ETV Bharat / bharat

Daily horoscope for 19th October: আজিৰ দিনটোৰ ৰাশিফল - আপোনাৰ আজিৰ দিনটোৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল (Astrological predictions for the day) ৷

daily-horoscope-for-19th-october-2022
আজিৰ দিনটোৰ ৰাশিফল
author img

By

Published : Oct 19, 2022, 5:06 AM IST

মেষ ৰাশি: মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ কাৰণে সময়টো সংবেদনশীল ৷ আৱেগিক হৈ থাকিব ৷ কোনো বন্ধুৰ অপ্ৰত্যাশিত আচৰণে মনত আঘাত দিব পাৰে ৷ সম্পত্তি বা মাটি সম্বন্ধীয় সমস্যাত নোসোমাব ৷ এইবোৰ সম্বন্ধীয় কোনো চুক্তিত চহী নকৰিব ৷ পঢ়ুৱৈসকলৰ কাৰণে সময়টো বৰ কষ্টদায়ক ৷

বৃষ ৰাশি: আৱেগিক হৈ পৰিব ৷ ভাগ্য ভাল, গ্ৰহৰ অৱস্থানে এই আৱেগিক ভাৱৰ ওপৰত ভাল প্ৰভাৱ পেলাব ৷ আৰ্থিক সমস্যাৰ যোগ আছে ৷ ভ্ৰমণ পিছুওৱাক ৷

মিথুন ৰাশি: শুভ দিন ৷ আত্মীয়, প্ৰিয়জন বা বন্ধুসকলৰ সৈতে দিনটো আনন্দ, হাঁহি, ফুৰ্তিত পাৰ হ’ব ৷ সকলো সমস্যাৰ সমাধান হ’ব ৷ ভ্ৰমণ নকৰিব ৷

কৰ্কট ৰাশি: কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ কাৰণে শুভ ৷ কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলে সংবেদনশীল, খেয়ালী, আৰু অতি স্পৰ্শকাতৰ দিনটো উপভোগ কৰিব ৷ গ্ৰহৰ অৱস্থান ভাল ৷

সিংহ ৰাশি: দিনটো কষ্টকৰ হ’ব ৷ মনত দুখ পাব৷ আৱেগিক হৈ পৰিব ৷ সতৰ্ক থাকক, কথাবতৰা আৰু কামকাজত নিজক নিয়ন্ত্ৰণ কৰি চলক আৰু আইনী বিষয়ত বিশেষ সাৱধান হ’ব । সম্ভৱ হ’লে আইনী বা আমোলাতান্ত্ৰিক সিদ্ধান্ত লোৱাৰ দিন পিছুৱাই দিয়ক ৷ মনৰ অৱস্থাক বুজি চলক ৷ চিনাকী মহিলাসকলৰ পৰা দূৰত থাকক ৷

কন্যা ৰাশি: দিনটো সৌভাগ্যশালী ৷ ঘৰতেই হওঁক বা পৰিয়ালৰ মাজতেই হওঁক বা ব্যৱসায়তেই হওঁক, জীৱনৰ প্ৰায় সকলো ক্ষেত্ৰত প্ৰাপ্তিৰ যোগ আছে ৷ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ গ্ৰহৰ অৱস্থান অনুকূল ৷ বান্ধৱীসকলৰ দ্বাৰা উপকৃত হ’ব পাৰে ৷

তুলা ৰাশি: সংবেদনশীল আৰু অনুভূতিশীল দিনটো আনন্দৰে যাব ৷ প্ৰেয়সীৰপৰা যিমানেই দূৰত নাথাকক কিয়, আজি তেওঁৰ সৈতে সাক্ষাৎ হ’বই হ’ব ৷ আৱেগিক হৈ থাকিব৷ জাগতিক ক্ষেত্ৰত কিছু লাভবান হ’ব ৷ কৰ্মক্ষেত্ৰত আৰু আৰ্থিক দিশত শুভ ৷ কামৰ বাবে প্ৰশংসা লাভ কৰিব৷ ব্যৱসায়ৰ উন্নতি হ’ব ৷

বৃশ্চিক ৰাশি: আৱেগিক হৈ পৰিব ৷ নিজক নিয়ন্ত্ৰণ কৰি চলক ৷ দিনটো বৰ কঠিন ৷ ভ্ৰমণৰ যোগ আছে ৷ ব্যয় বৃদ্ধি হ’ব পাৰে ৷

ধনু ৰাশি: স্বাস্থ্যৰ যতন লওঁক ৷ মনত ভাল চিন্তা আনক ৷ ব্যয় বৃদ্ধি ৷ শৰীৰ আৰু মন ভাগৰুৱা হৈ পৰিব ৷ কোনো নতুন কাম আৰম্ভ নকৰিব ৷

মকৰ ৰাশি: সৌভাগ্যবান হ’ব ৷ আৰ্থিক আৰু ব্যৱসায়িক দিশত সফল হ’ব ৷ লাভবান হ’ব ৷ দিনটো আনন্দৰে কটাব ৷

কুম্ভ ৰাশি: গ্ৰহৰ অৱস্থান শুভ ৷ খ্যাতি, সন্মান আৰু সামাজিক মৰ্যাদা বৃদ্ধি পাব ৷ সহকৰ্মীসকলে অপ্ৰত্যাশিতভাৱে সহযোগিতা কৰিব ৷ প্ৰচুৰ প্ৰশংসা লাভ কৰিব ৷

মীন ৰাশি: কৰ্মক্ষেত্ৰত দিনটো অত্যন্ত ভাল ৷ ব্যক্তিগত জীৱন সুখৰ হ’ব ৷ মনটো আৱেগিক, অত্যাধিক সংবেদনশীল হ’ব ৷ প্ৰিয়জনৰ সৈতে ফুৰিবলৈ যাব পাৰে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.