ETV Bharat / bharat

Daily Horoscope For 10th January: কেনে যাব আপোনাৰ আজিৰ দিনটো

Daily Horoscope For 10th January: কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

author img

By ETV Bharat Assamese Team

Published : Jan 10, 2024, 6:00 AM IST

Daily Horoscope For 10th January 2024
কেনে যাব আপোনাৰ আজিৰ দিনটো

মেষ ৰাশি: ভাগৰ আৰু এলাহ আজি আপোনাৰ ঘোৰ শত্ৰু যি আপোনাৰ শৰীৰ আৰু মনত প্ৰভাৱ পেলাব আৰু আপোনাক খঙাল কৰি তুলিব ৷ গতিকে যিবোৰ মানুহে কিছুমান অগতানুগতিক পৰিস্থিতিৰ সৃষ্টি কৰে তেনে মানুহৰ পৰা আঁতৰি থাকক ৷ কামসমূহ সঠিক সময়ত সমাপ্ত কৰিবলৈ চেষ্টা কৰক ৷ ভ্ৰমণৰ যোগ আছে গতিকে কোনো তীৰ্থ যাত্ৰাত যাব পাৰে ৷

বৃষ ৰাশি: আজিৰ দিনটোত আপোনাৰ চকু আৰু কাণ খোলা ৰাখক, কাৰণ আজি আপুনি যথেষ্ঠ বাধাৰ সন্মুখীন হ’ব ৷ ভ্ৰমণৰ বাবে উচিত সময় নহয় ৷ নতুন কাম আৰম্ভ নকৰাই ভাল কাৰণ তাৰ বাবে আপুনি বৰ্তমান সাজু নহয় ৷ শৰীৰৰ যত্ন লওক আৰু ঠিক সময়ত খোৱা আৰু টোপনি গ্ৰহণ কৰক ৷

মিথুন ৰাশি: আজি গোটেই দিনটো আপুনি ভাল খোৱা আৰু ভাল মানুহৰ মাজত থাকি আনন্দ কৰাৰ দিন ৷ বন্ধু , সহযোগী বা সংগীৰ লগত ফুৰিবলৈ যাব পাৰে ৷ বজাৰ কৰা, প্ৰেম আৰু ৰাতিৰ আহাৰৰ বাবে বাহিৰলৈ গ’লে আনন্দ লাভ কৰিব ৷ গ্ৰহৰ প্ৰভাৱত ভাল টোপনি আৰু ভাল শৰীৰৰ সুখ লাভ কৰিব ৷

কৰ্কট ৰাশি: আপোনাৰ শত্ৰুৰ লগত জয়, মহিলা বন্ধুক সাক্ষাৎ আৰু সন্মান বৃদ্ধিয়ে আপোনালৈ ভাল সময় কঢ়িয়াই আনিছে ৷ গণেশৰ কৃপাত আপুনি কৰা কষ্টৰ ভাল ফল লাভ কৰিব ৷ আজি আপোনাৰ বাবে এটা সম্ভাৱনাপূৰ্ণ দিন ৷ লগতে ঘৰত বা পৰিয়ালৰ লগত সময় কটোৱাৰ বাবে আজিৰ দিনটো শুভ ৷ শৰীৰ সুস্থ থাকিব ৷

সিংহ ৰাশি: গণেশৰ কৃপাত এটা সুন্দৰ দিন, গঠনমূলক কামৰ বাবে উত্তম সময় ৷ আপোনাৰ কল্পনাশক্তিৰ বৃদ্ধি হ’ব আৰু আপুনি ভাল কিতাপ পঢ়া আৰু কবিতা লিখাত মনোনিবেশ কৰিলে সফল হ’ব ৷ হঠাৎ কোনো আপোনাৰ অন্তৰৰ অতি কাষৰ মানুহক লগ পাব আৰু তেওঁ আপোনাৰ বাবে অতি লাভজনক হ’ব ৷ দূৰৰ পৰা ভাল খবৰ পাব পাৰে ৷ শিক্ষাৰ ক্ষেত্ৰত খৰচ কৰিলে লাভান্বিত হ’ব ৷ বন্ধুৰ ব্যৱসায়ে আপোনালৈ লাভ কঢ়িয়াই আনিব ৷ সমাজৰ বাবে কিবা ভাল কাম কৰাৰ হাবিয়াস বৃদ্ধি পাব ৷

কন্যা ৰাশি: গোটেই দিনটো এলাহ ভাৱ দেখা দিব পাৰে, এটা সাধাৰণ দিন ৷ মূৰৰ বিষ, উদ্বিগ্নতা আদিত ভুগিব আৰু মাতৃৰ শৰীৰক লৈ চিন্তা থাকিব ৷ প্ৰিয়জনৰ লগত সৰু কথাত হোৱা তৰ্ক বিতৰ্কই আপোনাৰ মনক অসন্তুষ্টি প্ৰদান কৰিব ৷ পানীত থকা জীৱ আৰু আৰু অচিনাকি মহিলাৰ পৰা আঁতৰি থাকক ৷ আইনী কাগজ পত্ৰ বা মাতি সম্পত্তিৰ ক্ষেত্ৰত সাৱধানে কাম কৰক ৷

তুলা ৰাশি: গণেশৰ কৃপাত আজি এটা সৌভাগ্যপূৰ্ণ দিন ৷ ভাতৃ-ভগ্নীৰ লগত সম্পৰ্কৰ উন্নতি হ’ব তীৰ্থ ভ্ৰমণৰ পৰিকল্পনা হ’ব ৷ ধনৰ ক্ষেত্ৰত শুভ ৷ পৰিয়ালৰ বিষয়ত ভাতৃৰ লগত হোৱা আলোচনাই ভাল ফল দেখুৱাব ৷ কামৰ বাবে হঠাৎ ক’ৰবালৈ যাব লগা হ’ব পাৰে আৰু কামত সফলতাও লাভ কৰিব পাৰে ৷ সুস্থ শৰীৰ আৰু মনৰ বাবে আনন্দ লাভ কৰিব ৷

বৃশ্চিক ৰাশি: পৰিয়ালৰ লগত কোনো বিষয়ত ভুল বুজাবুজি অথবা কণ্ডল হ’ব পাৰে ৷ আপোনাৰ ফালৰ পৰা ভুল বুজাবুজি আঁতৰ কৰিবলৈ চেষ্টা কৰক ৷ অদৰকাৰী খৰচ আৰু দুঃসাহসিক কাৰ্যৰ পৰা আঁতৰি থাকক ৷ দিনটো অতি সাধাৰণভাৱে পাৰ হ’ব ৷ ছাত্ৰসকলে অতিশয় কষ্ট কৰিহে ফল লাভ কৰিব ৷

ধনু ৰাশি: ধনৰ আগমন ঘটিব আৰু আপোনাক দিয়া কাৰ্য সঠিক সময়ত পূৰণ কৰিব পাৰিব ৷ ভ্ৰমণ বিশেষকৈ ভক্তিমুলক ভ্ৰমনৰ পৰা শুভফল লাভ কৰিব ৷ তেওঁলোকক লগ পায় আনন্দ অনুভৱ কৰিব আৰু বৈবাহিক জীৱন সুখৰ হ’ব ৷ ভাল খাদ্য আৰু সুন্দৰ মনে আপোনাৰ মুখত হাঁহি বিৰিঙাব ৷ ভাল কাম কৰিবলৈ কোনো কথাতে পিছ হুহুকি নিদিব ৷

মকৰ ৰাশি: সৰু-সুৰা দুৰ্ঘটনা আৰু মানসিক অশান্তিয়ে সমগ্ৰ দিনটো অশান্তিৰ সৃষ্টি কৰিব ৷ আপোনাৰ সন্তান, পৰিয়াল আৰু সহকৰ্মীসকলৰ ওপৰত উঠা খঙে আপোনাৰ শৰীৰত প্ৰভাৱ পেলাব ৷ খৰচৰ মাত্ৰা বৃদ্ধি হ’ব আৰু নিজকে ধৰ্মীয় বা সামাজিকভাৱে অসহায় অনুভৱ কৰিব ৷ ভ্ৰমণ কৰি থাকক ,কষ্ট কৰি ভাল ফল ভোগ কৰক ৷

কুম্ভ ৰাশি: লক্ষ্মী দেৱী আজি আপোনাৰ ওপৰত সুপ্ৰসন্ন হ’ব ৷ সামাজিক অৱস্থাৰ উন্নতি হ’ব ৷ গ্ৰহৰ প্ৰভাৱত ব্যৱসায়ত উন্নতি হ’ব আৰু মহিলা বন্ধুৰ লগত সম্পৰ্ক উন্নত হ’ব ৷ নতুন সম্পৰ্ক হ’ব পাৰে আৰু দুয়ো ভ্ৰমণত যোৱাৰ যোগ আছে ৷ বিবাহপ্ৰাৰ্থীসকলৰ বাবে বিবাহৰ প্ৰস্তাৱ আহিব ৷

মীন ৰাশি: আজিৰ দিনটো ব্যৱসায়ৰ কাৰণে অনুকূল । আপুনি কষ্ট কৰি কাম কৰিলে সফলতা পাব আৰু আপোনাৰ ঊৰ্ধ্বতনসকলেও আপোনাৰ কামত সন্তুষ্ট হ’ব । পদোন্নতিৰ যোগ আছে । ব্যৱসায়ীসকলে আজি কেৱল লাভৱান হোৱাই নহয় তেওঁলোকে নিজৰ ক্ষেত্ৰত উৎকৰ্ষ সাধনো কৰিব । পিতৃৰ দ্বাৰা উপকৃত হ’ব পাৰে । আপোনাৰ ঘৰৰ পৰিৱেশ আজি আনন্দমুখৰ হ’ব । আপোনাৰ উদাৰতা বিভিন্ন দিশত বিয়পি পৰিব।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.