ETV Bharat / bharat

Daily Horoscope for 13th August, আজিৰ দিনটোৰ ৰাশিফল

author img

By

Published : Aug 13, 2022, 5:11 AM IST

Updated : Aug 13, 2022, 11:00 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল (Astrological predictions for the day)…

daily-horoscope-for-13th-august
আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: শুভ দিন ৷ বন্ধুৰ লগত আনন্দৰে পাৰ কৰিব ৷ ফুৰিবলৈ যাব পাৰে ৷ লোকচান হ’ব ৷ হঠাৎ ধনৰ আগমন হ’ব পাৰে ৷ সন্তানৰ ফালৰ পৰাও সুখ অনুভৱ কৰিব ৷

বৃষ ৰাশি: হাঁহি থাকক ৷ সকলো কাম সময়ত আৰু সহজে শেষ হ’ব ৷ নতুন কাম আৰম্ভ কৰক ৷ গ্ৰহৰ প্ৰভাৱত বৃহৎ সফলতা পাব ৷ বৈবাহিক জীৱন সুখৰ হ’ব ৷ সন্মান বাঢ়িব ৷

মিথুন ৰাশি: শৰীৰৰ যত্ন লওক ৷ দিনটো উদ্দিগ্নতাৰে কটাব লাগিব ৷ কাজিয়াৰ পৰা আঁতৰি থকাই মংগল ৷ সন্তানৰ ওপৰত চকু দিব ৷

কৰ্কট ৰাশি: সাৱধান হ’ব ৷ শান্তিত থাকক ৷ বেআইনি বা অমানৱীয় কাৰ্যকলাপৰ পৰা আঁতৰি থাকক, নহ’লে আদালত যাবলগীয়া হ’ব পাৰে ৷ দিনটো উদ্দিগ্নতাৰে পাৰ কৰিব ৷

সিংহ ৰাশি: দিনটোত মিশ্ৰিত ফল লাভ কৰিব ৷ পত্নীৰ লগত কাজিয়া হ’ব পাৰে ৷ প্ৰিয়জনৰ শৰীৰে চিন্তাত পেলাব ৷ দিনটো অলপ খেলিমেলিৰে পাৰ হ’ব ৷

কন্যা ৰাশি: গ্ৰহ ভাল ৷ প্ৰেমত শুভ ৷ বন্ধুৰ লগত দিনটো আনন্দৰে পাৰ কৰিব ৷ শৰীৰো প্ৰায় ভালেই যাব ৷ বিষৰ পৰা পৰিত্ৰাণ পাব ৷ সহকৰ্মীসকলৰ পৰা সহায় পাব ৷ লক্ষ্যত উপনীত হ’ব ৷

তুলা ৰাশি: কলা প্ৰতি প্ৰেম হ’ব ৷ অতিমাত্ৰা সপোনৰ পিছত নদৌৰিব ৷ যুক্তিসংগত আলোচনা আৰু তৰ্কত লিপ্ত হ’ব পাৰে ৷ সন্তানৰ পৰা ভাল খবৰ আশা কৰিব পাৰি ৷ পত্নীৰ সহযোগিতা লাভ কৰিব ৷ শাৰীৰিক সুস্থতাই সুখী কৰিব ৷ বন্ধুৰ পৰা সহযোগিতা লাভ কৰিব ৷

বৃশ্চিক ৰাশি: গণেশৰ কৃপা দৃষ্টি লাভ কৰিব ৷ উদ্দিগ্নতাৰে দিনটো পাৰ কৰিব ৷ প্ৰিয়জনৰ লগত কাজিয়া হ’ব পাৰে ৷ শান্ত থাকক ৷ শৰীৰ বৰ ভালে নাযাব ৷ সাৱধানে থাকক, মহিলাৰ লগত তৰ্কত লিপ্ত নহ’ব ৷ পানীৰ পৰা সাৱধানে থাকক ৷ আইনী কাগজত চহী কৰোতে বিশেষ সাৱধান হওক ৷

ধনু ৰাশি: শুভ দিন ৷ ভাতৃ ভগ্নীৰ লগত বান্ধোন দৃঢ় হ’ব ৷ ফুৰিবলৈ গৈ দিনটো সুখৰ কৰি তুলিব পাৰে ৷ নতুন কাম আৰম্ভ কৰিবৰ বাবে সুন্দৰ সময় ৷ কৰ্মক্ষেত্ৰত সফল হ’ব ৷ সন্মান বৃদ্ধি ৷

মকৰ ৰাশি: সাৱধান হওক ৷ ছাত্ৰ-ছাত্ৰীসকলে ফল লাভৰ বাবে বহু পৰিশ্ৰম কৰিব লাগিব ৷ খং নিয়ন্ত্ৰণ কৰিব ৷ শৰীৰৰ প্ৰতি যত্ন লওক ৷ যোগ আৰু ধ্যান কৰি ভালে থাকিব ৷ নিজৰ ভাল লগা কাম কৰক ৷

কুম্ভ ৰাশি: গ্ৰহ ভাল ৷ ধনৰ আগমন হ’ব ৷ শাৰীৰিক আৰু মানসিকভাৱে সৱল হ’ব ৷ ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে ৷ বৈবাহিক জীৱন সুখৰ হ’ব ৷

মীন ৰাশি: সাৱধান হৈ থাকিব লাগিব ৷ কোনো কামত বিফল হ’ব ৷ যোগ আৰু ধ্যান কৰক ৷ খৰচৰ মাত্ৰা বাঢ়িব ৷ বন্ধু আৰু প্ৰিয়জনৰ মাজৰ তৰ্কই দুবিধাত পেলাব ৷ আইনী কামকাজত বিশেষ সাৱধান হ’ব ৷

Last Updated : Aug 13, 2022, 11:00 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.