ETV Bharat / bharat

মুম্বাইত 481 গ্ৰাম সোণসহ আটক মহিলা

author img

By

Published : Dec 29, 2020, 8:21 AM IST

মুম্বাই আন্তৰাষ্ট্ৰীয় বিমানবন্দৰত 481 গ্ৰাম সোণসহ আটক মহিলা ৷ সোমবাৰে ডুবাইৰ পৰা আহি মুম্বাইত উপস্থিত হোৱা মহিলাগৰাকীৰ পৰা উদ্ধাৰ কৰা হয় এই সোণখিনি ৷

মুম্বাই আন্তৰাষ্ট্ৰীয় বিমানবন্দৰ
মুম্বাইত 481 গ্ৰাম সোণসহ আটক মহিলা

নেশ্যনেল ডেস্ক, 29 ডিচেম্বৰ : মুম্বাই আন্তৰাষ্ট্ৰীয় বিমানবন্দৰত 481 গ্ৰাম সোণসহ আটক মহিলা ৷ সোমবাৰে ডুবাইৰ পৰা আহি মুম্বাইত উপস্থিত হোৱা মহিলাগৰাকীৰ পৰা উদ্ধাৰ কৰা হয় এই সোণখিনি ৷

বিমানবন্দৰ কৰ্তৃপক্ষৰ চকুত ধুলি দিবৰ বাবে মহিলাগৰাকীয়ে সোণখিনি কাৰ্বন কাগজত মেৰিয়াই চকলেট বক্সত ভৰাই আনিছিল ৷

সোণ সৰবৰাহৰ অভিযোগত মহিলাগৰাকীক আটক কৰা হয় ৷ উল্লেখ্য যে, শনিবাৰে হায়দৰাবাদ বিমানবন্দৰত এগৰাকী মহিলাৰ পৰা শুল্ক বিভাগে 94 লাখ মূল্যৰ দুই কিল'গ্ৰাম সোণ জব্দ কৰিছিল ৷

লগতে পঢ়ক : মঙলবাৰে ইষ্টাৰ্ণ ডিএফচি ট্ৰেক উদ্বোধন কৰাৰ বাবে সাজু হৈছে মোডী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.