ETV Bharat / bharat

আজিৰ দিনটোৰ ৰাশিফল

author img

By

Published : Oct 1, 2021, 12:02 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো ? চাওক দিনটোৰ ৰাশিফল...

daily horoscope
দিনটোৰ ৰাশিফল

মেষ ৰাশি : দিনটো শুভ ৷ কৰ্ম-ব্যৱসায়ত মনোযোগ দিয়ক ৷ দিনটো শুভ ৷ ভাগ্য ভাল ৷ ভ্ৰমণৰ যোগ ৷

বৃষ ৰাশি : দিনটো শুভ ৷ ভাগ্য ভাল ৷ কৰ্ম-ব্যৱসায়ত শুভ ৷ প্ৰশংসা লাভ ৷ বন্ধু-বৰ্গৰ সৈতে সম্পৰ্ক উন্নত ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷

মিথুন ৰাশি : দিনটো শুভ ৷ কৰ্মত সফল ৷ পৰিয়ালৰ সৈতে সম্পৰ্ক উন্নত ৷ প্ৰশংসা লাভ ৷

কৰ্কট ৰাশি : ধৈৰ্যসহকাৰে সকলো সিদ্ধান্ত গ্ৰহণ কৰিব ৷ আবেগক নিয়ন্ত্ৰণ কৰিব ৷ দিনটো প্ৰায় শুভ৷ খৰচ বৃদ্ধি ৷

সিংহ ৰাশি : দিনটো শুভ ৷ কৰ্মত সফল ৷ প্ৰশংসা লাভ ৷

কন্যা ৰাশি : কৰ্ম ব্যস্ততা বৃদ্ধি ৷ কৰ্ম ব্যস্ততাৰ প্ৰভাৱ ব্যক্তিগত জীৱন পৰিব৷ শান্ত হৈ কৰ্ম সম্পাদন কৰক ৷ খং-ৰাগৰ পৰিহাৰ কৰক ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ বন্ধু-বৰ্গৰ সৈতে সম্পৰ্ক উন্নত ৷

তুলা ৰাশি : দিনটো কিছু কঠিন হ’ব ৷ মানসিক অশান্তি হ’ব পাৰে ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ বন্ধু-বৰ্গৰ সৈতে সম্পৰ্ক উন্নত ৷

বৃশ্চিক ৰাশি : দিনটো শুভ ৷ ভাগ্য ভাল ৷ ব্যৱসায়ত শুভ ৷ শান্ত তথা মধুৰ বাক্যই অনুপ্ৰাণিত কৰিব ৷

ধনু ৰাশি : দিনটো শুভ ৷ ভাগ্য ভাল ৷ ব্যৱসায়ত শুভ ৷ কৰ্ম জীৱনত ভাল পদোন্নতি লাভৰ সম্ভাৱনা ৷ প্ৰশংসা লাভ ৷

মকৰ ৰাশি : দিনটো শুভ ৷ ভাগ্য ভাল ৷ কর্মত মনোযোগ দিয়ক ৷ সফলতা লাভ ৷ বন্ধু-বৰ্গৰ সৈতে সম্পৰ্ক উন্নত ৷ কাৰ্ম-ব্যৱসায়ত সফল ৷

কুম্ভ ৰাশি : দিনটো শুভ ৷ কাৰ্ম-ব্যৱসায়ত সফল ৷ সফলতা লাভ ৷

মীন ৰাশি : দিনটো শুভ ৷ কাৰ্ম-ব্যৱসায়ত সফল ৷ ভাগ্য ভাল ৷ খৰচ বৃদ্ধি ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.