ETV Bharat / bharat

আজিৰ দিনটোৰ ৰাশিফল - দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো ? চাওক দিনটোৰ ৰাশিফল...

daily horoscope
দিনটোৰ ৰাশিফল
author img

By

Published : Oct 18, 2021, 12:02 AM IST

মেষ ৰাশি : স্বাস্থ্যৰ যতন লওক ৷ জিৰণিৰ প্ৰয়োজন ৷ ধ্যান কৰক ৷ বিপদত পৰাৰ সম্ভাৱনা অধিক ৷ সাৱধানতা অৱলম্বন কৰক ৷ ধাৰ লোৱা আৰু দিয়াৰ ক্ষেত্ৰত কিছু সাৱধান হওক ৷ লাভৰ চমু পথ ত্যাগ কৰক ৷

বৃষ ৰাশি : দিনটো মধ্যমীয়া ৷ যুক্তিৰে সকলো কথা বিবেচনা কৰক ৷ ভাগ্য ভাল ৷ জ্যেষ্ঠ জনৰ পৰা পৰামৰ্শ লওক ৷ প্ৰশংসা লাভ ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷

মিথুন ৰাশি : আৱেগৰ বশৱৰ্তী নহ’ব ৷ আবেগক নিয়ন্ত্ৰণ কৰক ৷ ধৈৰ্যৰে সকলো কথা বিবেচনা কৰক ৷

কৰ্কট ৰাশি : দিনটো শুভ ৷ পৰিয়ালৰ সৈতে সম্পৰ্ক উন্নত ৷ প্ৰেমত শুভ যদিও ব্যস্ত কাৰ্যসূচীৰ মাজতো আপোনজনক সময় দিব ৷ সন্ধিয়াটো প্ৰেমস্পদৰ সৈতে কটাব ৷ মানসিক আৰু শাৰীৰিক স্বাস্থ্য উন্নত ৷

সিংহ ৰাশি : দিনটো মধ্যমীয়া ৷ খৰচ বৃদ্ধি ৷ ভাগ্য ভাল যদিও নতুন কৰ্মত হাত নিদিব ৷

কন্যা ৰাশি : প্ৰতিভাৰ সদ ব্যৱহাৰ কৰক ৷ কলাৰ প্ৰতি প্ৰেম হʼব ৷ ভাগ্য প্ৰায় ভাল ৷

তুলা ৰাশি : দিনটো প্ৰায় ভাল ৷ কর্মত কঠোৰ পৰিশ্ৰম কৰিব লাগিব যদিও আনন্দিত হ’ব ৷ প্ৰশংসা লাভ ৷ তথাপিও সতৰ্কতা অৱলম্বন কৰা উচিত ৷ শিক্ষার্থী সকলৰ বাবে শুভ দিন ৷

বৃশ্চিক ৰাশি : দিনটো প্ৰায় শুভ ৷ পৰিশ্ৰমৰ মাজত আনন্দিত হৈ থাকিব ৷ প্ৰশংসা লাভ ৷

ধনু ৰাশি : দিনটো কিছু খেলি-মেলিৰ সৃষ্টি হ’ব পাৰে ৷ ফলত দুঃচিন্তাৰ কাৰণো হʼব পাৰে ৷ মানসিক অশান্তি হ’ব পাৰে ৷ স্বাস্থ্যৰ যতন লওক ৷

মকৰ ৰাশি : দিনটো প্ৰায় শুভ ৷ আনন্দময় দিন হʼব ৷ স্বাস্থ্যৰ যতন লওক ৷ ভোজনত মনোযোগ দিয়া উচিত ৷

কুম্ভ ৰাশি : নতুন বিষয় অধ্যয়ন কৰিবলৈ ইচ্ছা হʼব পাৰে ৷ দিনটো শুভ ৷ সফল লাভ ৷ পৰিশ্ৰমৰ ফল লাভ ৷ গ্ৰহৰ স্থান ভাল ৷

মীন ৰাশি : ব্যৱসায়ত ব্যস্ততা বৃদ্ধি ৷ কর্মত ব্যস্ততাৰ প্ৰভাৱ ব্যক্তিগত জীৱন পৰিব ৷ সন্ধিয়ালৈ মনৰ আশাৰ পূৰণ হ’ব পাৰে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.