ETV Bharat / bharat

আজিৰ দিনটোৰ ৰাশিফল - দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো ? চাওক দিনটোৰ ৰাশিফল...

daily horoscope
দিনটোৰ ৰাশিফল
author img

By

Published : Nov 18, 2021, 12:11 AM IST

মেষ ৰাশি : দিনটো শুভ ৷ লক্ষ্যত প্ৰায় সফল ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ নতুনকৈ কৰ্ম আৰম্ভ কৰিব পাৰে ৷ নিজৰ কৰ্মত মনোযোগ দিয়ক ৷

বৃষ ৰাশি : দিনটো কিছু খেলি-মেলি হ’ব পাৰে ৷ আনক শাসন নকৰিব ৷ খং-ৰাগৰ ওপৰত নিয়ন্ত্ৰণ কৰা উচিত ৷ বহু ব্যক্তিৰ সৈতে বন্ধুত্ব স্থাপন হ’ব ৷ অৱশ্যে নতুন পৰিকল্পনা নকৰিব ৷

মিথুন ৰাশি : যুক্তিৰে সকলো কথা বিবেচনা কৰিব ৷ কিন্তু বন্ধুৰ সৈতে তৰ্কত জড়িত হৈ পৰিব পাৰে ৷ প্ৰেমত শুভ ৷ সৌন্দৰ্য চৰ্চাত মনোযোগ দিয়ক ৷

কৰ্কট ৰাশি : নতুন বন্ধু লাভ ৷ মানসিক অশান্তি হ’ব পাৰে ৷ অৱশ্যে সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷

সিংহ ৰাশি : নিজৰ আত্মসন্মান বঢ়াবলৈ প্ৰেমাভিনয় কৰাটো উচিত নহয় ৷ খং-ৰাগৰ প্ৰভাৱ কৰ্ম জীৱন আৰু ব্যক্তিগত জীৱনত পৰিব পাৰে ৷ প্ৰেমত শুভ ৷

কন্যা ৰাশি : দিনটো মধ্যমীয়া ৷ দিনটো ভয়, নিৰাপত্তাহীনতা আৰু অনিশ্চয়তাত ভুগিব পাৰে ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷ তথাপিও সতৰ্কতা অৱলম্বন কৰা উচিত ৷

তুলা ৰাশি : দিনটো মধ্যমীয়া ৷ ভৱিষ্যতৰ বাবে বেংকত ধন জমা ৰাখক, তেন্তে দীৰ্ঘ সময়ৰ কাৰণে সেই টকাখিনিৰ পৰা লাভৱান হ’ব ৷ সন্তানৰ সাফল্যই আনন্দ দিব ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ আয় বৃদ্ধি ৷ দৰমহা ভাল ৷

বৃশ্চিক ৰাশি : মনটোক জীৱনৰ অনাৱশ্যকীয় চিন্তাধাৰাৰ পৰা আঁতৰাই ৰাখক ৷ দিনটো তেতিয়াহে ভাল হʼব ৷ এলাহ ভাৱ পৰিহাৰ কৰক ৷

ধনু ৰাশি : আজি কোনো লাভ বা ক্ষতি নাই ৷ কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷ বন্ধুবৰ্গৰ সৈতে পাৰ্টি হ’ব পাৰে ৷ প্ৰেমত শুভ ৷

মকৰ ৰাশি : নিজৰ ওপৰত সম্পূৰ্ণ ভৰষা ৰখা উচিত ৷ কৰ্ম ফল লাভ ৷ কঠোৰ পৰিশ্ৰমৰ মাজত আনন্দিত হ’ব ৷ নিজৰ কর্মত মনোযোগ দিয়ক ৷ লক্ষ্যত সফল ৷

কুম্ভ ৰাশি : দিনটো মধ্যমীয়া ৷ বন্ধু বৰ্গৰ সৈতে পাৰ্টি হ’ব পাৰে ৷ প্ৰেমত শুভ ৷ ভাগ্য ভাল ৷

মীন ৰাশি : এলাহ ভাৱ পৰিহাৰ কৰক ৷ গ্ৰহৰ স্থান অনুকুল ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.