ETV Bharat / bharat

বিস্ফোৰণত ধ্বংস বিহাৰৰ বাংকা জিলাৰ এখন মাদ্ৰাছা - ফৰেনচিক বিজ্ঞান গৱেষণাগাৰ

আৰক্ষীয়ে জনোৱা মতে ফৰেনচিকৰ দলক ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে । কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই যদিও এক খবৰ অনুসৰি দুইৰ পৰা তিনিজন লোক আহত হৈছে এই ঘটনাত।

Blast near mosque in Bihar
বিস্ফোৰণত ধ্বংস বিহাৰৰ বাংকা জিলাৰ এখন মাদ্ৰাছা
author img

By

Published : Jun 8, 2021, 9:47 PM IST

নেশ্যনেল ডেস্ক, ৮ জুন : মঙলবাৰে পুৱা বিহাৰৰ বাংকা জিলাৰ নগৰ আৰক্ষী থানাৰ অন্তৰ্গত এখন মাদ্ৰাছাত এক বৃহৎ বিস্ফোৰণৰ ঘটনা সংঘটিত হয় । বিস্ফোৰণত মাদ্ৰাছাৰ ভৱনটো সম্পূৰ্ণৰূপে ধ্বংস হৈ যায় । এই ঘটনাত দুইৰ পৰা তিনিজন লোক আহত হোৱাৰ খবৰ পোৱা গৈছে যদিও এতিয়ালৈ আৰক্ষীয়ে নিশ্চিত কৰা নাই ।

Blast near mosque in Bihar
বিস্ফোৰণত ধ্বংস বিহাৰৰ বাংকা জিলাৰ এখন মাদ্ৰাছা

বাংকা নগৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শম্ভু কুমাৰে জনোৱা মতে নৱতলিয়া অঞ্চলত এটা মছজিদৰ ওচৰত অৱস্থিত এখন মাদ্ৰাছাত বোমা বিস্ফোৰণ হয় । বিষয়াগৰাকীয়ে জনোৱা মতে ঘটনাটোৰ তদন্তৰ বাবে ফৰেনচিক বিজ্ঞান গৱেষণাগাৰৰ (FSL) এটা দল ঘটনাস্থলীত উপস্থিত হৈছে । আৰক্ষীয়ে জনোৱা মতে সেয়া বোমা বিস্ফোৰণৰ ঘটনা আছিল নে চিলিণ্ডাৰ বিস্ফোৰণ তদন্তৰ পিছতহে তেওঁলোকে ক'ব পাৰিব ।

লগতে পঢ়ক:অমিত শ্বাহ(Amit Shah)ক সাক্ষাৎ শুভেন্দু অধিকাৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.