ETV Bharat / bharat

Daily horoscope for 10th November: আজিৰ দিনটোৰ ৰাশিফল

author img

By

Published : Nov 10, 2022, 5:07 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল (Astrological predictions for the day) ৷

Daily horoscope for 10th November 2022
আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: দিনটো মধ্যমীয়া ৷ স্বাস্থ্যৰ প্ৰতি যতন দিয়ক ৷ ব্যয় বৃদ্ধি ৷ অত্যধিক চিন্তা নকৰিব ৷ আৰ্থিক অৱস্থাৰ অধিক অৱনতি হ’ব ৷ নেতিবাচক চিন্তাৰ পৰা দূৰত থাকক ৷

বৃষ ৰাশি: সুস্থ অনুভৱ কৰিব আৰু নিজৰ ভিতৰতে তজবজীয়া অনুভৱ কৰিব ৷ নিজকে সুস্থ, সবল অনুভৱ কৰিব ৷ সকলো বিষয়তে ভাল সমাধান দিব পৰা হ’ব ৷ আত্মবিশ্বাসেৰে দিনটো পৰিপূৰ্ণ হৈ থাকিব ৷

মিথুন ৰাশি: শাৰীৰিক আৰু মানসিকভাৱে অস্থিৰ অনুভৱ কৰিব ৷ অশান্তিত থাকিব আৰু প্ৰাণহীন হৈ থাকিব ৷ চকুই কষ্ট দিব পাৰে ৷ বন্ধু আৰু পৰিয়ালৰ লোকৰ সৈতে সম্পৰ্ক অপ্ৰীতিকৰ হৈ উঠিব পাৰে ৷ সজাগ থাকক ৷ ভুল বুজাবুজিৰ প্ৰৱল সম্ভাৱনা আছে ৷

কৰ্কট ৰাশি: দিনটো আনন্দ-ফুৰ্তিৰে পৰিপূৰ্ণ হৈ থাকিব ৷ ব্যৱসায়-বাণিজ্যত সফলতা লাভ কৰিব ৷ পৰিয়ালৰ লোক বা বন্ধুৰ সৈতে আনন্দদায়ক ভ্ৰমণত যাব পাৰে ৷

সিংহ ৰাশি: আত্মবিশ্বাসৰ অভাৱ অনুভৱ কৰিব ৷ কোনো অসাধাৰণ কাম কৰি দেখুৱাব পাৰিব ৷ পদোন্নতি, পিতৃৰ দ্বাৰা উপকৃত হোৱা, প্ৰশংসা প্ৰাপ্তি, সন্মান বৃদ্ধি ইত্যাদি সকলৰ যোগ আছে ৷

কন্যা ৰাশি: ধৰ্মীয় স্থানত বা তীৰ্থযাত্ৰাত যাব পাৰে৷ বিদেশত যোৱাৰ সুযোগ পাব পাৰে ৷ বিদেশত বসবাসকাৰী প্ৰিয়জনৰ পৰা সুসংবাদ পাব পাৰে ৷

তুলা ৰাশি: নিজৰ উপৰত নিয়ন্ত্ৰণ ৰাখি চলিব ৷ খঙাল হৈ পৰিব ৷ নেতিবাচক চিন্তাধাৰাসমূহক আঁতৰ কৰক ৷ ধন সঞ্চয় কৰক ৷

বৃশ্চিক ৰাশি: সৰুসুৰা ভ্ৰমণৰ পৰিকল্পনা কৰক ৷ সামাজিক মৰ্যাদা লাভ কৰিব ৷ সন্মান বৃদ্ধি ৷

ধনু ৰাশি: ইতিবাচক মনোভাৱ মনলৈ আহিব ৷ ঘৰুৱা পৰিৱেশ আনন্দমুখৰ হৈ থাকিব ৷ স্বাস্থ্য উত্তম ৷ কৰ্মক্ষেত্ৰত আৰু ক্ৰীড়াক্ষেত্ৰত ইতিবাচক সহাঁৰি পাব ৷ কৰ্মক্ষেত্ৰত দিনটো অনুকূল ৷ সহকৰ্মীসকলৰ পৰা সহযোগিতা পাব ৷ আৰ্থিক লাভৰ যোগ আছে ৷

মকৰ ৰাশি: গ্ৰহৰ অৱস্থান আজি ভাল নহয় ৷ দিনটো চিন্তিত হৈ থাকিব ৷ মানসিকভাৱে অস্থিৰ হৈ পৰিব ৷ কৰ্মক্ষেত্ৰত বা ঘৰত কোনো সংঘাত হ’ব পাৰে ৷ দুশ্চিন্তাত ভুগিব পাৰে ৷ প্ৰতিপক্ষ বা শত্ৰুৰ সৈতে তৰ্কত নোসোমাব ৷

কুম্ভ ৰাশি: আৱেগিক হৈ থাকিব আৰু দুশ্চিন্তাৰ চিকাৰ হ’ব ৷ মানসিক সুখ-শান্তিৰ অভাৱে কষ্ট দি থাকিব ৷ পঢ়ুৱৈসকলে পঢ়াশুনাত সফল হ’ব ৷ শৰীৰ যত্ন ল’ব ৷ ব্যয় নিয়ন্ত্ৰণ ৰাখিব ৷ আইনী কাগজপত্ৰ, বিশেষকৈ মাটি, সম্পত্তি বা গাড়ীৰ কাগজপত্ৰক লৈ সাৱধানে থাকিব ৷

মীন ৰাশি: সৰ্বসন্মত সিদ্ধান্ত লোৱাৰ বাবে আজিৰ দিনটো ভাল ৷ মানসিক স্থিৰতাৰ লগতে আত্মবিশ্বাস বৃদ্ধি ৷ স্বামীয়ে স্ত্ৰীৰ পৰা বা স্ত্ৰীয়ে স্বামীৰ পৰা সহযোগিতা পাই নিজক ধন্য মানিব ৷ আত্মীয়ৰ সৈতে সম্পৰ্ক উন্নত হ’ব আৰু সন্মান বৃদ্ধি পাব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.