ETV Bharat / bharat

Criminals shot two prisoners in court premises: বিহাৰত দিন দুপৰতে আদালত চৌহদত দুৰ্বৃত্তৰ গুলীচালনাৰ ঘটনা - ETV Bharat News

বিহাৰৰ সমস্তিপুৰত চাঞ্চল্যকৰ ঘটনা ৷ দিন দুুপৰতে আদালত চৌহদত দুৰ্বৃত্তৰ গুলীচালনাৰ ঘটনা ৷ দুই কাৰাবন্দীক আদালত হাজিৰ কৰাৰ সময়তে দুৰ্বৃত্তই গুলী চালনা ৷

Etv Bharat
Etv Bharat
author img

By ETV Bharat Assamese Team

Published : Aug 26, 2023, 11:01 PM IST

নেশ্যনেল ডেস্ক,26 আগষ্ট: বিহাৰৰ সমস্তিপুৰত চাঞ্চল্যকৰ ঘটনা ৷ দিন দুুপৰতে আদালত চৌহদত দুৰ্বৃত্তৰ গুলীচালনাৰ ঘটনা ৷ শনিবাৰে এই ঘটনা সংঘটিত হৈছে বিহাৰৰ সমস্তিপুৰৰ আদালত চৌহদত ৷ জানিব পৰা মতে শনিবাৰে দুই কাৰাবন্দীক আদালত হাজিৰ কৰাৰ সময়তে দুৰ্বৃত্তই গুলী চালনা কৰে ৷ ফলত আহত হয় দুই কাৰাবন্দী প্ৰভাত চৌধুৰী নিম চক্ৰ আৰু প্ৰভাত কুমাৰ ৷ আহত দুই কাৰাবন্দী মুফাচিল আৰক্ষী থানা অঞ্চলৰ দুধপুৰাৰ বাসিন্দা ৷

ঘটনা অনুসৰি দুই কাৰাবন্দী প্ৰভাত চৌধুৰী আৰু প্ৰভাত কুমাৰক কাৰাগাৰৰ পৰা আদালতত হাজিৰ কৰাবলৈ লৈ যোৱা হৈছিল ৷ কিন্তু দুৰ্বৃত্তই লক্ষ্য কৰি আছিল দুই কাৰাবন্দীলৈ ৷ তাৰ পাচতে দুই কাৰাবন্দী প্ৰভাত চৌধুৰী আৰু প্ৰভাত কুমাৰলৈ লক্ষ্য কৰি দুৰ্বৃত্তই গুলী চলাই যদিও গুৰুতৰভাৱে আহত হয় ৷ ঘটনাটো সংঘটিত কৰাৰ পাচতে দুৰ্বৃত্তই ভিৰৰ সুযোগ লৈ পলাই যাবলৈ সক্ষম হয় । আদালত চৌহদত গুলীচালনাৰ ঘটনাৰ পাচতে আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷ দিনৰ পোহৰতে আদালত চৌহদৰ ভিতৰত এনে ঘটনাৰ পাচতে সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰিছে আৰক্ষীয়ে । সদৰৰ ডিএছপি সঞ্জয় কুমাৰ পাণ্ডেই ইতিমধ্যে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।

ইয়াৰ পাচতে প্ৰশ্ন উত্থাপিত হৈছে যে, দিনক দিনে বৃদ্ধি পাইছে নেকি অপৰাধীৰ সংখ্যা ৷ কিয়নো চৌহদত প্ৰৱেশ কৰি দুই কাৰাবন্দীক গুলীওৱা ঘটনাই তাকে সূচাই নেকি ! দুৰ্বৃত্তৰ গুলীচালনাৰ সময়ত উপস্থিত লোকে পলায়নৰ চেষ্টা কৰে ৷ ফলত আদালত ফলত চৌহদত হুলস্থূলীয়া পৰিৱেশ সৃষ্টি হয় ৷

লগতে পঢ়ক:Child lifted in Delhi: সন্তানৰ দাবী পূৰণৰ বাবে পিতৃ-মাতৃয়ে চুৰি কৰিলে নৱজাতক শিশু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.