ETV Bharat / bharat

পশ্চিমবংগত বিজেপি কৰ্মীৰ মৃত্যু

author img

By

Published : Mar 27, 2021, 6:07 PM IST

পশ্চিম মাদনাপুৰ জিলাৰ কেচিয়াৰীৰ বেগপুৰ অঞ্চলত শনিবাৰে এজন ৩০ বছৰীয়া বিজেপি কৰ্মীৰ মৃত্যু হয় ৷ নিজ বাসভৱনৰপৰা বাহিৰত উদ্ধাৰ হোৱা মৃতব্যক্তিগৰাকীৰ নাম মংগল চোৰেণ বুলি জানিব পৰা গৈছে ৷

পশ্চিম বংগত বিজেপি কৰ্মীৰ মৃত্যু
পশ্চিম বংগত বিজেপি কৰ্মীৰ মৃত্যু

নেচনেল ডেক্স,27 মাৰ্চ: পশ্চিম মাদনাপুৰ জিলাৰ কেচিয়াৰীৰ বেগপুৰ অঞ্চলত শনিবাৰে এজন ৩০ বছৰীয়া বিজেপি কৰ্মীৰ মৃত্যু হয় ৷ নিজ বাসভৱনৰ বাহিৰত উদ্ধাৰ হোৱা মৃত ব্যক্তিগৰাকীৰ নাম মংগল চোৰেণ বুলি জানিব পৰা গৈছে ৷

বিজেপিয়ে দাবী কৰা মতে তৃণমূল কংগ্ৰেছৰ কৰ্মীয়ে হত্যe কৰিছে ব্যক্তিগৰাকীক ৷ জিলা প্ৰশাসনে নিৰ্বাচন আয়োগক দিয়া প্ৰতিবেদনত কোৱা হৈছে যে নিৰ্বাচনৰ লগত মৃত্যুৰ কোনো সম্পৰ্ক নাই ৷ অঞ্চলটোত কেন্দ্ৰীয় বাহিনীৰ এটা ডাঙৰ সেনাৰ দল মোতায়েন কৰা হৈছে ৷

লগতে পঢ়কঃ ধিঙত ভোটদান কৰিলে ৰাইজৰ দলৰ প্ৰাৰ্থীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.