ক থাকিব ৷ হঠাতে স্বাস্থ্যৰ অৱনতি হ’ব পাৰে ৷ ধন ব্যয় হ’ব ৷ অপ্ৰত্যাশিত আৰ্থিক লাভ হ’ব পাৰে ৷

তুলা ৰাশি: একাগ্ৰতা, দৃঢ়তা আৰু আত্মবিশ্বাসেৰে কাম সম্পূৰ্ণ কৰিলে সফল হ’ব ৷ গাৰ্হস্থ্যজীৱন সুখৰ আৰু শান্তিপূৰ্ণ হ’ব ৷ স্বাস্থ্য ভালে থাকিব ৷ মনক নিয়ন্ত্ৰিত কৰি ৰাখক ৷

বৃশ্চিক ৰাশি: আৱেগ প্ৰবল হোৱাৰ সম্ভাৱনা আছে ৷ মানসিক ভাৰসাম্যতা বজাই ৰাখক ৷ শিক্ষাৰ্থীসকলৰ বাবে শুভ ৷ ঘৰ আৰু কৰ্মস্থলীত সকলো কাম সুচাৰু ৰূপে কৰিব ৷

ধনু ৰাশি: ঘৰত সুখ শান্তি বৰ্তাই ৰাখিব ৷ মাতৃৰ স্বাস্থ্যৰ যত্ন লওক ৷ আৰ্থিক আৰু সামাজিক স্থিতিত বিৰোপ প্ৰভাৱ পৰিব পাৰে, সেয়ে সতৰ্ক হওক ৷ প্ৰিয়জনৰ লগত দিনটো আনন্দৰে কটাওক ৷ শিক্ষাৰ্থীৰ বাব ভাল দিন ৷

মকৰ ৰাশি: একাগ্ৰ আৰু দৃঢ়তাৰে কাম কৰিলে সফল হ’ব ৷ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব লগা হ’ব পাৰে ৷ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ দিনটোৰ অন্তত নিৰাশাবাদী অনুভৱ কৰিব পাৰে ৷ কোনো অবাঞ্চিত পৰিস্থিতিৰ সন্মূখীন হ’ব পাৰে ৷ সম্পত্তি বা সম্পদৰ কোনো লেনদেন কৰোতে যত্নৱান হওক ৷ মাতৃৰ যত্ন লওক ৷

কুম্ভ ৰাশি: সাৱধানতা অবলম্বন কৰিব ৷ মনত নেতিবাচক চিন্তাক বাহ পাতিব নিদিব ৷ সতৰ্ক হওক ৷ খাদ্যৰ প্ৰতি লক্ষ্য ৰাখক, অস্বাস্থ্যকৰ খাদ্যই স্বাস্থ্যৰ হানি কৰিব পাৰে ৷ অসম্পূৰ্ণ কামসমূহ সফলতাৰে সম্পূৰ্ণ কৰিব ৷ সৃষ্টিমূলক কামকাজে নাম আৰু খ্যাতি প্ৰদান কৰিব ৷

মীন ৰাশি: শুভ দিন ৷ ইতিবাচক শক্তিয়ে উৎসাহ আৰু উদ্দীপনা যোগাব ৷ নতুন কাম আৰম্ভ কৰিব পাৰে ৷ ঘৰত পৰিয়ালৰ লগত অলপ সময় কটাওক ৷ মনৰ শান্তিৰ বাবে ধৰ্মীয় কাম কাজ কৰিব পাৰে, কিন্তু অত্যাধিক ব্যয় কৰাৰ পৰা আঁতৰি থাকক ৷ সৰু সৰু কথাত খং নকৰিব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.