মেষ ৰাশি: দিনটো প্ৰায় ভাল হ’ব ৷ সফলতা লাভ কৰিব ৷ চিন্তাশক্তি উন্নত হ’ব ৷ মানসিক চিন্তা হʼব পাৰে ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ দিনটো আনন্দৰে পাৰ হʼব ৷ সমনীয়াৰ লগত সম্পৰ্ক ভাল হ’ব ৷
বৃষ ৰাশি: পৰিয়ালৰ লগত সম্পৰ্ক ভাল হ’ব ৷ পৰিয়ালৰ লগত ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ ব্যৱসায়ত শুভ ৷ মান-সন্মান বৃদ্ধি ৷ আয় বৃদ্ধি ৷
মিথুন ৰাশি: কর্ম ব্যস্ততা বৃদ্ধি ৷ অধ্যয়নৰ প্ৰতি আগ্ৰহ জন্মিব ৷ কোনো কোনো ক্ষেত্ৰত ভাগৰি পৰিব পাৰে ৷ সাৱধানতা অৱলম্বন কৰিব ৷ প্ৰেমত শুভ ৷
কৰ্কট ৰাশি: স্বাস্থ্যৰ প্ৰতি নজৰ দিব ৷ হজম শক্তি হ্ৰাস পাব ৷ মানসিকভাৱে কিছু অশান্তি পাব পাৰে ৷ খৰচ বৃদ্ধি ৷ খং-ৰাগ বৃদ্ধি পাব ৷ ভ্ৰমণৰ পৰিকল্পনা নকৰাই ভাল ৷
সিংহ ৰাশি: যুক্তিৰে সমস্যাৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ কোনো সিদ্ধান্ত লওঁতে খেলিমেলি হʼব পাৰে ৷ কঠোৰ পৰিশ্ৰম কৰিলে সফল হʼব ৷
কন্যা ৰাশি: নতুন ব্যৱসায় আৰম্ভ নকৰাই ভাল ৷ প্ৰেমত শুভ ৷ দিনটো প্ৰায় ভাল হ’ব ৷ সফলতা লাভ কৰিব ৷ সাৱধানতা অৱলম্বন কৰিব ৷ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷
তুলা ৰাশি: সমনীয়াৰ লগত সম্পৰ্ক ভাল হ’ব ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ দিনটো আনন্দৰে পাৰ হ’ব ৷ কঠোৰ পৰিশ্ৰম কৰিলে সফল হʼব ৷
বৃশ্চিক ৰাশি: যুক্তিৰে সমস্যাৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ পৰিয়ালক উপাসনাস্থলীত কেতিয়াও আহিবলৈ বাধা নিদিব ৷ পৰিয়ালক ভালদৰে যত্ন লোৱাৰ বাবে প্ৰশংসা কৰক ৷ সতৰ্কতা অৱলম্বন কৰিব ৷ খৰচ বৃদ্ধি ৷
ধনু ৰাশি: পৰিয়ালৰ লগত তৰ্ক বিতৰ্ক হ’ব পাৰে ৷ গাড়ী চলাওতে সাৱধানে চলাব ৷ ভ্ৰমণৰ পৰিকল্পনা নকৰাই ভাল ৷ স্বাস্থ্যৰ প্ৰতি নজৰ দিব ৷ কর্ম ব্যস্ততা বৃদ্ধি ৷
মকৰ ৰাশি: দিনটো প্ৰায় ভাল হʼব ৷ কঠোৰ পৰিশ্ৰম কৰিলে সফল হ’ব ৷ প্ৰশংসা লাভ ৷ তথাপিও সতৰ্কতা অৱলম্বন কৰিব ৷ শিক্ষার্থীৰ অধ্যয়নৰ প্ৰতি আগ্ৰহ জন্মিব ৷ প্ৰেমত ভাল ৷ বিয়া আৰু সংযোগত সফল লাভ হʼব ৷ বিবাহিত জীৱন আনন্দময় হ’ব ৷
কুম্ভ ৰাশি: বিয়া আৰু সংযোগত সফলতা লাভ হʼব ৷ প্ৰেমত ভাল ৷ সফলতা লাভ কৰিব ৷ দিনটো আনন্দৰে পাৰ হ’ব ৷
মীন ৰাশি: কোনো কোনো ক্ষেত্ৰত এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ গ্ৰহ ভাল নহয় ৷ সিদ্ধান্ত লওঁতে খেলিমেলি হ’ব পাৰে ৷ সতৰ্কতা অৱলম্বন কৰিব ৷