মেষ ৰাশি : দিনটো শুভ ৷ লক্ষ্যত সফলতা ৷ প্ৰেমত শুভ ৷ খৰচ বৃদ্ধি ৷
বৃষ ৰাশি : দিনটো শুভ ৷ পৰিশ্ৰমৰ ফল লাভ ৷ মনে বিচৰা বন্ধুৰ সৈতে বন্ধুত্ব স্থাপন ৷ শিক্ষাৰ্থী সকলৰ বাবে শুভ দিন ৷ পৰীক্ষাত সফল ৷
মিথুন ৰাশি : দিনটো প্ৰায় শুভ ৷ মানসিক অশান্তি হোৱাৰ সম্ভাৱনা ৷ সিদ্ধান্ত লওঁতে কিছু সতৰ্ক হওক ৷ ভ্ৰমণ বাতিল কৰক ৷
কৰ্কট ৰাশি : কৰ্ম ব্যস্ততা বৃদ্ধি ৷ আয়-ব্যয় বৃদ্ধি ৷ কৰ্মত মনোযোগ দিয়ক ৷
সিংহ ৰাশি : দিনটো কিছু কঠিন হ’ব ৷ এলেহুৱা ভাৱ অনুভৱ হ’ব ৷ যাৰ ফল কৰ্মত প্ৰভাৱ পৰিব ৷ সতৰ্কতা অৱলম্বন কৰক ৷
কন্যা ৰাশি : কৰ্মত মনোযোগ দিয়ক ৷ সফল হ’ব ৷ জ্যেষ্ঠজনৰ পৰামৰ্শ গ্ৰহণ কৰক ৷ পৰিয়াল শুভ ৷ প্ৰেমত শুভ ৷
তুলা ৰাশি : পৰিশ্ৰমৰ ফল নাপাবও পাৰে ৷ ভ্ৰমণৰ যোগ ৷ দিনটোত কোনো লাভ বা ক্ষতি নাই ৷
বৃশ্চিক ৰাশি : কৰ্ম ব্যস্ততা বৃদ্ধি ৷ শিক্ষাৰ্থী সকলৰ বাৰে শুভ দিন ৷ অধ্যয়নৰ প্ৰতি আগ্ৰহ বাঢ়িব ৷ দিনটো প্ৰায় শুভ ৷ জ্যেষ্ঠজনৰ পৰামৰ্শ গ্ৰহণ কৰক ৷
ধনু ৰাশি : দিনটো শুভ ৷ ব্যৱসায়ত শুভ ৷ খং-ৰাগ পৰিহাৰ কৰক ৷ পৰিশ্ৰমৰ ফল লাভ ৷ কৰ্মত শান্ত হৈ থাকক ৷
মকৰ ৰাশি : কিছু খাম-খিয়ালি হোৱাৰ সম্ভাৱনা ৷ খং-ৰাগ পৰিহাৰ কৰক ৷ নিজৰ যতন লওক ৷
কুম্ভ ৰাশি : খং-ৰাগ পৰিহাৰ কৰক ৷ কৰ্মত শান্ত হৈ থাকক ৷ যাৰ প্ৰভাৱ কৰ্মত পৰাৰ সম্ভাৱনা ৷ কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰক ৷
মীন ৰাশি : দিনটো প্ৰায় শুভ ৷ মানসিক অশান্তি হ’ব পাৰে ৷ পদোন্নতি লাভ ৷ প্ৰশংসা লাভ ৷