ETV Bharat / bharat

Daily Horoscope For 17th December : আজিৰ দিনটোৰ ৰাশিফল

author img

By

Published : Dec 17, 2021, 5:30 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো ? চাওক দিনটোৰ ৰাশিফল...

Daily Horoscope For 17th December
দিনটোৰ ৰাশিফল

মেষ ৰাশি : দিনটোত কিছু মিশ্ৰিত খেলিমেলি হʼব পাৰে ৷ খং-ৰাগ নিয়ন্ত্ৰণ কৰক ৷ নহ’লে ইয়াৰ বিৰূপ প্ৰভাৱ কৰ্ম জীৱনত পৰিব পাৰে ৷ পৰচৰ্চা কৰাৰ পৰা বিৰত থাকক ৷

বৃষ ৰাশি : খং-ৰাগ নিয়ন্ত্ৰণ কৰক ৷ কৰ্ম জীৱনত ইয়াৰ প্ৰভাৱ পৰিব পাৰে ৷ হানিকাৰক আৰু পৰচৰ্চা কৰাৰ পৰা আঁতৰি থকা উচিত ৷

মিথুন ৰাশি : যুক্তিৰে সকলো কথা বিবেচনা কৰক ৷ শান্ত হৈ কৰ্ম কৰক ৷ প্ৰেমত শুভ ৷

কৰ্কট ৰাশি : দিনটো শুভ ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ লক্ষ্যত প্ৰায় সফল ৷

সিংহ ৰাশি : দিনটো শুভ ৷ ধৈৰ্যৰে কৰ্ম কৰক ৷ প্ৰশংসা লাভ ৷

কন্যা ৰাশি : দিনটো শুভ ৷ সন্তানৰ সফলতাই আনন্দ দিব ৷ শান্ত হৈ কর্ম কৰক ৷ কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷

তুলা ৰাশি : দিনটো প্ৰায় শুভ ৷ লক্ষ্যত সফল ৷ প্ৰশংসা লাভ ৷ কৰ্ম জীৱনত ভাল বন্ধুত্ব লাভ ৷ পদোন্নতিৰ যোগ ৷

বৃশ্চিক ৰাশি : ব্যৱসায়ত মনোযোগ দিয়ক ৷ যিকোনো সময়তে ধৈৰ্য নেহেৰুৱাব ৷ কঠোৰ পৰিশ্ৰমৰ আনন্দিত ফল ৷

ধনু ৰাশি : দিনটো শুভ ৷ মানসিক চিন্তা ভাল ৷ কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷

মকৰ ৰাশি : দিনটো মধ্যমীয়া ৷ যুক্তিৰে সকলো কথা বিবেচনা কৰা উচিত ৷ কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব ৷

কুম্ভ ৰাশি : ঘৰত মাংগলিক কাৰ্য আৰম্ভ হ’ব পাৰে ৷ নতুন ব্যক্তিৰ সৈতে সংযোগ স্থাপন হ’ব ৷ কর্ম ব্যস্ততা বৃদ্ধি ৷ অৱশ্যে এলাহ ভাৱ পৰিহাৰ কৰক ৷ সন্ধিয়া প্ৰেমাস্পদৰ সৈতে দিন কটাব ৷ স্বাস্থ্য উন্নত ৷

মীন ৰাশি : দিনটো কিছু কঠিন হ’ব ৷ নতুনকৈ কৰ্ম-ব্যৱসায় আৰম্ভ নকৰিব ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.