ETV Bharat / bharat

Daily horoscope for 14th July: আজিৰ দিনটোৰ ৰাশিফল

author img

By

Published : Jul 14, 2022, 5:10 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল…

daily-horoscope-for-14th-july
আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: পৰিয়ালৰ লোকৰ সৈতে আলাপ-আলোচনা কৰিব ৷ চৰকাৰী চাকৰি লাভ কৰিব পাৰে ৷ অফিচৰ কামত ক’ৰবাত যাবলগীয়া হ’ব পাৰে ৷ কৰ্মক্ষেত্ৰত দায়িত্ব বৃদ্ধি ৷

বৃষ ৰাশি: নতুন কাম হাতত ল’ব পাৰে বা নতুন কোনো উদ্যোগ ল’ব পাৰে ৷ দীঘলীয়া যাত্ৰালৈ যাব পাৰে ৷ বন্ধুৰ লগত সম্পৰ্ক ভাল হ’ব ৷ বিদেশ ভ্ৰমণৰ সুযোগ আহিব পাৰে ৷ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখক ৷

মিথুন ৰাশি: যি কোনো পদক্ষেপ লোৱাৰ আগতে সতৰ্ক হওঁক ৷ কোনো নতুন কাম আৰম্ভ কৰাৰ পৰা বিৰত থাকক ৷ বিৰক্তি অনুভৱ কৰিব পাৰে, অলপতে খং উঠিব পাৰে ৷ অনৈতিক কাম নকৰিব ৷ অনাৱশ্যক ব্যয়ৰ পৰা সাৱধান ৷ সংবেদনশীলতাৰে আৰু বিনম্ৰতাৰে কথা পাতক ৷ সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷ সময় মতে ভোজন কৰক ৷

কৰ্কট ৰাশি: দিনটো আনন্দৰে পাৰ হ’ব ৷ খৰচ বৃদ্ধি ৷ প্ৰেমৰ সম্পৰ্ক মধুৰ হ’ব ৷ সন্মান আৰু জনপ্ৰিয়তা বৃদ্ধি ৷ লাভ বৃদ্ধি ৷ স্বাস্থ্য ভালে থাকিব ৷

সিংহ ৰাশি: দিনটো মধ্যমীয়া ৷ কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ আচৰণ ভাল হ’ব ৷ হতাশাত ভূগিব ৷ স্বাস্থ্য ভালে থাকিব ৷ কামৰ প্ৰশংসা নাপাব ৷ বিমৰ্ষ বা বিষণ্ণ নহ’ব ৷

কন্যা ৰাশি: সন্তানৰ বাবে দুশ্চিন্তা হ’ব ৷ খোৱা লোৱা সাৱধানে কৰিব ৷ পেটৰ অসুখত ভূগিব পাৰে ৷ ব্যয় বৃদ্ধি ৷ বৌদ্ধিক আলোচনাৰ পৰা দূৰত থকাৰ চেষ্টা কৰক ৷ বিনিয়োগৰ কাৰণে দিনটো অলুকূল নহয় ৷

তুলা ৰাশি: মানসিক চাপত থাকিব আৰু অধিক সংবেদশীল হৈ থাকিব ৷ নেতিবাচক চিন্তাই হতাশ কৰি দিব পাৰে ৷ মাতৃ, পত্নী সম্বন্ধীয় কিছু কথাই উদ্বেগ বঢ়াব পাৰে ৷ যাত্ৰাৰ কাৰণে দিনটো অশুভ ৷ কুৱা, পুখুৰী, নদীৰ পৰা দূৰত থকাৰ চেষ্টা কৰক ৷ টোপনিৰ ক্ষতি হ’ব, সেয়ে এলেহুৱা ভাৱ অনুভৱ কৰিব পাৰে ৷ পৰিয়ালৰ সম্পত্তিজনিত বিবাদৰ পৰা দূৰত থাকক ৷

বৃশ্চিক ৰাশি: প্ৰাণৱন্ত আৰু উদ্যমী অনুভৱ কৰি থাকিব ৷ নতুন প্ৰকল্প বা কাম হাতত ল’ব পাৰে ৷ ঘনিষ্ঠ বন্ধু বা আত্মীয়ক লগ পাব পাৰে ৷ সফল হ’ব ৷ ভাগ্য ভাল ৷ আৰ্থিক লাভ বৃদ্ধি ৷ সৰুসুৰা ভ্ৰমণ হ’ব পাৰে ৷

ধনু ৰাশি: অনাৱশ্যক ব্যয়ৰ সম্ভাৱনা আছে ৷ দুখ আৰু অনুতাপৰ কাৰণে মন বেয়া লাগি থাকিব ৷ পৰিয়ালৰ লোকৰ সৈতে ভুল বুজাবুজিৰ বাবে দুখ আৰু বাঢ়িব ৷ বিভ্ৰান্তি আৰু সিদ্ধান্তহীনতাত ভুগিব ৷ গুৰুত্বপূৰ্ণ বিষয়ৰ সিদ্ধান্ত লোৱাৰ পৰা দূৰত থাকিব ৷ বৈদেশিক বাণিজ্য আৰু যোগাযোগ লাভদায়ক হ’ব ৷

মকৰ ৰাশি: ভাবি চিন্তি পদক্ষেপ গ্ৰহণ কৰিব ৷ সৰুসুৰা দুৰ্ঘটনা হ’ব পাৰে ৷ অপ্ৰত্যাশিত পদোন্নতি লাভ কৰিব ৷ দিনটো আনন্দৰে পাৰ কৰিব ৷ দাম্পত্য জীৱন সুখৰ হ’ব ৷ মানসিক শান্তি লাভ কৰিব ৷

কুম্ভ ৰাশি: বিনিয়োগ কৰাৰ আগতে ভাবি-চিন্তি ল’ব ৷ পৰিকল্পনা অনুসৰি চলিব ৷ অনাৱশ্যকীয় চিন্তাধাৰাৰ পৰা আঁতৰত থাকক ৷ সকলো কথা চিন্তা কৰি লওক ৷ ভুল ধাৰণা আৰু আকস্মিক আৱেগক মনত ঠাই নিদিব ৷

মীন ৰাশি: বিবাহপ্ৰাৰ্থীৰ বাবে দিনটো ভাল ৷ শুভ দিন ৷ দিনটো আনন্দৰে পাৰ কৰিব ৷ পৰিকল্পনা আৰু প্ৰস্তুতি অনুসৰি কামবোৰ কৰিব ৷ খৰচ বৃদ্ধি ৷ জনসেৱামূলক কামত লিপ্ত হ’ব ৷ সফলতা লাভ ৷ সন্ধিয়া অশান্তি কাৰণ দূৰ হ’ব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.