ETV Bharat / bharat

ওড়িশাত মাস্ক নিপিন্ধি খোদ আৰক্ষীয়ে ভৰিলে ২ হাজাৰ টকাৰ জৰিমনা - ওড়িশা

বাদা দাণ্ডা মেডিকেল চ'কত কৰ্তব্যৰত এগৰাকী পুৰী ট্ৰেফিক আৰক্ষীক মাস্ক পৰিধান নকৰাৰ বাবে এনফ'ৰ্চমেন্ট স্কোৱাডে ২০০০ টকা জৰিমনা বিহে ।

ওড়িশাত মাস্ক নিপিন্ধি খোদ আৰক্ষীয়ে ভৰিলে ২ হাজাৰ টকাৰ জৰিমনা

author img

By

Published : Apr 14, 2021, 7:51 PM IST

নেশ্যনেল ডেস্ক, ১৪ এপ্ৰিল: কৰ'ণাৰ দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন ৰাজ্যত পুনৰ কঠোৰভাৱে স্বাস্থ্য বিধি পালনৰ নিৰ্দেশনা দিয়া হৈছে । মাস্ক পৰিধান কৰা, সামাজিক দূৰত্ব পালন কৰা আদিৰ ক্ষেত্ৰত নিৰ্ধাৰিত নীতি নিয়ম পালনৰ নিৰ্দেশ দিছে প্ৰশাসনে । কোনো কোনো ঠাইত মাস্ক পৰিধান নকৰা ব্যক্তিৰ পৰা আৰক্ষীয়ে জৰিমনাও গ্ৰহণ কৰিছে ।

ওড়িশাত মাস্ক নিপিন্ধি ২ হাজাৰ টকাৰ জৰিমনা ভৰিলে খোদ আৰক্ষীয়ে

এইবাৰ ওড়িশাৰ পুৰীত মাস্ক নিপিন্ধাৰ বাবে আৰক্ষীয়ে জৰিমনা বিহিলে আৰক্ষীক । এনফ'ৰ্চমেন্ট স্কোৱাডে পুৰীৰ এগৰাকী কনিষ্টবলক মাস্ক নিপিন্ধাৰ বাবে ২০০০ টকা জৰিমনা বিহে । বাদা দাণ্ডাৰ মেডিকেল চ'কত কৰ্মৰত আছিল যান-বাহন আৰক্ষীৰ কনিষ্টবল জন ।

ইফালে কৰ'ণাৰ দ্বিতীয় ঢৌৰ সময়চোৱাত অধিক কঠোৰ হৈছে ৰাজ্যখনৰ আৰক্ষী । আৰক্ষী অধীক্ষক ড৹ কানৱাৰ বিশাল সিঙে জনোৱা মতে, এই সময়চোৱাত স্বাস্থ্য বিধি উলংঘন কৰা ৫,৯২৩ গৰাকীৰ পৰা জৰিমনা সংগ্ৰহ কৰিছে আৰক্ষীয়ে ।

লগতে পঢ়ক:মিজোৰামলৈ ঢাপলি মেলিছে ম্যানমাৰৰ সাংসদ-আৰক্ষীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.