ETV Bharat / bharat

Daily horoscope for 19th July: আজিৰ দিনটোৰ ৰাশিফল

author img

By

Published : Jul 19, 2022, 5:06 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল(Astrological predictions for the day)…

daily-horoscope-for-19th-july
আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: সিদ্ধান্ত লোৱাৰ সময়ত অসুবিধা হ’ব পাৰে ৷ ব্যবসায়ত অশুভ ৷ সৰু সুৰা বেমাৰ হ’ব পাৰে ৷ শান্ত হৈ থাকক ৷ কাৰো পৰা ধাৰ লোৱা বা ধাৰ দিয়াৰ পৰা আঁতৰত থাকক ৷

বৃষ ৰাশি: গ্ৰহ ভাল ৷ দিনটো আনন্দৰে পাৰ কৰক ৷ লক্ষ্মী দেৱীৰ কৃপা দৃষ্টি লাভ কৰিব ৷ পৰিয়াল আৰু প্ৰিয়জনৰ লগত সন্ধিয়াটো উপভোগ কৰক ৷ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷

মিথুন ৰাশি: সুন্দৰ স্বাস্থ্য আৰু মানসিক শান্তিয়ে দিনটো সুন্দৰ কৰি তুলিব ৷ ভাল কামৰ বাবে পুৰস্কাৰ লাভ কৰিব পাৰে ৷ নতুন কাম সোনকালে আৰম্ভ কৰিলে ফল লাভ কৰিব ৷ সফল হ’ব ৷ প্ৰেমত শুভ ৷

কৰ্কট ৰাশি: ভগবানৰ কৃপা দৃষ্টি লাভ কৰিব ৷ কামৰ বাবে বিদেশ ভ্ৰমণৰ সুযোগ পাব পাৰে ৷ সফল হ’ব ৷ ভাগ্য ভাল ৷

সিংহ ৰাশি: শাৰীৰিক সমস্যা হ’ব পাৰে ৷ মানসিক অশান্তিয়ে আমনি দিব পাৰে ৷ ধৰ্মত মন দিয়ক আৰু যোগ সাধনাৰে মনক শান্ত কৰি তুলিব ৷

কন্যা ৰাশি: গ্ৰহৰ প্ৰভাৱত দিনটো সুন্দৰ হ’ব ৷ দিনটো আনন্দ উপভোগ কৰক ৷ ব্যৱসায়ত সফল হ’ব ৷ প্ৰেমত শুভ ৷

তুলা ৰাশি: শৰীৰ ভালে থাকিব ৷ ধন লাভ কৰিব ৷ গণেশৰ কৃপা দৃষ্টি লাভ কৰিব ৷ সফল হ’ব ৷ আক্ৰমনাত্মক ভাব আঁতৰ কৰক ৷ কথা কওঁতে সাৱধান হ’ব ৷ নহ’লে বিপদত পৰিব ৷ খৰচ বৃদ্ধি ৷

বৃশ্চিক ৰাশি: কৰো লগত মুখামুখি সংঘৰ্ষ নকৰিব ৷ বিদেশত পঢ়িবলৈ সুযোগ পাব ৷ ছাত্ৰ ছাত্ৰীসকলে বিচৰা ফল পাবলৈ অলপ কষ্ট কৰিব লাগিব ৷ ভ্ৰমণত যোৱাৰ পৰিকল্পনা নকৰিব ৷

ধনু ৰাশি: সকলোবোৰ গতানুগতিক হ’ব ৷ আইনী কাগজত বিশেষকৈ সম্পত্তিৰ বিষয়ৰ কাগজত চহী কৰোতে বিশেষ সাৱধান হ’ব ৷ বেয়া বুদ্ধি নল’ব ৷ সৰু সুৰা বেমাৰত ভূগিব ৷ পিতৃ মাতৃৰ শৰীৰৰ বাবে চিন্তাত পৰিব পাৰে ৷

মকৰ ৰাশি: বন্ধু আৰু পৰিয়ালৰ লগত সময় কটাব পাৰিব ৷ মাটি কিনাৰ পৰিকল্পনা কৰিব পাৰে ৷ নতুন ব্যবসায় আৰম্ভ কৰাৰ কথা চিন্তা কৰিব পাৰে ৷ পৰীক্ষাৰ্থীৰ বাবে শুভ৷ শৰীৰ ভালে থাকিব ৷

কুম্ভ ৰাশি: মানসিকভাৱে অস্থিৰ হ’ব ৷ ফলত সিদ্ধান্ত গ্ৰহণত বাধাৰ সৃষ্টি হ’ব ৷ শান্তিৰে সমস্যা সমাধানত গুৰুত্ব দিব ৷ শিক্ষাৰ্থীসকলে সফলতা পাবলৈ হ’লে কষ্ট কৰিব লাগিব ৷

মীন ৰাশি: শৰীৰ আৰু মানসিক ফালৰ পৰা দিনটো শুভ ৷ সফল হ’ব ৷ ধন জমা কৰাৰ পৰিকল্পনা কৰিব ৷ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ দিনটো আনন্দৰে কটাব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.