মেষ ৰাশি: সপ্তাহটো গতানুগতিকভাৱে চলি থাকিব ৷ দিনটো আনন্দৰে কটাওক ৷ গণেশৰ কৃপা দৃষ্টি লাভ কৰিব ৷ যোগাভ্যাসৰ দ্বাৰা মানসিক শান্তি লাভ কৰিব পাৰিব ৷
বৃষ ৰাশি: ভাগ্য ভাল, শান্তভাৱে অপেক্ষা কৰক ৷ আত্মবিশ্বাসৰ অভাৱ অনুভৱ কৰিব ৷ ইয়ে কৰ্মক্ষেত্ৰতো প্ৰভাৱ পেলাব আৰু কামত মন দিব পাৰিব ৷ পাৰিবাৰিক জীৱন সুখৰ হ’ব ৷
মিথুন ৰাশি: গণেশৰ কৃপা দৃষ্টি লাভ কৰিব ৷ কথা কওঁতে সাৱধান হওক ৷ খঙক দমন কৰিবলৈ শিকক অন্যথা সকলো কাম বিফল হ’ব ৷ শৰীৰিক অসুস্থতা বৃদ্ধি হ’ব ৷ পৰিয়ালত ভুল বুজাবুজিৰ সৃষ্টি হ’ব ৷ পুত্ৰৰ লগত ভুল বুজাবুজি হ’ব পাৰে ৷ চকুৰ অসুখত ভুগিব পাৰে ৷ সাৱধানে থাকিব ৷
কৰ্কট ৰাশি: আশাবোৰ পূৰণ হ’ব ৷ ব্যৱসায় বাণিজ্যত উন্নতি কৰাৰ উপযুক্ত সময় ৷ ধন বৃদ্ধি হ’ব ৷ বহুত দিনৰ মূৰত পুৰণি বন্ধুক লগ পাব পাৰে ৷ জীৱনৰ এক নতুন অধ্যায় এটা আৰম্ভ হ’ব ৷
সিংহ ৰাশি: আত্মবিশ্বাসেৰে কামবোৰ কৰিব ৷ উপযুক্ত ফল লাভ কৰিব ৷ ধনাগমনৰ উপযুক্ত সময় ৷ চৰকাৰী কামত সফল হ’ব ৷
কন্যা ৰাশি: দিনটো প্ৰাৰ্থনা আৰু ধৰ্মীয় কামেৰে আৰম্ভ কৰক আৰু মন্দিৰ দৰ্শন কৰক ৷ গণেশৰ কৃপাত দিনটো শুভ ৷ সফলতাৰ সময় আৰম্ভ হৈছে ৷ দূৰৰ পৰা সুসংবাদ আহিব ৷ দিনটো আনন্দৰে কটাওক ৷ সুখী হওক ৷
তুলা ৰাশি: সাৱধান হ’ব ৷ খং আৰু উত্তেজনাই প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে ৷ যোগ ধ্যান আৰু প্ৰাৰ্থনাৰ দ্বাৰা মনটো স্থিৰ কৰিব পাৰিব ৷ বেআইনী বা নকৰিবলগীয়া কোনো কাম নকৰিব ৷
বৃশ্চিক ৰাশি: দিনটো আনন্দৰে কটাওক ৷ ভ্ৰমণলৈ যাব পাৰে ৷ পৰিয়ালৰ লগত সম্পৰ্ক ভাল হ’ব ৷
ধনু ৰাশি: গণেশৰ কৃপাত শৰীৰ, ধন আৰু সুখ বৃদ্ধি হ’ব ৷ পৰিয়ালৰ মিলাপ্ৰিতিয়ে কাম কৰিবলৈ উৎসাহিত কৰিব ৷ কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ সহযোগত কামত সফলতা অৰ্জন কৰিব পাৰিব ৷ প্ৰচুৰ ধনৰ আগমনৰ যোগ আছে ৷ কামত সফল হ’ব ৷
মকৰ ৰাশি: দিনটো উদ্দিগ্নতা আৰু চিন্তাতে পাৰ হ’ব ৷ পিতৃ মাতৃ লগত হোৱা মনোমালিন্য হ’ব পাৰে ৷ সিদ্ধান্ত গ্ৰহণ কৰিব ক্ষমতা লোপ পাব পাৰে ৷ বন্ধু আৰু প্ৰতিদ্বন্দীসকলৰ লগত বাদ-বিবাদ হ’ব পাৰে ৷
কুম্ভ ৰাশি: মানসিকভাৱে ভাগি পৰিব পাৰে ৷ ছাত্ৰ-ছাত্ৰীসকলৰ দিন ভাল ৷ মাটি সম্পতি কিনাৰ ক্ষেত্ৰত অলপ দিন ধৈৰ্য ধৰিব ৷
মীন ৰাশি: নিজৰ সিদ্ধান্ত নিজে গ্ৰহণ কৰাৰ সময় ৷ সামাজিকভাৱে নিজক প্ৰতিষ্ঠা কৰাত সফল হ’ব ৷ জীৱন সংগীৰ পৰা সহযোগতা লাভ কৰিব ৷