ETV Bharat / bharat

ক'ভিড-19 : 24 ঘণ্টাত 30.5 হাজাৰ লোক নতুনকৈ আক্ৰান্ত

24 ঘন্টাত ভাৰতত 30,570 জন লোক নতুনকৈ ক'ভিডত আক্ৰান্ত ৷ 30 হাজাৰৰো অধিক লোক নতুনকৈ ক'ভিডত আক্ৰান্ত হোৱাৰ পৰিৱৰ্তে 431 গৰাকীৰ মৃত্যু ৷

author img

By

Published : Sep 16, 2021, 1:25 PM IST

নেশ্যনেল ডেস্ক, 16 ছেপ্তেম্বৰ : বিগত 24 ঘন্টাত ভাৰতত 30 হাজাৰৰো অধিক লোক নতুনকৈ ক'ভিডত আক্ৰান্ত হৈছে ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি, বিগত 24 ঘন্টাত ভাৰতত 30,570জন লোক নতুনকৈ ক'ভিডত আক্ৰান্ত হোৱাৰ পৰিৱৰ্তে 431 গৰাকীৰ মৃত্যু হৈছে ৷ ইয়াৰ লগে লগে মুঠ আক্ৰান্ত লোকৰ সংখ্যা হৈছেগৈ 3,42,923 আৰু মৃত্যুৰ সংখ্যা হৈছেগৈ 4,43,928গৰাকী ৷

  • " class="align-text-top noRightClick twitterSection" data="">

এই পৰ্যন্ত ক'ভিডত আক্ৰান্ত হৈ আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা 3,25,60,474 লৈ বৃদ্ধি হৈছে ৷ ইফালে বিগত 24 ঘণ্টাৰ ভিতৰত দেশত 38,303 জনে আৰোগ্য লাভ কৰিছে ৷

স্বাস্থ্য মন্ত্ৰণালয়ৰ মতে, 15 ছেপ্তেম্বৰ পৰ্যন্ত মুঠ ৫৪,৭৭,০১,৭২৯ টা নমুনা পৰীক্ষা কৰা হৈছে আৰু ইয়াৰ ভিতৰত বুধবাৰে ১৫,৭৯,৭৬১ টা নমুনা পৰীক্ষা কৰা হৈছে ৷ মন্ত্ৰণালয়ৰ মতে, দেশজুৰি চলা টীকাকৰণ অভিযানৰ অধীনত 74,25,94,875 টা প্ৰতিষেধক প্ৰদান কৰা হৈছে ৷

মন্ত্ৰণালয়ে উল্লেখ কৰা মতে বৰ্তমান সাপ্তাহিক positivity rate ১.৯৩ শতাংশ আৰু দৈনিক positivity rate হৈছে ১.৯৪ শতাংশ ৷

লগতে পঢ়ক : সন্ত্ৰাসবাদী সন্দেহত আটক কৰা ৩ যুৱকক মুকলি দিল্লী আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.