মেষ ৰাশি: দিনটো সক্ৰিয় অনুভৱ হʼব ৷ কৰ্মক্ষেত্ৰত মনোযোগ দিব ৷ সৌভাগ্যশালী হʼব ৷ লাভ বৃদ্ধি ৷ কৰ্ম জীৱনত সফলতা লাভ কৰিব ৷ গাড়ী চলাওতে সাৱধানে আৰু সুস্থিৰে চলাব ৷
বৃষ ৰাশি: সমনীয়াৰ সৈতে সম্পৰ্ক ভাল হʼব ৷ প্ৰেমত শুভ ৷ সফলতা লাভ কৰিব ৷ ভাগ্য প্ৰায় ভাল ৷ প্ৰেমত মনোযোগ দিব ৷ শুভ দিন ৷
মিথুন ৰাশি: আৱেগিক চিন্তাধাৰাবোৰৰ সৈতে যুঁজিব ৷ পৰিয়ালৰ মাজত তৰ্ক-বিতৰ্ক হʼব পাৰে ৷ খং-ৰাগে কৰ্ম জীৱনত প্ৰভাৱ পেলাব পাৰে ৷ শান্ত হৈ থাকিব ৷ জ্যেষ্ঠৰ পৰা পৰামৰ্শ ল’ব ৷ সন্তানৰ মন ভালে ৰখাত মনোযোগ দিব ৷
কৰ্কট ৰাশি: টকা-পইচাৰ ক্ষেত্ৰত নিশ্চিত হʼব ৷ ধন উপাৰ্জন কৰিব ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব ৷ কৰ্ম জীৱনত ভাল পদোন্নতি লাভ কৰিব ৷ ব্যৱসায় আৰু প্ৰেম সম্পর্কত মনোযোগ দিব ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ সমনীয়াৰ লগত দিনটো আনন্দৰে কটাব ৷
সিংহ ৰাশি: ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব ৷ লাভ বৃদ্ধি ৷ কৰ্ম ক্ষেত্ৰত অধিক ব্যস্ত হʼব ৷ কৰ্ম-ব্যৱসায়ত সফলতা লাভ কৰিব ৷ সফলতা লাভ কৰিব ৷ প্ৰেমত শুভ ৷
কন্যা ৰাশি: মনটোক জীৱনৰ অনাৱশ্যকীয় চিন্তাধাৰাৰ পৰা আঁতৰাই ৰাখিলে দিনটো ভাল হʼব ৷ এক ৰোমাঞ্চকৰ আৰু আনন্দপূৰ্ণ দিন হ’ব ৷ সমনীয়াৰ লগত সম্পৰ্ক ভাল হʼব ৷
তুলা ৰাশি: পৰিয়ালৰ স্বাস্থ্যৰ প্ৰতি মনোযোগ দিব ৷ ঘৰটো নকৈ সজোৱাৰ পৰিকল্পনা কৰিব পাৰে ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব ৷ ৰোগ-পীড়া হ’ব পাৰে ৷ যোগ অভ্যাস কৰিব ৷ প্ৰেমত শুভ ৷
বৃশ্চিক ৰাশি: স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷ কর্মত শান্ত হৈ থাকিব ৷ বাহিৰা খাদ্যৰ পৰা আঁতৰি থাকিব ৷ প্ৰেমত শুভ ৷ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ সফলতা লাভ কৰিব ৷
ধনু ৰাশি: সফলতা লাভ কৰিব ৷ জ্যেষ্ঠজনৰ পৰা পৰামর্শ লʼব ৷ কৰ্ম জীৱন আনন্দময় হ’ব ৷ কৰ্মক্ষেত্ৰত ভাল বন্ধু লগ পাব ৷ প্ৰেমত শুভ ৷ প্ৰতিযোগিতাৰ পৰা আঁতৰত থকাটো ভাল ৷
মকৰ ৰাশি: যুক্তিসূত্ৰ আৰু চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ খং-ৰাগে কর্মক্ষেত্ৰত প্ৰভাৱান্বিত কৰিব ৷ নিন্দা আৰু নিৰুৎসাহিত,পৰচৰ্চা কৰাৰ পৰা আঁতৰি থাকিব ৷ দিনটো প্ৰায় ভালে যাব ৷ যোগাভ্যাস কৰিব ৷
কুম্ভ ৰাশি: দিনটো সক্ৰিয় হৈ থাকিব ৷ মানসিক চিন্তাই নিৰুৎসাহিত কৰিব পাৰে ৷ তথাপিও লক্ষ্যত প্ৰায় সফল হʼব ৷ পৰিয়ালৰ লগত সম্পর্ক প্ৰায় ভাল হʼব ৷ প্ৰশংসা লাভ ৷ ব্যৱসায়-কর্মত ব্যস্ততা বৃদ্ধি পাব ৷ প্ৰেমত মনোযোগ দিব ৷
মীন ৰাশি: পৰৰ বিচাৰ নকৰিব ৷ সৌভাগ্যৰ দিন ৷ দিনটো প্ৰায় সফল হʼব ৷ শিক্ষার্থীসকলৰ অধ্যয়নৰ প্ৰতি আগ্ৰহ জন্মিব ৷ সফলতা লাভ কৰিব ৷ কর্মত মিশ্ৰিত ফলাফল পাব ৷ দিনটো প্ৰায় ভাল হʼব ৷ কঠোৰ পৰিশ্ৰম কৰিলে সফল হʼব ৷