ETV Bharat / bharat

Daily Horoscope for 19th May: আজি দিনটোৰ ৰাশিফল - ইটিভি ভাৰত জ্যোতিষশাস্ত্ৰবিদৰ সৈতে জানক আপোনাৰ দিনটোৰ ৰাশি

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল …

daily-horoscope-for-19th-may
Daily Horoscope for 19th May: আজি দিনটোৰ ৰাশিফল
author img

By

Published : May 19, 2022, 5:11 AM IST

মেষ ৰাশি: ভাগৰ, এলাহ আৰু অস্থিৰতা অনুভৱ কৰিব ৷ সাৱধান হ’ব ৷ সৰুসুৰা কথাত মুৰ গৰম নকৰিব ৷ ঘৰতেই হওঁক বা কৰ্মক্ষেত্ৰতেই হওঁক, কাকো আঘাত দি কথা নক’ব ৷ প্ৰেমত শুভ ৷

বৃষ ৰাশি: সন্তানৰ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷ সমনীয়াৰ লগত সম্পৰ্ক ভাল হ’ব ৷ অধ্যয়নৰ প্ৰতি আগ্ৰহ জন্মিব ৷ প্ৰেমত শুভ ৷

মিথুন ৰাশি: ধন উপাৰ্জন কৰিব ৷ সফল হʼব ৷ জেষ্ঠ্যজনৰ পৰা পৰামর্শ লাভ কৰিব ৷ কৰ্মক্ষেত্ৰত ভাল বন্ধু লাভ কৰিব ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ দিনটো আনন্দৰে পাৰ হ’ব ৷

কৰ্কট ৰাশি: গ্ৰহ ভাল ৷ দিনটো আনন্দদায়ক হৈ উঠিব ৷ সফলতা লাভ কৰিব ৷ পৰিয়ালৰ লগত সম্পৰ্ক ভাল হ’ব ৷ ব্যয় বৃদ্ধি ৷ কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব ৷

সিংহ ৰাশি: গণেশৰ কৃপা দৃষ্টি লাভ কৰিব ৷ কোনো সৰু কথাই খঙাল কৰি তুলিব পাৰে ৷ শৰীৰ ভালে থাকিব ৷ শিক্ষাৰ্থীসকলৰ অধ্যয়নৰ প্ৰতি আগ্ৰহ জন্মিব ৷ সমনীয়া আৰু পৰিয়ালৰ লগত সম্পৰ্ক উন্নত হ’ব ৷

কন্যা ৰাশি: দিনটো কঠিন হʼব পাৰে ৷ কর্মক্ষেত্ৰত শান্ত হৈ থাকিব ৷ এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ ইয়ে কাৰ্য-কর্মত প্ৰভাৱ পেলাব ৷ মানসিক আৰু শাৰীৰিক হতাশা হʼব পাৰে ৷ খং-ৰাগে সম্পর্কত প্ৰভাৱ পেলাব পাৰে ৷ মাতৃৰ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷

তুলা ৰাশি: পৰিয়ালৰ লগত সম্পর্ক ভাল হ’ব ৷ দিনটো ভাল ৷ সফল হʼব ৷ ব্যৱসায়ত লাভ হʼব ৷ ভাগ্য ভাল হʼব ৷ প্ৰশংসা লাভ ৷

বৃশ্চিক ৰাশি: সৌন্দৰ্য্যৰ প্ৰতি মনোযোগ দিব ৷ খৰচ বৃদ্ধি ৷ ভ্ৰমণত শুভ ৷ পৰিয়ালৰ লগত সম্পৰ্ক ভাল হ’ব ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷

ধনু ৰাশি: পৰিয়াল আৰু সমনীয়াৰ লগত সম্পর্ক ভাল হʼব ৷ দিনটো প্ৰায় ভাল হʼব ৷ প্ৰেমত মনোযোগ দিব ৷ সন্ধিয়া সকলো অশান্তি দূৰ হ’ব ৷ মানসিক আৰু শাৰীৰিক চিন্তা ভাল হʼব ৷

মকৰ ৰাশি: অধ্যয়নৰ প্ৰতি আগ্ৰহ জন্মিব ৷ হতাশ নহ’ব ৷ কঠোৰ পৰিশ্ৰম কৰিলে সফল হ’ব ৷ দিনটো আনন্দৰে যাব ৷

কুম্ভ ৰাশি: দিনটো বৰ ভাল ৷ দিনটো আনন্দৰে যাব ৷ নতুন উদ্যোগৰ কাম আৰম্ভ কৰিব পাৰে ৷ সন্মান আৰু জনপ্ৰিয়তা বৃদ্ধি পাব ৷ সন্তানৰ সৈতে সম্পৰ্ক ভাল হ’ব ৷ আয় বৃদ্ধি ৷ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷

মীন ৰাশি: কৰ্ম জীৱনত অশান্তি হʼব পাৰে ৷ প্ৰেমত ভাল ৷ বিবাহৰ বাবে উপযুক্ত সময় ৷ লাভ বৃদ্ধি ৷ শুভ দিন ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.