নিউজ ডেস্ক, 20 মে’: বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী লালু প্ৰসাদ যাদৱ আৰু ৰাৱৰী দেৱীৰ বাসগৃহত চি বি আইৰ অভিযান (CBI Raid at Lalu Yadav residence) ৷ লালু প্ৰসাদ যাদৱৰ আৱাস থকা 15 টাকৈ স্থানত চলিছে এই অভিযান ৷ ৰেলৱে’ বিভাগত সংঘটিত হোৱা কেলেংকাৰী সন্দৰ্ভত চলোৱা হৈছে এই অভিযান ৷ 2004 চনৰ পৰা 209 চনলৈ কেন্দ্ৰীয় ৰেল মন্ত্ৰী আছিল লালু প্ৰসাদ যাদৱ ৷ তেওঁৰ কাৰ্যকালত সংঘটিত হোৱা কেলেংকাৰীৰ সন্দৰ্ভতে এই অভিযান চলাই থকা বুলি সূত্ৰত প্ৰকাশ ৷
সম্পূৰ্ণ বাতৰিৰ বাবে অপেক্ষা কৰক...