ETV Bharat / bharat

Daily Horoscope For 15th January: আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল (Astrological predictions for the day) ৷

DAILY HOROSCOPE FOR 15TH JANUARY 2023
দিনটোৰ ৰাশিফল
author img

By

Published : Jan 15, 2023, 5:06 AM IST

মেষৰাশি: আজিৰ পৰা সূৰ্য মকৰ ৰাশিত প্ৰৱেশ কৰিব । এই সময়ছোৱাই আপোনাক আপোনাৰ দায়িত্বৰ কথা উপলব্ধি কৰাব । আপুনি নিজৰ কাম সময়মতে কৰিবলৈ সক্ষম হ’ব । কাৰ্যালয়ত আপোনাৰ আধিপত্য বাঢ়িব । প্ৰতিকাৰ-সূৰ্য্য দেৱক দৈনিক অৰ্ঘ্য অৰ্পণ কৰক ।

বৃষৰাশি: সূৰ্য্যই মকৰ ৰাশিত প্ৰৱেশ কৰিলে ভাগ্য আপোনাৰ অনুকূল হ’ব ৷ তথাপিও সাফল্যৰ বাবে অতিৰিক্ত কঠিন পৰিশ্ৰমৰ প্ৰয়োজন হ’ব । স্বাস্থ্য ভালে থাকিব । যিকোনো কাম কৰাৰ আগতে বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ লওক । প্ৰতিকাৰ-পিতৃৰ চৰণ স্পৰ্শ কৰি কাম আৰম্ভ কৰক ।

মিথুনৰাশি: মকৰ ৰাশিত সূৰ্যৰ প্ৰৱেশে আপোনাক কোনো যাত্ৰালৈ নিব পাৰে । এই সময়ত বাহন সাৱধানে ব্যৱহাৰ কৰা উচিত । বাহিৰত খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগিব । স্বাস্থ্যৰ যত্ন লওক । প্ৰতিকাৰ-আদিত্য হৃদয় স্তোত্ৰ পাঠ কৰক ।

কৰ্কটৰাশি: মকৰ সংক্ৰান্তিৰ পৰা সূৰ্য মকৰ ৰাশিত থাকিব । এই সময়খিনি আপোনাৰ বাবে অলপ যত্নশীল হ’ব । স্বাস্থ্যৰ বাবে খৰচো বহন কৰিব লাগিব । জীৱন সংগী নাইবা ব্যৱসায়িক অংশীদাৰৰ সৈতে মতানৈক্যও সৃষ্টি হ’ব । প্ৰতিকাৰ- দৈনিক পশুধনক গুড় খুৱাওক ।

সিংহৰাশি: যেতিয়া সূৰ্য মকৰ ৰাশিত প্ৰৱেশ কৰিব তেতিয়া আপোনাৰ আয়ৰ ওপৰত ইয়াৰ প্ৰভাৱ দেখা যাব । আয় আৰু ব্যয়ৰ ভাৰসাম্য ৰক্ষা কৰাটো কঠিন হ’ব । এই সময়ছোৱাত আপুনি চাকৰি সলনি কৰিবলৈ ইচ্ছুক হ’ব পাৰে । শত্ৰু পক্ষ দুৰ্বল হৈ থাকিব । প্ৰতিকাৰ-সূৰ্য্য দেৱক দৈনিক অৰ্ঘ্য অৰ্পণ কৰক ।

কন্যাৰাশি: মকৰ সংক্ৰান্তিৰ পৰা এমাহলৈকে সময় আপোনাৰ ব্যৱসায়ৰ বাবে শুভ হ’ব । চাকৰিত পদোন্নতি পাব পাৰে । সন্তানৰ সৈতে সম্পৰ্কিত যিকোনো কামত আপুনি সমস্যাৰ সন্মুখীন হ’ব লাগিব । এইসময়ত সন্তানৰ সুখৰ প্ৰতিও মন দিয়াটো উচিত । শুভ কাৰ্যত লিপ্ত হোৱাৰ সম্ভাৱনা থাকিব । প্ৰতিকাৰ-গায়ত্ৰী মন্ত্ৰৰ এডাল জপমালা জপ কৰক ।

তুলাৰাশি: সূৰ্য্যৰ মকৰ ৰাশিলৈ গমণৰ ফলত আপোনাৰ বাবে সময় অলপ বিভ্ৰান্তিকৰ হ’ব । আপোনাৰ মন বিচলিত হ’ব । মাটি-বাৰী সম্পৰ্কীয় কামত পলম হোৱাটোও সম্ভৱ হ’ব । এই সময়ছোৱাত আপুনি যিকোনো ডাঙৰ বিনিয়োগ কৰাৰ পৰা বিৰত থাকিব লাগিব । প্ৰতিকাৰ - দৈনিক সূৰ্যক নমস্কাৰ কৰক । আৰ্তজনক দান কৰক।

বৃশ্চিকৰাশি: মকৰ ৰাশিত সূৰ্যৰ সঞ্চাৰ/ সংক্ৰান্তিৰ ফলত সহোদৰ/ সহোদৰাৰ সৈতে আপোনাৰ সম্পৰ্ক পৰৱৰ্তী এমাহলৈকে বেয়া হৈ থাকিব । ঘৰৰ বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ বাবে চিন্তা কৰা উচিত । অৱশ্যে এই সময়ছোৱাত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি হ’ব । কঠিন কাম কৰিবলৈ সক্ষম হ’ব । প্ৰতিকাৰ - দৰিদ্ৰক ঘেঁহু দান কৰক।

ধনুৰাশি: সূৰ্যৰ মকৰ ৰাশিলৈ গমণ আপোনাৰ বাবে সাধাৰণভাৱে ফলপ্ৰসূ হ’ব । এই সময়ত আপোনাৰ কথা-বতৰাও উগ্ৰ হৈ থাকিব পাৰে । কোনো কথাত পৰিয়ালৰ লোকৰ সৈতে বিবাদ হ’ব পাৰে । প্ৰতিকাৰ-দৈনিক সূৰ্যৰ যিকোনো এটা মন্ত্ৰ জপ কৰক ।

মকৰৰাশি: এতিয়া সূৰ্য এমাহৰ বাবে আপোনাৰ ৰাশিত থাকিব । এই সময়খিনিয়ে আপোনাক ক্ৰোধিত তথা অত্যধিক আত্মবিশ্বাসী কৰি তুলিব । অত্যধিক আত্মবিশ্বাসে হ’বলৈ ধৰা কামবোৰ নষ্ট কৰিব । ব্যৱসায়ীক অংশীদাৰৰ সৈতে আপোনাৰ মতানৈক্য বৃদ্ধি হ’ব পাৰে । প্ৰতিকাৰ-সূৰ্য্য দেৱক দৈনিক অৰ্ঘ্য অৰ্পণ কৰক।

কুম্ভৰাশি: মকৰ ৰাশিত সূৰ্যৰ আগমনে আপোনাৰ বাবে শুভ সময় কঢ়িয়াই আনিব । আপোনাৰ স্বাস্থ্য ভালে থাকিব । শত্ৰু দুৰ্বল হৈ পৰিব । বিদেশ ভ্ৰমণ সম্পৰ্কীয় কাম সম্পূৰ্ণ হ’ব । প্ৰতিকাৰ- পিতৃ-মাতৃৰ আশীৰ্বাদ লৈহে যিকোনো কাম আৰম্ভ কৰক ।

মীনৰাশি: মকৰ ৰাশিত সূৰ্যৰ প্ৰৱেশ আপোনাৰ বাবে গতানুগতিকতকৈ ভাল হ’ব । আপোনাৰ আয় বৃদ্ধি হ’ব । সমাজত আপোনাৰ মান-সন্মান বৃদ্ধি হ’ব । সন্তান সম্বন্ধীয় চিন্তাবোৰ আঁতৰি যাব । অৱশ্যে এই সময়ছোৱাত প্ৰেম সম্পৰ্কলৈ অহংভাৱ অনাৰ পৰা বিৰত থাকক । প্ৰতিকাৰ - আদিত্যহৃদয় স্তোত্ৰ পাঠ কৰক।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.