মেষ ৰাশি : দিনটো শুভ ৷ ব্যৱসায়ত সফল, ব্যৱসায় বৃদ্ধি ৷ অৱশ্যে ব্যৱসায়ত খৰচ বৃদ্ধি হʼব পাৰে ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ বন্ধু-বৰ্গৰ সৈতে সম্পৰ্ক উন্নত ৷
বৃষ ৰাশি : মেনেজাৰ আৰু প্ৰশাসকৰ বাবে শুভ দিন ৷ আয় বৃদ্ধি ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷ বন্ধু-বৰ্গৰ সৈতে সম্পৰ্ক উন্নত ৷
মিথুন ৰাশি : দিনটো শুভ ৷ সমাজ, পৰিয়াল তথা আত্মীয়ৰ মাজত জনপ্ৰিয়তা বৃদ্ধি হ’ব ৷ পৰিয়ালৰ সৈতে সম্পৰ্ক উন্নত ৷ বন্ধু বা সহকৰ্মীৰ সৈতে বজাৰলৈ যাব পাৰে ৷ বাহন কিনিব পাৰে ৷
কৰ্কট ৰাশি : দিনটো শুভ ৷ গ্ৰহৰ স্থান ভাল ৷ ঘৰৰ পৰিৱেশ উৎসৱমুখৰ হৈ থাকিব ৷ প্ৰয়োজনীয় বস্তুৰ নামত কিছু ব্যয় হ’ব পাৰে ৷ কৰ্মক্ষেত্ৰৰ পৰিৱেশ আপোনাৰ পক্ষত থাকিব ৷
সিংহ ৰাশি : দিনটো মধ্যমীয়া যদিও কিছুমান সৰু সৰু কথাতে খং উঠিব পাৰে ৷ খং-ৰাগক নিয়ন্ত্ৰণ কৰক ৷ স্বাস্থ্যৰ যতন লওক ৷ মন পচন্দৰ কাম কৰক ৷ আনন্দিত হ’ব ৷ শিক্ষাৰ্থী সকলৰ বাবেও শুভ দিন ৷
কন্যা ৰাশি : দিনটো মধ্যমীয়া ৷ নতুন বিষয় অধ্যয়নৰ প্ৰতি আগ্ৰহ ৷ দিনটো শুভ ৷ পৰিশ্ৰমৰ ফল লাভ ৷ গ্ৰহৰ স্থান ভাল ৷
তুলা ৰাশি : ধৰ্মীয় ঠাই ভ্ৰমণ কৰক ৷ মন প্ৰফুল্লিত হ’ব ৷ মন পচন্দৰ কাম কৰক ৷ লক্ষ্যত সফল ৷
বৃশ্চিক ৰাশি : দিনটো মধ্যমীয়া ৷ জ্যেষ্ঠজনৰ পৰামর্শ গ্ৰহণ কৰক ৷ সু-ফল পাব ৷ বিবাহৰ সংযোগ ৷ প্ৰেমত ৷ বিবাহিত সকলৰ বাবে দিনটো ভাল ৷ নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে ৷
ধনু ৰাশি : দিনটো মধ্যমীয়া ৷ ব্যক্তিগত জীৱনত সুখী হোৱাটো নিজৰ ওপৰত নিৰ্ভৰ কৰে ৷ বন্ধু সৈতে পাৰ্টি হʼব পাৰে ৷ ব্যৱসায়ত মনোযোগ দিয়ক ৷ প্ৰেমত শুভ ৷ শাৰীৰিক আৰু মানসিক স্থিতি উন্নত ৷
মকৰ ৰাশি : শিক্ষাৰ্থী সকলৰ বাবে শুভ দিন ৷ নতুন বিষয় অধ্যয়নৰ প্ৰতি আগ্ৰহ ৷ কৰ্ম-ব্যৱসায়ত লোকচানৰ সন্মুখীন হ’ব পাৰে ৷
কুম্ভ ৰাশি : কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷ যিজনে ধৈৰ্যশীল হয় তেওঁ লাভৱান হ’ব ৷ কৰ্ম জীৱনৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব ৷ শান্ত হৈ কর্ম সম্পাদন কৰক ৷ যিকোনো কথা বিচাৰ কৰাত নাইবা নিৰ্ণয় লোৱাত সতৰ্ক হওক ৷
মীন ৰাশি : সাৱধানেৰে কর্ম সম্পাদন কৰক ৷ পুৰণি অসম্পূৰ্ণ কাৰ্য সম্পন্ন হʼব পাৰে ৷ লক্ষ্যত উপনীত হ’বলৈ কঠোৰ পৰিশ্ৰম কৰক ৷