ETV Bharat / bharat

Daily Horoscope for 11th August: আজিৰ দিনটোৰ ৰাশিফল

author img

By

Published : Aug 11, 2022, 5:11 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল (Astrological predictions for the day)…

Etv Bharat
Etv Bharat

মেষ ৰাশি: মিশ্ৰিত ফল লাভ কৰিব ৷ কোনো বিশেষ কথাকলৈ আলোচনাত মিলিত হ’ব পাৰে ৷ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ চৰকাৰৰ ফালৰ পৰা কোনো বিশেষ সুবিধা লাভ কৰিব ৷ ঘৰুৱা পৰিৱেশ সুন্দৰ হ’ব ৷ কোনো দৰকাৰী সিদ্ধান্ত গ্ৰহণৰ সময়ত লৰালৰি নকৰিব ৷ শৰীৰ ভালে যাব ৷

বৃষ ৰাশি: ব্যবসায়ৰ বাবে শুভ ৷ ঘৰুৱা কাম আজিৰ বাবে বাতিল কৰক ৷ চাকৰিয়ালসকলৰ বাবে উন্নতিৰ দিন ৷ বিদেশ ভ্ৰমণৰ যোগ আছে ৷ শৰীৰৰ ফালে চকু দিয়ক ৷ শৰীৰে কিছু অসুবিধাত পেলাব ৷

মিথুন ৰাশি: মানসিকভাৱে আৰু শাৰিৰিকভাৱে অসুস্থ অনুভব কৰিব ৷ কামত মন দিয়ক যিয়ে চিন্তামুক্ত কৰিব ৷ খঙৰ পৰা মুক্ত থাকক ৷ খৰচৰ মাত্ৰা বাঢ়িব ৷ যোগ আৰু ধ্যানৰ যোগেদি মনক শান্ত কৰিব ৷

কৰ্কট ৰাশি: পৰিয়াল আৰু বন্ধুৰ লগত আনন্দৰে দিনটো আনন্দৰে পাৰ কৰিব ৷ ধনাগমনৰ দিশ মুকলি হ’ব ৷ ব্যবসায়ীসকলৰ বাবে শুভ দিন ৷ কৰ্মক্ষেত্ৰত সহকৰ্মীসকলক সহায় কৰিব ৷ বন্ধু আৰু প্ৰিয়জনৰ লগত ফুৰিবলৈ যাব পাৰে ৷ সমাজত সন্মান বাঢ়িব ৷

সিংহ ৰাশি: গ্ৰহৰ প্ৰভাৱত দিনটো শুভ হ’ব ৷ চিন্তা ,উদ্বেগ আৰু খঙে চাৰিওফালৰ পৰা আগুৰি ৰাখিব ৷ সহকৰ্মীসকলৰ পৰা সহায় নাপাব পাৰে ৷ দিনটো গতানুগতিক হ’ব ৷

কন্যা ৰাশি: ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অতি কষ্টকৰ দিন ৷ মনোযোগ ব্যাঘাত হ’ব ৷ চিন্তাবোৰ পৰিহাৰ কৰক ৷ জমাকৰ্তাসকল বিশেষ সাৱধান হওক ৷ জ্ঞানবৰ্ধক আলোচনাৰ পৰা আৰু কাজিয়াৰ পৰা আঁতৰত থাকক ৷

তুলা ৰাশি: শান্ত হৈ থাকিব ৷ সম্পত্তিৰ ক্ষেত্ৰত ল’ব লগা নিৰ্ণয়ৰ বিষয়ত সাৱধান হওক ৷ ভ্ৰমণ বাতিল কৰক ৷ ঘৰুৱা পৰিৱেশ কিছু বিপদজনক হ’ব ৷ তৰ্ক বিতৰ্কৰ পৰা আঁতৰত থাকক ৷ সন্মান হানি হ’ব পাৰে ৷

বৃশ্চিক ৰাশি: ভাগ্য ভাল ৷ ধনাগমন হ’ব পাৰে ৷ নতুন কাম আৰম্ভ কৰিবৰ বাবে এটা সুন্দৰ দিন ৷ বন্ধু আৰু পৰিয়ালৰ লগত ফুৰিবলৈ যাব পাৰে ৷ দিনটো আনন্দৰে কটাব ৷

ধনু ৰাশি: কামত গুৰুত্ব দিয়ক ৷ ঘৰুৱা পৰিৱেশ সুবিধাজনক নহ’ব ৷ শান্ত হ’বলৈ চেষ্টা কৰক ৷ খঙক নিয়ন্ত্ৰণ কৰক ৷ শান্তভাৱে কাম কৰিলে সফল হ’ব ৷ যিকোনো বিষয়ত সিদ্ধান্ত গ্ৰহণৰ কৰাৰ পৰা বিৰত থাকক ৷ কামৰ বোজা বৃদ্ধি হ’ব ৷

মকৰ ৰাশি: শুভ দিন ৷ প্ৰিয়জনৰ আৰু সহকৰ্মীসকলৰ লগত সম্পৰ্ক ভালে থাকিব ৷ কৰ্মক্ষেত্ৰত সফল হ’ব ৷ অতিমাত্ৰা বোজা লোৱাৰ পৰা আঁতৰত থাকক ৷ শৰীৰ বৰ ভালে নাথাকিব ৷

কুম্ভ ৰাশি: শাৰিৰিক আৰু মানসিকভাৱে অসুস্থ অনুভব কৰিব ৷ পৰিয়ালৰ লগত কাজিয়াৰ সুত্ৰপাত হ’ব পাৰে ৷ চিন্তাত পৰিব পাৰে ৷ খঙ, কথা আৰু খৰচৰ ওপৰত চকু ৰাখক ৷ কোনো অসম্পূৰ্ণ কাৰ্য সমাপ্ত কৰাত গুৰুত্ব দিব ৷ আইনী বিষয়ত সিদ্ধান্ত লওতে দুবাৰ ভাবক ৷ ধাৰ লোৱা আৰু দিয়াৰ ক্ষেত্ৰত সাৱধান হওক ৷ আনৰ কথাত বেছি মন নিদিব ৷

মীন ৰাশি: হঠাৎ ধনাগমন হ’ব পাৰে ৷ সন্তানৰ বিষয়ত ভাল খবৰ আহিব পাৰে ৷ পুৰণি আৰু ভাল বন্ধু লগ পাব ৷ নতুন ব্যৱসায়িক কাম হাতত ল’ব পাৰে ৷ ভ্ৰমণত শুভ ৷ দিনটো আনন্দৰে পাৰ হ’ব ৷ ব্যবসায়িক ক্ষেত্ৰটো লাভজনক হ’ব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.