ETV Bharat / bharat

ব্যৱসায়িক খণ্ডলৈ বৃহৎ সকাহ: হ্ৰাস কৰা হ'ল LPG চিলিণ্ডাৰৰ মূল্য - Commercial LPG cylinder price reduced by Rs 198

অত্য়াৱশ্যকীয় সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে জনসাধাৰণক । তেনেসময়তে হ্ৰাস কৰা হ'ল বাণিজ্য়িক LPG চিলিণ্ডাৰৰ মূল্য(Commercial LPG cylinder prices slashed) । কিমান কমিল LPG চিলিণ্ডাৰৰ মূল্য ? জানিবলৈ পঢ়ক এই প্ৰতিবেদন ।

LPG cylinder prices slashed
ব্যৱসায়িক খণ্ডলৈ বৃহৎ সকাহ: হ্ৰাস কৰা হ'ল LPG চিলিণ্ডাৰৰ মূল্য
author img

By

Published : Jul 1, 2022, 12:54 PM IST

নেশ্যনেল ডেস্ক,১ জুলাই: হোটেল,ৰেষ্টোৰালৈ বৃহৎ সকাহ(Relief to restaurants eateries) । হ্ৰাস পালে বণিজ্য়িক চিলিণ্ডাৰৰ মূল্য়(Commercial LPG cylinder prices slashed) । ১৯ কিঃগ্ৰাঃ LPG চিলিণ্ডাৰৰ মূল্য হ'ব ২০২১ টকা । ১ জুলাইৰ পৰা দিল্লীত এটা বাণিজ্যিক LPG চিলিণ্ডাৰৰ মূল্য ১৯৮ টকা হ্ৰাস কৰা হৈছে(Commercial LPG cylinder price reduced by Rs 198) । নিশ্চয়কৈ ৰেষ্টুৰেণ্ট, ভোজনালয়, চাহৰ দোকান আদি ব্যৱসায়ীক খণ্ডলৈ এয়া এক বৃহৎ সকাহ ।

স্মৰ্তব্য যে ১ জুনত এটা ১৯ কিঃগ্ৰাঃ বাণিজ্যিক LPG চিলিণ্ডাৰৰ মূল্য আছিল 2219 টকা । ইয়াৰ পূৰ্বে মে' মাহৰ প্ৰথম সপ্তাহত পূৰ্বৰ মূল্যতকৈ ৫০ টকা বৃদ্ধি কৰা হৈছিল । ১ মে'ত, ১৯ কিঃগ্ৰাঃ বাণিজ্যিক LPG চিলিণ্ডাৰৰ মূল্য ১০২.৫০ টকা বৃদ্ধি কৰি ২৩৫৫.৫০ টকা কৰা হৈছিল । ইফালে এপ্ৰিল আৰু মাৰ্চ মাহত, প্ৰতিটো ১৯ কিঃগ্ৰাঃ বাণিজ্যিক LPG চিলিণ্ডাৰৰ মূল্য ক্ৰমে ২৫০ টকা আৰু ১০৫ টকা বৃদ্ধি কৰা হৈছিল ।

উল্লেখ্য যে ভাৰতৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে LPG চিলিণ্ডাৰৰ হাৰ মাহিলী সংশোধন কৰা হয় । সমান্তৰালভাৱে দিল্লীত এই হাৰে কিছু পৰিমাণে হ'লেও সকাহ প্ৰদান কৰিব ব্যৱসায়ীসকলক ।

লগতে পঢ়ক: Happy atmosphere in Surat hospital: চুৰাট চিকিৎসালয়ত এদিনতে জন্ম ২৩ টা নৱজাতক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.