ETV Bharat / bharat

বিগত 24 ঘন্টাত ভাৰতত কৰ'ণাত মৃত্যু ৩,৭৮০ গৰাকীৰ

author img

By

Published : May 5, 2021, 3:37 PM IST

সমগ্ৰ দেশ মহামাৰী কৰ'ণাৰ গ্ৰাসত । বিগত ২৪ ঘণ্টাত মহামাৰীৰ কবলত পৰি ৩,৮২,৩১৫ জন আৰু প্ৰাণ হেৰুৱাইছে ৩,৭৮০ জনে ।

covid
ভাৰতত নতুনকৈ কৰ'ণাত আক্ৰান্ত ৩.৮২ লাখ লোক

নেশ্যনেল ডেস্ক, ৫ মে' : ভাৰতত নিতৌ বৃদ্ধি পাইছে ক'ভিড-১৯ত আক্ৰান্তৰ সংখ্যা । মাত্ৰ এটা দিনত মহামাৰীত আক্ৰান্ত হৈছে ৩,৮২,৩১৫ জন । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত মহামাৰীৰ কবলত পৰি মৃত্যু হৈছে ৩,৭৮০ জন ৰোগীৰ । আনহাতে, আৰোগ্য হৈ উঠিছে ৩,৩৮,৪৩৯ গৰাকী ব্যক্তি ।

  • " class="align-text-top noRightClick twitterSection" data="">

বৰ্তমান দেশত মুঠ আক্ৰান্তৰ সংখ্যা হৈছে ২,০৬,৬৫,১৪৮ জন । নতুনকৈ মৃত্যু হোৱা ৰোগীসহ এতিয়ালৈকে দেশত ২,২৬,১৮৮ জনে প্ৰাণ হেৰুৱাইছে । বৰ্তমান ভাৰতত ৩৪,৮৭,২২৯ গৰাকী সক্ৰিয় ৰোগী আছে । ইফালে, মহামাৰীৰে যুঁজি সুস্থ হৈ উঠিছে ১,৬৯,৫১,৭৩১ জন ।

লগতে পঢ়ক: মহাত্মা গান্ধীৰ ব্যক্তিগত সচিব ভি কল্যাণমৰ পৰলোকপ্ৰাপ্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.