ETV Bharat / bharat

Conrad Sangma met Amit Shah: মুক্ৰ’ হিংসাৰ চিবিআই তদন্ত বিচাৰি অমিত শ্বাহক অভিযোগ কনৰাড চাংমাৰ

আজি নিশা 8 বজাত অমিত শ্বাহক সাক্ষাৎ কৰে কনৰাড চাংমাই (Conrad Sangma met Amit Shah) ৷ জিৰিকিন্দিঙৰ ঘটনাক লৈ গৃহমন্ত্ৰীৰ ওচৰত ক্ষোভ ব্যক্ত কৰে মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে (Conrad Sangma requested centre for CBI enquiry) ৷

Conrad Sangma met Amit Shah
Conrad Sangma met Amit Shah
author img

By

Published : Nov 24, 2022, 9:32 PM IST

  • দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ (Conrad Sangma met Amit Shah)
  • আজি নিশা 8 বজাত অমিত শ্বাহক সাক্ষাৎ কৰে চাংমাই
  • জিৰিকিন্দিঙৰ ঘটনাক লৈ গৃহমন্ত্ৰীৰ ওচৰত ক্ষোভ ব্যক্ত কৰে মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে (Conrad Sangma urges for CBI enquiry of Mukro violence)
  • গৃহমন্ত্ৰীৰ আশ্বাস- কেন্দ্ৰীয় সংস্থাৰ দ্বাৰা কৰা হ’ব জিৰিকিন্দিঙৰ ঘটনাৰ তদন্ত
  • মেঘালয় যাতে অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰা বঞ্চিত নহয় তাৰো ব্যৱস্থা গ্ৰহণৰ আশ্বাস অমিত শ্বাহৰ
  • মেঘালয়লৈ ইতিমধ্যে অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান বন্ধ হৈ পৰিছে (Internet suspended in Meghalaya)
  • ৰাজ্যখনৰ 7 খন জিলাত কাটি ৰখা হৈছে ইন্টাৰনেট সেৱা
  • পৰৱৰ্তী 48 ঘন্টালৈ মেঘালয়ত ইন্টাৰনেট সেৱা কৰ্তন কৰি ৰখাৰ সিদ্ধান্ত
  • মেঘালয়ৰ পৰিস্থিতি স্বাভাৱিক কৰি তুলিবলৈ কেন্দ্ৰীয় চৰকাৰৰ পৰা সকলো সহযোগিতা আগবঢ়োৱাৰ আশ্বাস অমিত শ্বাহৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.