ETV Bharat / bharat

Daily Horoscope For 1st December: কেনে যাব আপোনাৰ আজিৰ দিনটো

Daily Horoscope For 1st December: কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 1st December
দিনটোৰ ৰাশিফল
author img

By ETV Bharat Assamese Team

Published : Dec 1, 2023, 6:01 AM IST

মেষ ৰাশি: শুই উঠি প্ৰাণৱন্ত অনুভৱ কৰিব । আজি, নতুন কাম আৰম্ভ কৰিবলৈ পুৱাৰ সময়টো অতি উত্তম । ব্যৱসায়ীক আৰু পেচাদাৰী লোকসকলে কাৰ্যালয়ত অতি আনন্দৰ সময় উপভোগ কৰিব; কৰ্মস্থলীত আপোনাৰ প্ৰচেষ্টা দেখি জ্যেষ্ঠসকল সন্তুষ্ট হ’ব । চৰকাৰী সাহায্য লাভৰ সম্ভাৱনা আছে । আপোনাৰ চিন্তা-ভাৱনাত তৎক্ষণাত পৰিৱৰ্তন দেখা পাব পাৰে । আবেলি সময়ত আপুনি চিন্তাৰ সাগৰত ডুব যাব পাৰে । মনোযোগ আৰু দৃঢ়তাৰ অভাৱ হ’ব পাৰে । পানীৰ পৰা আঁতৰত থাকক ।

বৃষ ৰাশি: এটা সাধাৰণ দিন । বন্ধুবৰ্গৰ লগত খেল-ধেমালি বা গীত গাই আনন্দেৰে সময় কটোৱাৰ সম্ভাৱনা আছে । আনহাতে, আৰ্থিক উত্‍সৰ ব্যৱস্থা আৰু আয়োজন কৰি দিনটো পাৰ কৰিব লগীয়াও হ’ব পাৰে । বিত্তীয় সংকট হ’ব পাৰে, মনত ৰাখিব ‘এটা পইচাৰ সঞ্চয় হ’ল এটা পইচাৰ উপাৰ্জন’। এটা ভাল দিনৰ আশা কৰক ।

মিথুন ৰাশি: আপুনি আপোনাৰ চৌপাশক ইতিবাচক বাৰ্তা দিব, যি আপোনাৰ মনোভাৱ আৰু প্ৰচেষ্টাত দেখা পোৱা যাব । মন আনন্দময় হৈ থাকিব; পৰিয়াল আৰু বন্ধুবৰ্গৰ লগত অধিক সময় কটাওক । সুস্বাদু আহাৰ গ্ৰহণ কৰাৰ আৰু বজাৰলৈ যোৱাৰ সম্ভাৱনা আছে । কৰ্মস্থলীত, সকলো আপোনাৰ পৰিকল্পনা মতে আগবঢ়াৰ সম্ভাৱনা আছে, আৰ্থিক লাভ হ’ব পাৰে । নেতিবাচক মনোভাৱ মনলৈ আহিবলৈ নিদিব ।

কৰ্কট ৰাশি: আয়তকৈ ব্যয় অধিক হোৱাৰ সম্ভাৱনা; চিন্তা কৰি ব্যয় কৰক । চকুৰ সমস্যাত ভুগিব পাৰে, অধিক ক্ষতি নোহোৱাৰ আগতে চিকিৎসকৰ ওচৰলৈ যাওক । ক্ৰোধ আৰু জিভাক নিয়ন্ত্ৰণত ৰাখক; বিপদৰ সন্মুখীন হ’ব পাৰে । দিনটোৰ পিচৰ ভাগত শান্তি আৰু ধৈৰ্যৰে পৰিস্থিতি উন্নত হোৱাৰ আশা কৰিব পাৰে । আৰ্থিক স্থিতি উন্নত হোৱাৰ সম্ভাৱনা । ঘৰত সুস্থ পৰিৱেশৰ আনন্দ ল’ব পাৰিব । এটা দীঘলীয়া দিনৰ অন্তত আৰাম কৰক আৰু নেতিবাচক চিন্তা মনলৈ নানিব ।

সিংহ ৰাশি: আপোনাৰ দিনটো আধা-আধা স্থিতিত আছে, প্ৰথমভাগটো ব্যক্তিগত আৰু পেচাগত দুয়োটা ক্ষেত্ৰতে, ভাল খবৰেৰে পূৰ্ণ হ’ব । লাভজনক খবৰ শুনি উত্‍সাহিত অনুভৱ কৰিব । আয় আৰু অন্য আৰ্থিক উত্‍স বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে । পিচবেলা পৰিস্থিতি সলনি হ’ব আৰু অপ্ৰত্যাশিত পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে । ক্ৰোধ বৃদ্ধি পাব; চৌপাশৰ লোকৰ লগত বিবাদ হ’ব পাৰে । দুৰ্ঘটনা প্ৰৱণ হ’ব পাৰে, যত্নৱান হওক । সন্তানৰ ভৱিষ্যতৰ বাবে অত্যাধিক চিন্তা কৰিব পাৰে; স্বাস্থ্যৰ অৱনতি হ’ব পাৰে ।

কন্যা ৰাশি: এটা অতি সুন্দৰ দিন । পৰিয়ালৰ লগত বান্ধোন অধিক শক্তিশালী হ’ব; বন্ধু আৰু আত্মীয়ক লগ পাব আৰু আনন্দৰ আদান-প্ৰদান হ’ব । সম্ভৱপৰ হ’লে তেওঁলোকৰ লগত বাহিৰলৈ যাওক । কৰ্মত সফলতা আৰু জ্যেষ্ঠসকলক প্ৰভাম্বিত কৰিব । বিবাহ ইচ্ছুক তথা বিবাহযোগ্যসকলৰ বাবে শুভসময় আৰম্ভ হৈছে আৰু শীঘ্ৰেই সুঃখবৰ পাব । তথাপিও নিজৰ ক্ৰোধক নিয়ন্ত্ৰিত ৰাখক । সাৱধানৰে গাড়ী চলাওক ।

তুলা ৰাশি: চিন্তা-ভাৱনাৰ পাকচকৰিত পৰি, আজিৰ দিনটোত আপোনাৰ মন ভাল লাগি নাথাকিব । আপোনাৰ সন্তান আৰু আপোনাৰ মাজৰ পাৰ্থক্য আহি পৰিব পাৰে, যি আপোনাক অসন্তুষ্ট কৰাৰ সম্ভাৱনা আছে । কৰ্মস্থলীতো, পৰিস্থিতি আপোনাৰ পক্ষে নহ’ব পাৰে; জ্যেষ্ঠসকল আপোনাৰ কামৰ বাবে নিৰাশ হ’ব । দিনটোৰ পিচৰ ভাগত আপোনাৰ গ্ৰহসমূহ সক্ৰিয় হ’ব । জ্যেষ্ঠসকলৰ লগত আপোনাৰ সম্বন্ধ উন্নত হ’ব; আপোনাৰ কামৰ অগ্ৰগতিত আপুনি উত্‍সাহিত হ’ব । আপোনাৰ ভাল কামৰ বাবে সমাজৰ মনোযোগ পাব । শান্তিময়ভাৱে দিনটোৰ অন্ত পৰিব ।

বৃশ্চিক ৰাশি: ধৰ্মীয় কাৰ্য-কলাপে আজিৰ দিনটোৰ অপ্ৰত্যাশিত দুৰ্ভাগ্যজনক পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰা সম্ভাৱনা আছে । অস্থিৰতা আৰু বিৰক্তি অনুভৱ কৰিব পাৰে; কথা কোৱাৰ আগতে ভাবি চাওক, পৰিস্থিতি বেয়া হ’ব পাৰে । কৰ্মস্থলীত অপ্ৰত্যাশিত ঘটনা আৰু বিৰোধে আপোনাক চিন্তিত কৰিব । খোৱা বোৱাৰ অনিময় অভ্যাস আৰু খাদ্য নোখোৱাৰ অভ্যাসে, পাচন প্ৰক্ৰিয়াত বিৰোপ প্ৰতিক্ৰিয়া কৰিব পাৰে ৷ চিকিৎসকৰ ওচৰলৈ যোৱাটো ভাল ।

ধনু ৰাশি: মিশ্ৰিত ঘটনাৰ পৰিপূৰ্ণ এটা দিন হ’ব । পুৱা আনন্দময় আৰু প্ৰাণৱন্ত হ’ব । ইতিবাচক শক্তিয়ে আপোনাক অনুসৰণ কৰিব, ঘৰৰ পৰিৱেশ শান্তিপূৰ্ণ হ’ব । আবেলিলৈ পৰিস্থিতি সম্পূৰ্ণভাৱে সলনি হ’ব । উত্তেজিত আৰু চাপ অনুভৱ কৰিলে, শান্ত হৈ থাকিব । পৰিয়ালৰ লোক বা সহকৰ্মীৰ সৈতে বিবাদ হ’ব পাৰে । চকু মুদি ধ্যান ধৰক, আপোনাৰ অস্থিৰ মনত শান্তি লাভ কৰিব ।

মকৰ ৰাশি: মধুৰ কথাৰে বিবাদৰ অন্ত পেলাব পাৰিব । ঘৰৰ পৰিৱেশ শান্ত আৰু উত্‍সাহজনক হৈ থাকিব । সন্মান আৰু খ্যাতি বৃদ্ধি পাব । আৰ্থিক লাভৰ সম্ভাৱনা আছে । নতুন বাহনৰ যোগ আছে । বন্ধুৰ লগত পাৰ্টি বা লং ড্ৰাইভত যাব পাৰে । সন্ধিয়া আনন্দ উপভোগ কৰক ।

কুম্ভ ৰাশি: কাৰ্যালয়ৰ কামত কৈ সৃজনমূলক কাম অলপ আগবাঢ়ি থাকিব পাৰে । আপোনাৰ মন সৃজনশীল হৈ থাকিব । সন্তানৰ ভৱিষ্যৎ সম্পৰ্কে বিভিন্ন চিন্তাই বেৰি ধৰিব; মানসিক অৱসাদ অনুভৱ কৰিব । শান্ত হওক আৰু আৰাম কৰাৰ চেষ্টা কৰক । কৰ্মস্থলীত পৰিস্থিতি উন্নত হ’ব । কৰ্মস্থলীৰ অসম্পূৰ্ণ কামসমূহ সম্পূৰ্ণ কৰিব পাৰিব; সহকৰ্মীৰ পৰা সহায় আশা কৰিব পাৰি ।

মীন ৰাশি: এটা সাধাৰণ দিন । উদ্বিগ্নতাই আপোনাক কামত ধীৰ কৰি তুলিব পাৰে আৰু সিদ্ধান্ত লোৱাৰ ক্ষমতা হ্ৰাস কৰিব পাৰে । মাটি-বাৰী বা সম্পত্তি সম্পৰ্কে কোনো সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক । চৰিত্ৰত আঘাত সানিব পৰা পৰিস্থিতিত পৰাৰ পৰা বাচি থাকক । পাচন প্ৰক্ৰিয়াই সমস্যাৰ সৃষ্টি কৰিব পাৰে । পাচন প্ৰক্ৰিয়াই সমস্যা প্ৰদান কৰিব পাৰে । যাত্ৰাৰ পৰিকল্পনা অহা সপ্তাহৰ বাবে পিছুৱাই দিয়ক । শিক্ষাৰ্থীসকলৰ বাবে এটা সহজ দিন ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.