ETV Bharat / bharat

জ’ বাইডেন আৰু কমলা হেৰিছক অভিনন্দন জনালে নৰেন্দ্ৰ মোডীয়ে - মাৰ্কিন যুক্তৰাষ্ট্ৰৰ উপ-ৰাষ্ট্ৰপতি

বিশ্বৰ মহাশক্তিধৰ দেশ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰা জ’ বাইডেনক অভিনন্দন জনালে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ একেদৰে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ উপ-ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰা ভাৰতীয় মূলৰ কমলা হেৰিছকো আন্তৰিক অভিনন্দন জনাই মোডীয়ে ৷

জ’ বিডেন আৰু কমলা হেৰিছক অভিনন্দন জনালে নৰেন্দ্ৰ মোডীয়ে

author img

By

Published : Jan 21, 2021, 9:40 AM IST

Updated : Jan 21, 2021, 11:14 AM IST

নিউজ ডেস্ক,21 জানুৱাৰীঃ বিশ্বৰ মহাশক্তিধৰ দেশ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰা জ’ বাইডেনক অভিনন্দন জনালে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ একেদৰে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ উপ-ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰা ভাৰতীয় মূলৰ কমলা হেৰিছকো আন্তৰিক অভিনন্দন জনাই মোডীয়ে ৷

  • My warmest congratulations to @JoeBiden on his assumption of office as President of the United States of America. I look forward to working with him to strengthen India-US strategic partnership.

    — Narendra Modi (@narendramodi) January 20, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

মোডীয়ে আশা প্ৰকাশ কৰে যে,ভাৰত-আমেৰিকাৰ সম্পৰ্ক তেওঁলোকৰ নেতৃত্ব আৰু অধিক শক্তিশালী হ’ব আৰু দুয়োখন ৰাষ্ট্ৰৰ উন্নয়নৰ কাৰণে একেলগে কাম কৰি যাব বুলি আশা প্ৰকাশ কৰে ৷

লগতে পঢ়কঃ নিউ গুৱাহাটীৰ MANO MOTORS ত অগ্নিকাণ্ড

Last Updated : Jan 21, 2021, 11:14 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.